অমলেন্দু গুহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
31 নং শাৰী:
| website =
}}
'''ড° অমলেন্দু গুহ''' (জন্ম ৩০ জানুৱাৰী ১৯২৪- ৮ মে' ২০১৫) অসমৰ এগৰাকী বাওপন্থী মতাদৰ্শৰ খ্যাতনাম ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল।<ref name="anandabazar">{{cite web | url=http://www.anandabazar.com/national/amalendu-guha-passes-away-1.143027 | title=Amalendu Guha Passed Away | publisher=Anandabazar Patrika | date=8 May 2015 | accessdate=12 মে' 2015}}</ref><ref name="assamkart">{{cite web | url=http://www.assamkart.com/new-releases/304/2/assamese/%E0%A6%A1%E0%A7%A6-%E0%A6%85%E0%A6%AE%E0%A6%B2%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%81-%E0%A6%97%E0%A7%81%E0%A6%B9%E0%A7%B0-%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A6%A6%E0%A7%8D%E0%A6%AF-%28Dr-Amalendu-Guhar-Kobita-Aaru-Gadya-%29-detail | title=ড০ অমলেন্দু গুহৰ কবিতা আৰু গদ্য | publisher=assamkart.com | accessdate=12 মে' 2015}}</ref>
 
==জন্ম আৰু শিক্ষা==
অমলেন্দু গুহৰ দেউতাক যামিনীসুন্দৰ গুহ বৰ্তমান বাংলাদেশৰ ময়মনসিংহৰ পৰা মণিপুৰলৈ শিক্ষকতা কৰবিলৈ আহিছিল। ১৯২৪ চনৰ ৩০ জানুৱাৰীত তেখেতে ইম্ফলত জন্মগ্রহণ কৰে। দেউতাকৰ অৱৰৰ পাছত গুহ পৰিয়াল গুৱাহাটীলৈ গুছি আহে। তাত তেখেতে পল্টনবজাৰ বেঙ্গলী হাই স্কুলৰ পৰা ১৯৪১চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। আই.এ.পৰীক্ষাত তেখেতে ৪ৰ্থ স্থান পায় আৰু বৃত্তি লাভ কৰি কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত পঢ়া-শুনা কৰে। কলকাতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণ হৈ তেখেতে বাংলাদেশৰ টাংগাইলত কৰ্মজীৱন আৰম্ভ কৰে। পিছলৈ গুৱাহাটীত কিছুদিন শিক্ষকতা কৰি দৰং মহাবিদ্যালয়ৰ অধ্যাপক হয়। তেখেতে দিল্লীৰ স্কুল অৱ ইন্টাৰনেচনেল ষ্টাডিজত বিংশ শতিকাৰ আফগানিস্তানৰ অৰ্থনৈতিক ইতিহাস বিষয়ত গৱেষণা কৰে।<ref name="anandabazar" /> তেখেতে পুণেৰ গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইক’নমিক্স, দিল্লী স্কুল অব্ ইক’নমিক্স, কলকাতাৰ ইণ্ডিয়ান স্কুল অব্ ছ’ছিয়েল ছায়েন্সজতো অধ্যাপনা কৰিছিল। তেখেতে গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বুৰঞ্জী সন্মিলন আৰু শিৱসাগৰত অনুষ্ঠিত হোৱা কবি সন্মিলনত সভাপতিত্ব কৰিছিল।<ref name="assamkart" />
 
==সাহিত্যিক কৰ্মৰাজি==
অমলেন্দু গুহৰ কেইখনমান গ্ৰন্থ হ'ল-<ref name="anandabazar" /><ref name="assamkart" />
*প্লেণ্টাৰ্চ্ ৰাজ টু স্বৰাজ- ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
*Medieval and Colonial- ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
44 নং শাৰী:
 
==সন্মান আৰু স্বীকৃতি==
অসম সাহিত্য সভাই গুহক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে।<ref name="anandabazar" /> তেখেতে অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰিছিল।<ref name="assamkart" />
 
==তথ্য সূত্ৰ==