ইণ্টেল ৮০৮৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

11 নং শাৰী:
==বিৱৰণ==
[[Image:Intel 8085 arch.svg|right|thumb|৮০৮৫ৰ সূক্ষ্মগঠন (মাইক্ৰ'আৰ্কিটেক্সাৰ)]]
"ইণ্টেল ৮০৮৫" ৮০৮০ৰ দৰে গতানুগতিক "ভন নিউমেন" ডিজাইনৰ ভিত্তিত বনোৱা হৈছিল । ৮০৮০ৰ দৰে ই স্থিতি সংকেত "ডে'টা বাছ"ৰ জ্বৰিয়তে একেলগে ব্যৱহাৰৰ নকৰে যদিও পিনৰ সংখ্যা কমোৱাৰ হেতুকে ১৬ বিট "এড্ৰেছ বাছ"ৰ নিম্ন অংশ ৮ বিট "ডে'টা বাছ"ৰ সৈতে "মাল্টিপ্লেক্স" কৰা হয় যাতে দুয়োটা কাৰ্য একেটা পিনতে সম্ভৱ হৈ উঠে । ৮০৮৫ৰ ৪০ নং পিনটোৰ সহায়ৰে ৫ ভল্ট বিদ্যুৎ আহৰণ কৰে আৰু লগতে ২০ নং পিন গ্ৰাউণ্ড কৰা থাকে । "ইণ্টেল ৮০৮৫"ত সৰ্বমুঠ ৬,৫০০টা ট্ৰান্জিষ্টৰ ব্যৱহাৰ কৰা হয় ।<ref>The history of the microcomputer-invention and evolution, S Mazor - Proceedings of the IEEE, 1995</ref>
 
==প্ৰয়োগ==
==শিক্ষামূলক ব্যৱহাৰ==