নেট নিৰপেক্ষতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: thumb|নেট নিৰপেক্ষতাৰ প্ৰতীক নেট নিৰপেক্ষতা...
 
No edit summary
1 নং শাৰী:
[[File:Netneutrality modern template pure svg.svg|thumb|নেট নিৰপেক্ষতাৰ প্ৰতীক]]
নেট নিৰপেক্ষতা হৈছে এক নীতি যাৰ জ্বৰিয়তে ইণ্টাৰনেট যোগান ধৰোতা আৰু চৰকাৰ দুয়োৱে বৈষম্যবিহীন ভাৱে ইণ্টাৰনেটত উপলব্ধ যিকোনো তথ্য ব্যৱহাৰৰ বাবে আগবঢ়াই । এই ক্ষেত্ৰত বৈষম্য বুলিলে কোনো বিশেষ ৱেবছাইত ব্যৱহাৰৰ বাবে গ্ৰাহকৰ পৰা অধিক মূল্য লোৱা বা ৱেব পৃষ্ঠা ডাউনলোডডাউনল'ড কৰোঁতে ডাউনলোডডাউনল'ড গতিত ইচ্ছাকৃতভাৱে তাৰতাম্য ঘটোৱা ইত্যাদি কথা আহি পৰে ।
 
২০০৩ চনত কলোম্বিয়া বিশ্ববিদ্যালয়ৰ মিডিয়া আইন বিষয়ৰ অধ্যাপক " টিম ৱু "এ 'নেট নিৰপেক্ষতা' শব্দটো প্ৰথমবাৰৰ বাবে উপয়োগ কৰে ।<ref>{{cite web|url=http://www.jthtl.org/content/articles/V2I1/JTHTLv2i1_Wu.PDF|title=Network Neutrality, Broadband Discrimination|publisher=Journal on telecom and high tech law|author=Tim Wu|year=2003|accessdate=23 Apr 2014}}</ref><ref name="nn-for-google-users">{{cite web |author=Staff |url= http://www.google.com/help/netneutrality.html |title=A Guide to Net Neutrality for Google Users |accessdate=7 December 2008 |publisher=[[Google]] |deadurl=yes |archivedate=1 September 2008 |archiveurl=http://web.archive.org/web/20080901084929/http://www.google.com/help/netneutrality.html }}</ref>
==তথ্য সংগ্ৰহ==
{{Reflist}}