শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
13 নং শাৰী:
|map_caption =
|map_size =
|other_names = ডুবি দেৱালয়, পৰিহৰেশ্বৰ দেৱালয়, বুঢ়া গোঁসাইৰ ঘৰ
|assamese =
|sanskrit_translit =
30 নং শাৰী:
}}
 
'''শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়''' <ref>{{cite book | title=শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ঃ অতীত আৰু বৰ্তমান | author= টিকেন্দ্ৰনাথ কলিতা | year=২০০৮ | month=১২ ডিচেম্বৰ | pages=}}</ref> হৈছে [[অসম]]ৰ [[বৰপেটা জিলা]]ৰ [[পাঠশালা]]ৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁওত অৱস্থিত এখন দেৱালয়। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। কুমাৰ ভাস্কৰ বৰ্মাৰ ডুবিৰ তাম্ৰলিপিয়ে এইখন পীঠস্থানৰ মহত্ব আৰু গৰিমা বহন কৰি আহিছে। অসমৰ পুৰাতত্ব আৰু ইতিহাস, এই দেৱালয়খনৰ সৈতে গভীৰভাৱে প্ৰযুক্ত আৰু ই অসমৰ এক গৌৰৱময় কীৰ্তিস্তম্ভ।
<!--
'''মদন কামদেৱ দেৱালয়''' <ref>{{cite journal | title=শিলেও য'ত কথা কয়, মদন কামদেৱ দেৱালয় | author= | journal=আজিৰ অসম | year=১৯৯৩ | month=২৪ মাৰ্চ | pages=বুধবৰীয়া পৰিপূৰিকা পৃঃ খ}}</ref> <ref>{{cite web | url=http://kamrup.nic.in/placefr.htm | title=Places of Interest | publisher=Kamrup District Authority | accessdate=December 29, 2011}}</ref>হৈছে [[অসম]]ৰ [[কামৰূপ জিলা]]ৰ [[বাইহাটা চাৰিআলি]]ৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। মদন কামদেৱক অসমৰ [[খাজুৰাহো]]<ref>{{cite web | url=http://peperonity.com/go/sites/mview/photo.subha/23379138 | title=Khajuraho of Assam | publisher=peperonity.com | accessdate=December 29, 2011}}</ref> আখ্যা দিয়া হৈছে। নিৰিবিলি পৰিবেশ আৰু নৈসৰ্গিক শোভাৰ বাবে বনভোজপ্ৰেমীসকলকো মদন কামদেৱে আকৰ্ষণ কৰে। ডিচেম্বৰ আৰু জানুৱাৰী মাহত বনভোজ খোৱা মানুহেৰে অঞ্চলটো ভৰি পৰে। -->
 
==ভৌগলিক অৱস্থিতি==