২০১৫ নেপাল ভূমিকম্প: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
39 নং শাৰী:
<b>২০১৫ নেপাল ভূমিকম্প</b> ৭.৮ ৰিখটাৰ স্কেল<ref>http://earthquake.usgs.gov/earthquakes/eventpage/us20002926#scientific_origin</ref>ত অহা এক প্ৰবল ভূমিকম্প যি ২৫-৪-২০১৫ ইং তাৰিখে ভাৰতীয় মান সময় দিনৰ ১১বাজি ৪১মিনিট ২৬চেকেণ্ড<ref>http://earthquake.usgs.gov/earthquakes/eventpage/us20002926#general_summary</ref>ত নেপাল,ভাৰত,পাকিস্থান,চীন,তিব্বত,বাংলাদেশকে ধৰি সমগ্ৰ দক্ষিন এচিয়াক জোঁকাৰি গৈছিল।<ref>http://www.asomiyapratidin.in/?date=26-04-2015&cat=#</ref>
 
ভূমিকম্পৰ উপকেন্দ্ৰ ২৮.১৪৭° উত্তৰ , ৮৪18th.৭০৮1847;° পূৱ ,(অঃ-দ্ৰাঃ)ত অৱস্থিত নেপালৰ লামজং জিলা <ref>http://earthquake.usgs.gov/earthquakes/eventpage/us20002926#scientific_origin</ref> বুলি ঠাঁৱৰ কৰা হৈছিল।
 
==পুনঃ জোঁকাৰ==