শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
33 নং শাৰী:
 
==ভৌগলিক অৱস্থিতি==
[[অসম]]ৰ [[বৰপেটা জিলা]]ৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে [[বজালী মহকুমা]] মহকুমাৰ অন্তৰ্গত [[পাঠশালা]] নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দক্ষিণে ডুবি গাঁওত ২৬ ডিগ্ৰী ২৯ মিনিট (২৬°২৯') উত্তৰ অক্ষাংশ আৰু ৯১ ডিগ্ৰী ৯ মিনিট ৪৫ চেকেণ্ড (৯১°৯'৪৫'') পূৱ দ্ৰাঘিমাংশ সংযোগস্থলত এই দেৱালয় অৱস্থিত। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইয়াৰ দূৰত্ব ৪ কিলোমিটাৰ আৰু উত্তৰ পূৱ সীমান্ত ৰেলপথৰ পৰা ইয়াৰ দূৰত্ব ৩ কিলোমিটাৰ। গুৱাহাটীৰ পৰা ইয়াৰ দূৰত্ব ১০৩ কিলোমিটাৰ পশ্চিমে আৰু বৰপেটা নগৰৰ পৰা ৩৭ কিলোমিটাৰ পূৱত। নিকটৱৰ্তী ৰাষ্ট্ৰ ভূটানৰ নাংলমৰ পৰা ইয়াৰ দূৰত্ব ৫৩ কিলোমিটাৰ দক্ষিণে।
 
===যাতায়ত===
:নিকটৱৰ্তী বিমানকোঠ গুৱাহাটী। দূৰত্ব ১০৩ কিলোমিটাৰ।
:নিকটৱৰ্তী ৰেলষ্টেচন পাঠশালা। দূৰত্ব ৩ কিলোমিটাৰ।
:নিকটৱৰ্তী বাছ আস্থান পাঠশালা। দূৰত্ব ৪ কিলোমিটাৰ।
পাঠশালা নগৰৰ পৰা দেৱালয়লৈ ৰিক্সা, অটোৰিক্সা, টেম্প' আদিৰে যাতায়তৰ সুবিধা আছে।
 
==পৰিসৰ==