"ৰেচন তন্ত্ৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

66 বাইট যোগ দিয়া হ’ল ,  7 বছৰৰ পূৰ্বে
টেগ
(টেগ)
 
{{পোখালি}}
{{Infobox anatomy
| Name = ৰেচন তন্ত্ৰ
| Width = 300px
}}
'''ৰেচন তন্ত্ৰ''' ({{lang-en|Excretory system}}) হৈছে জীৱদেহৰ প্ৰধান বৰ্জনীয় পদাৰ্থ ইউৰিক এচিডক তেজৰ[[তেজ]]ৰ পৰা পৰিস্ৰাৱন কৰি মুত্ৰ আকাৰে দেহৰ বাহিৰ কৰি দিবলৈ থকা অংগসমূহ। ৰেচন তন্ত্ৰ দুটা [[বৃক্ক]], দুডাল [[বৃক্ক নলী]], এটা [[মুত্ৰ থলী]], আৰু এডাল [[মুত্ৰ নলী]]ৰে গঠিত হয়। প্ৰতিটো বৃক্কত অসংখ্য ক্ষুদ্ৰ ক্ষদ্ৰ [[নেফ্ৰন]] থাকে। পুং আৰু স্ত্ৰী ৰেচন তন্ত্ৰৰ গঠন প্ৰায় একে, মাত্ৰ মুত্ৰ নলীৰ দৈঘ্যৰ পাৰ্থক্য আছে।<ref>{{cite web |url=http://www.nlm.nih.gov/medlineplus/ency/imagepages/1122.htm |title=Female urinary tract |work=MedLine Plus Medical Encyclopedia |date=16 September 2011 |first=David |last=C. Dugdale}}</ref>
 
বৃক্কত [[তেজ]]ৰ পৰিস্ৰাৱনৰ ফলত মুত্ৰৰ সৃষ্টি হয়। এই মুত্ৰ বৃক্ক নলীৰে গৈ মুত্ৰ থলীত জমা হয় আৰু শেষত মুত্ৰ নলীয়েদি দেহৰ বাহিৰ হৈ যায়।
 
এজন সুস্থ ব্যক্তিৰ বৃক্কত দৈনিক ১-২ লিটাৰ মুত্ৰৰ উৎপাদন হয়।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:অংগ তন্ত্ৰ]]
29,724

টা সম্পাদনা