অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
{{wikify}}
 
কোনো এটা [[ভাষা]]ৰ মূল ভেটি হ’ল [[ব্যাকৰণ]]। [[অসমীয়া ভাষা]] সঠিক ভাবে লিপিবন্ধন আৰু প্ৰকাশ কৰিবৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা সমষ্টিকেই অসমীয়া ব্যাকৰণ বোলা হয়। প্ৰখ্যাত লেখক [[সত্যনাথ বৰা]]ৰ মতে, "যি পুথি পঢ়িলে [[অসমীয়া ভাষা]]ত কথা কবলৈ আৰু [[অসমীয়া লিপি|লিখিবলৈ]] শিকিব পাৰি, তাক অসমীয়া ভাষাৰ ব্যাকৰণ বোলে<ref>http://assameseonline.com/Content.php?recordID=%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%20%E0%A6%86%E0%A7%B0%E0%A7%81%20%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%A3 অসম অনলাইন ডট কম]</ref>।
 
{{cquote|যি পুথি পঢ়িলে কোনো এটা [[ভাষা]]ত কথা কবলৈ আৰু লিখিবলৈ শিকিব পাৰি, তাক সেই ভাষাৰ [[ব্যাকৰণ]] বোলে ৷
 
যি পুথি পঢ়িলে [[অসমীয়া ভাষা]]ত কথা কবলৈ আৰু [[অসমীয়া লিপি|লিখিবলৈ]] শিকিব পাৰি, তাক অসমীয়া ভাষাৰ ব্যাকৰণ বোলে ৷ - [[সত্যনাথ বৰা]] }}<ref>[http://assameseonline.com/Content.php?recordID=%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%20%E0%A6%86%E0%A7%B0%E0%A7%81%20%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%A3 অসম অনলাইন ডট কম]</ref>
[[File:Bhasha.JPG]]
==অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চাৰ ইতিহাস==
চৰ্চাৰ আৰম্ভ হৈছিল প্ৰাচীন ভাৰতবৰ্ষত বৈদিক সাহিত্যৰ লগতে বিভিন্ন ব্ৰাক্ষ্মণ গ্ৰন্থৰ মাজেদি । অৱশ্যে এনে চিন্তাই সুনিৰ্দিষ্ট ৰূপ লাভ কৰে পাণিনিৰ দ্বাৰা ৰচিত ‘অষ্টাধ্যায়ী’ নামে খ্যাত “শব্দানুশাসনম” নামৰ গ্ৰন্থৰ মাজেৰে । অসমত এই ব্যাকৰণ চৰ্চাৰ আৰম্ভ হয় উনবিংশ শতিকাত, ইংৰাজ বিষয়া আৰু আমেৰিকান মিছনেৰীসকল অসমৰ অহাৰ পাছতহে । ১৮৩৯ চনত ইংৰাজ বিষয়া উইলিয়াম ৰবিন্সন চাহাবে ৰচনা কৰা “A Grammar of the Assamese Language” নামৰ ব্যাকৰণখনে হ’ল অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ ।