শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
30 নং শাৰী:
}}
 
'''শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়''' <ref>{{cite book | title=শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ঃ অতীত আৰু বৰ্তমান | author= টিকেন্দ্ৰনাথ কলিতা | year=২০০৮ | month=১২ ডিচেম্বৰ | pages=}}</ref> হৈছে [[অসম]]ৰ [[বৰপেটা জিলা]]ৰ [[পাঠশালা]]ৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁওত অৱস্থিত এখন দেৱালয়। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। [[কুমাৰ ভাস্কৰ বৰ্মাৰবৰ্মা]]ৰ [[ডুবিৰ তাম্ৰলিপিয়েতাম্ৰলিপি]]য়ে এইখন পীঠস্থানৰ মহত্ব আৰু গৰিমা বহন কৰি আহিছে। অসমৰ পুৰাতত্ব আৰু ইতিহাস, এই দেৱালয়খনৰ সৈতে গভীৰভাৱে প্ৰযুক্ত আৰু ই অসমৰ এক গৌৰৱময় কীৰ্তিস্তম্ভ।
 
==ভৌগলিক অৱস্থিতি==
[[অসম]]ৰ [[বৰপেটা জিলা]]ৰ [[বজালী মহকুমা]]ৰ অন্তৰ্গত [[পাঠশালা]] নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দক্ষিণে ডুবি গাঁওত এই দেৱালয় অৱস্থিত।
 
==পৰিসৰ==
Line 41 ⟶ 42:
 
==ঐতিহাসিক পটভূমি==
ডুবিৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় অসমৰ শৈৱপীঠ সমূহৰ ভিতৰত প্ৰাচীন, ঐতিহ্যপূৰ্ণ আৰু জাগ্ৰতৰূপে খ্যাত অন্যতম দেৱালয়। ইয়াৰ ঐতিহাসিক পটভূমি অনেক পুৰণি। ইয়াত থকা [[ভাস্কৰ বৰ্মাৰবৰ্মা]]ৰ তাম্ৰলিপিৰ[[তাম্ৰলিপি]]ৰ পৰা এই দেৱালয়ৰ বৈশিষ্ট্য আৰু প্ৰাচীনতাৰ উমান পোৱা যায়। দেৱালয়ৰ মূল মন্দিৰৰ নিৰ্মাণ সামগ্ৰী আৰু আন্তঃগাঁথনিলৈ চাই ইয়াৰ নিৰ্মাণকাল ষষ্ঠ-সপ্তম শতিকাতে নিৰ্মাণ হোৱা বুলি ধাৰণা কৰিব পাৰি। অৱশ্যে কিবা কাৰণত মাজতে এই মন্দিৰৰ অস্তিত্ব বিলুপ্ত হৈছিল আৰু ওঠৰশ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিতে ধৰ্মবৰ নামৰ ব্ৰাহ্মণ এজনে কপিলী গাই এজনীয়ে বিৰিণা এজোপাৰ ওপৰত গাখীৰ দান কৰাৰ পম খেদি দেৱালয়ৰ বিগ্ৰহটো আৱিষকাৰ কৰে। [[আহোম]] ৰজা শিৱসিংহৰ[[শিৱসিংহ]]ৰ ৰাজত্ব কালত ১৭৩০ খ্ৰীষ্টাব্দত মন্দিৰৰ বিগ্ৰহটো পুনৰুদ্ধাৰ হয় আৰু ৰজা [[লক্ষমী সিংহৰসিংহ]]ৰ দিনত ১৭৭০ খ্ৰীষ্টাব্দত মন্দিৰটি নতুনকৈ সজোৱা হয়।
 
=== ডুবি নামৰ উৎপত্তি===