২০১৫ নেপাল ভূমিকম্প: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

37.245.178.30 (আলোচনা) সম্পাদিত 149676 সংশোধনটি বাতিল কৰক
No edit summary
42 নং শাৰী:
 
==পুনঃ জোঁকাৰ==
মূল ভুইকঁপৰ পাচত ৰিখটাৰ স্কেল ৬.৬<ref>http://earthquake.usgs.gov/earthquakes/eventpage/us2000292y#general_summary</ref> আৰু ৬.৯<ref>http://earthquake.usgs.gov/earthquakes/eventpage/us200029bt#general_summary</ref> প্ৰাবল্যৰ দুটা প্ৰচণ্ড পুনঃজোঁকাৰ ক্ৰমে ২৫-৪-২০১৫ ইং তাৰিখে ভাৰতীয় মান সময় দিনৰ ১২বাজি ১৫মিনিট ২১ চেকেণ্ড আৰু ২৬-৪-২০১৫ ইং তাৰিখে ভাৰতীয় মান সময় দিনৰ ১২ বাজি ৩৯মিনিট ১০চেকেণ্ডত অনুভূত হয় যি হিমস্খলন আৰু ক্ষয়-ক্ষতিৰ পৰিমান বৃদ্ধি কৰে।
 
প্ৰায় ১৭ দিনৰ পাচত ১২-০৫-২০১৫ ইং তাৰিখে ভাৰতীয় মান সময় ১২বাজি ৩৫মিনিট ১৯চেকেণ্ডত ৭.৩<ref>http://earthquake.usgs.gov/earthquakes/eventpage/us20002ejl#general_summary</ref> প্ৰাবল্যৰ আৰু এক প্ৰচণ্ড ভূমিকম্পই নেপালক পুনৰ আঘাত কৰে আৰু তাৰ ঠিক আধাঘন্টাৰ ভিতৰতে অহা ৫.৪<ref>http://earthquake.usgs.gov/earthquakes/eventpage/us20002ejl#general_summary</ref> আৰু ৬.৩<ref>http://earthquake.usgs.gov/earthquakes/eventpage/us20002ejl#general_summary</ref> প্ৰাবল্যৰ দুটা পুনঃজোঁকাৰে হিমালয়ৰ ভূগৰ্ভত এক অস্থিৰ অৱস্থাৰ সৃষ্টি হোৱাৰ ইংগিত<ref>https://sandrp.wordpress.com/2015/05/05/nepals-everest-sinking-7-9-earthquake-april-25-2015-himalayan-warning/</ref> দিয়ে।
==তথ্যসূত্ৰ==
{{reflist}}