"অংগ তন্ত্ৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

380 বাইট যোগ দিয়া হ’ল ,  5 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
 
{{পোখালি}}
'''অংগ তন্ত্ৰ''' হৈছে কোনো [[জীৱদেহ]]ৰ কোনো নিৰ্দিষ্ট কাৰ্যৰ সম্পাদনৰ বাবে একত্ৰ হোৱা বিভিন্ন [[অংগ]]ৰ সমষ্টি। জীৱবিদ্যাত বিভিন্ন তন্ত্ৰৰ উল্লেখ পোৱা যায়, যেনে- [[জীৱসমষ্টি]] হৈছে বহু [[জীৱ]]ৰ সমষ্টি, [[কলা]] তন্ত্ৰ হৈছে বিভিন্ন [[কোষ]]ৰ সমষ্টি আদি।
 
=অংগ আৰু কলা তন্ত্ৰ=
[[মানুহ]]ৰ [[শৰীৰ ৰচনা]]ত অধ্যয়ন কৰা কিছুমান বিশেষ অংগ তন্ত্ৰ তলত দিয়া হৈছে। এই অংগ তন্ত্ৰবোৰ বহু অন্য [[প্ৰাণী]]ৰ শৰীৰতো আছে।
*[[পেশী তন্ত্ৰ]]: বিভিন্ন [[পেশী]]ৰ সহায়ৰ [[জীৱৰ চলন|চলন]], অৱস্থান গ্ৰহণ আৰু [[তাপ]] উৎপাদন প্ৰক্ৰিয়া।
*[[স্নায়ু তন্ত্ৰ]]: [[মগজু]], [[স্নায়ুৰজ্জু]] আৰু [[স্নায়ু]]ৰ সহায়ত তথ্য সংগ্ৰহ, পৰিবহন আৰু বিশ্লেষণ প্ৰক্ৰিয়া।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
* [http://www.scq.ubc.ca/?p=253 Systems Biology: An Overview] by Mario Jardon: A review from the Science Creative Quarterly, 2005.
* [https://www.jsbi.org/pdfs/journal1/GIW99/GIW99P66.pdf Synthesis and Analysis of a Biological System], by Hiroyuki Kurata, 1999.
 
[[শ্ৰেণী:অংগ তন্ত্ৰ]]
29,688

টা সম্পাদনা