অমলেন্দু গুহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
No edit summary
34 নং শাৰী:
 
==জন্ম আৰু শিক্ষা==
ড° গুহৰ দেউতাক যামিনীসুন্দৰ গুহ বৰ্তমান [[বাংলাদেশ]]ৰ ময়মনসিংহৰ পৰা মণিপুৰলৈ শিক্ষকতা কৰবিলৈ আহিছিল। ১৯২৪ চনৰ ৩০ জানুৱাৰীত তেখেতে [[ইম্ফল]]ত জন্মগ্রহণ কৰে।<ref name="pratidin">{{cite web | url=http://www.asomiyapratidin.in/article.php?date=08-05-2015&page=1&article=19.jpg&cid=137051#.VVMP0o6qqko | title=ইতিহাসৰ দিকপাল ড° অমলেন্দু গুহৰ দেহাৱসান | publisher=অসমীয়া প্ৰতিদিন | date=৮ মে' ২০১৫ | accessdate=13 মে' 2015}}</ref> স্কুলীয়া শিক্ষা আৰম্ভ হয় ইম্ফলত। ইম্ফলৰ বেঙ্গলী স্কুলৰ পৰা এম.ই. উত্তীৰ্ণ হয়। দেউতাকৰ অৱৰৰ পাছত গুহ পৰিয়াল গুৱাহাটীলৈ গুছি আহে। তাত তেখেতে পল্টনবজাৰচিলভাৰ বেঙ্গলীজুবিলী হাইএংলো বেঙ্গলী স্কুলৰ পৰা (বৰ্তমান পল্টনবজাৰ বেঙ্গলী উঃমাঃ বিদ্যালয়) ১৯৪১চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কটন কলেজত আই.এ. নাম ভৰ্তি কৰি এবছৰ পঢ়ি পূৰ্ববঙ্গৰ শ্ৰীকাইল কলেজলৈ বদলি হৈ যায়। তাৰপৰাও বদলি হৈ তেখেতে মুঞ্চিগঞ্জৰ হৰভাঙ্গা কলেজত নামভৰ্তি কৰি আই.এ.পৰীক্ষাত তেখেতে ৪ৰ্থ স্থান পায় আৰু বৃত্তি লাভ কৰি কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত পঢ়া-শুনা কৰে। ১৯৪৫ত তেখেতে অৰ্থনীতিত সন্মানসহ স্নাতক হয়। ১৯৪৭ত [[কলকাতা বিশ্ববিদ্যালয়]]ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ উত্তীৰ্ণ হৈ ১৯৪৮ত তেখেতে বাংলাদেশৰতেজপুৰৰ টাংগাইলতদৰং কলেজত অৰ্থনীতিৰ অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে।<ref পিছলৈname="janambhumi">{{cite [[গুৱাহাটী]]তweb কিছুদিন| শিক্ষকতাurl=http://www.dainikjanambhumi.co.in/8may/index.php?q=10 কৰি| [[দৰংtitle=অমলেন্দু মহাবিদ্যালয়]]ৰগুহ অধ্যাপক| হয়।publisher=Dinik Janambhumi | date=8 মে' 2015 | accessdate=14 মে' 2015 | pages=1, 10}}</ref> তেখেতে দিল্লীৰ স্কুল অৱ ইন্টাৰনেচনেল ষ্টাডিজত বিংশ শতিকাৰ [[আফগানিস্তান]]ৰ অৰ্থনৈতিক ইতিহাস বিষয়ত গৱেষণা কৰে।<ref name="anandabazar" /> তেখেতে পুণেৰ গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইক’নমিক্স, দিল্লী স্কুল অব্ ইক’নমিক্স, কলকাতাৰ ইণ্ডিয়ান স্কুল অব্ ছ’ছিয়েল ছায়েন্সজতো অধ্যাপনা কৰিছিল। তেখেতে গোলাঘাটত অনুষ্ঠিত হোৱা [[অসম সাহিত্য সভা]]ৰ বুৰঞ্জী সন্মিলন আৰু [[শিৱসাগৰ]]ত অনুষ্ঠিত হোৱা কবি সন্মিলনত সভাপতিত্ব কৰিছিল।<ref name="assamkart" />
 
==পাৰিবাৰিক জীৱন==
১৯৬০ চনত ড° গুহই [[ধুবুৰী জিলা|ধুবুৰীৰ]] জীয়ৰী [[অণিমা গুহ]]ক (পূৰ্বত অণিমা দাস<ref name="janambhumi" />) বিয়া কৰায়। অণিমা গুহও অসমৰ এগৰাকী আগশাৰীৰ সাহিত্যিক। তেখেতসকলৰ একমাত্ৰ সন্তান সুপ্ৰতীক গুহ [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ত বাস কৰে।<ref name="pratidin" />
 
==সাহিত্যিক কৰ্মৰাজি==