ৱিকিতথ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''ৱিকিতথ্য''' ৱিকিমিডিয়া ফাউণ্ডেচনৰ অধীনৰ ৱিকি পদ্ধতিৰে সম্প...
 
No edit summary
1 নং শাৰী:
{{Infobox website
'''ৱিকিতথ্য''' ৱিকিমিডিয়া ফাউণ্ডেচনৰ অধীনৰ ৱিকি পদ্ধতিৰে সম্পাদিত এক জ্ঞান ভিত্তি। ইয়াৰ লক্ষ্য [[ৱিকিপিডিয়া]] আদি ৱিকিমিডিয়া ফাউণ্ডেচনে ব্যৱহাৰ কৰিবলৈ একে তথ্য উৎস প্ৰদান কৰা, য'ত জন্মদিন আদিৰ তথ্য থাকে।<ref name="Wikidata Main Page archive"/><ref>{{cite web |url=http://www.wikimedia.de/wiki/Pressemitteilungen/PM_3_12_Wikidata_EN |title=Data Revolution for Wikipedia |date=March 30, 2012 |publisher=Wikimedia Deutschland |accessdate=September 11, 2012 |archiveurl=http://www.webcitation.org/6AbXpDAbW |archivedate=September 11, 2012 |deadurl=no}}</ref> ৱিকিতথ্যৰ কাম [[ৱিকিমিডিয়া কমন্স|ৱিকিমিডিয়া কমন্সে]] সকলো ৱিকিমিডিয়া প্ৰকল্পৰ বাবে মিডিয়া ফাইল প্ৰদান কৰাৰ দৰেই। ৱিকিতথ্যক চলোৱা হয় ৱিকিবে'চ নামৰ এক চফ্টৱেৰৰ জড়িয়তে।
| name = ৱিকিতথ্য বা ৱিকিডে'টা
| logo = [[File:Wikidata-logo-en.svg|150px|Wikidata logo]]
| screenshot = [[File:Wikidata.png|200px|ৱিকিতথ্যৰ বেটুপাতৰ স্ক্ৰীনশ্বত]]
| caption = ৱিকিতথ্যৰ বেটুপাত
| url = [[:d:|www.wikidata.org]]
| commercial = নহয়
| location =
| type = {{hlist|class=nowrap |[[Knowledge base]] |[[Wiki]]}}
| language = বহুভাষিক
| registration = বাধ্যতামূলক নহয়
| owner = [[ৱিকিমিডিয়া ফাউণ্ডেচন]]
| author = ৱিকিমিডিয়া সমাজ
| launch date = {{start date|2012|10|30|df=y}}
| alexa = {{nowrap|{{increase}} 18,037 {{smaller|({{as of|2014|10|8|alt=October 2014}})}}&thinsp;<ref name="alexa">{{cite web |url=http://www.alexa.com/siteinfo/Wikidata.org |title=Wikidata.org Site Info |publisher=[[Alexa Internet]] |accessdate=8 October 2014}}</ref><!--Updated monthly by OKBot-->}}
}}
'''ৱিকিতথ্য''' ৱিকিমিডিয়া ফাউণ্ডেচনৰ অধীনৰ ৱিকি পদ্ধতিৰে সম্পাদিত এক জ্ঞান ভিত্তি। ইয়াৰ লক্ষ্য [[ৱিকিপিডিয়া]] আদি ৱিকিমিডিয়া ফাউণ্ডেচনে ব্যৱহাৰ কৰিবলৈ একে তথ্য উৎস প্ৰদান কৰা, য'ত জন্মদিন আদিৰ তথ্য থাকে।<ref name="Wikidata Main Page archive"/><ref>{{cite web |url=http://www.wikimedia.de/wiki/Pressemitteilungen/PM_3_12_Wikidata_EN |title=Data Revolution for Wikipedia |date=March 30, 2012 |publisher=,Wikimedia Deutschland |accessdate=,September 11, 2012 |archiveurl=http://www.webcitation.org/6AbXpDAbW |archivedate=September 11, 2012 |deadurl=no}}</ref> ৱিকিতথ্যৰ কাম [[ৱিকিমিডিয়া কমন্স|ৱিকিমিডিয়া কমন্সে]] সকলো ৱিকিমিডিয়া প্ৰকল্পৰ বাবে মিডিয়া ফাইল প্ৰদান কৰাৰ দৰেই। ৱিকিতথ্যক চলোৱা হয় ৱিকিবে'চ নামৰ এক চফ্টৱেৰৰ জড়িয়তে।
 
==ধাৰণা==
Line 5 ⟶ 21:
[[File:Wikidata statements Mars.png|thumb|left|190px<!--(should match width of any other left-aligned image nearby)-->|Three statements from [[Wikidata:Q111|Wikidata's item on the planet Mars]]. Values include links to other items and to [[Wikimedia Commons]].]]
 
ৱিকিতথ্য এক নথি দিকদৰ্শিত তথ্য ভিত্তি, যি বস্তু কেন্দ্ৰিক। প্ৰতিটো বস্তুৱে এক বিষয়ক প্ৰতিনিধিত্ব কৰে (যেনে ৱিকিপিডিয়া চলাবলৈ এক প্ৰশাসনিক পৃষ্ঠা) আৰু এক অনন্য সংখ্যাৰে পৰিচিত, Q অনুসৰ্গৰ সৈতে-- উদাহৰণ স্বৰূপে "Politics" (ৰাজনীতি) বিষয়ৰ বস্তুটো হ'ল [[:d:Q7163|Q7163]]। ই কোনো বস্তুৱে কি বিষয় বুজাইছে তাক জানিবলৈ কোনো এক ভাষাৰ পক্ষ নোলোৱাকৈ অনুবাদ কৰাত সহায় কৰে।
 
বিবৃতি সৃষ্টি কৰি জ্ঞান যোগান ধৰা হয়। বিবৃতিবোৰ key-value বা চাবি-মূল্যৰ ৰূপত থাকে। অৰ্থাৎ প্ৰতিটো বিবৃতিৰ এক বিশেষত্ব (চাবি) আৰু চাবিৰ সৈতে সংযুক্ত এক মূল্য থাকে।
 
==বিকাশ==
প্ৰকল্পটো এলেন ইন্সটিটিউট অৱ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, গৰ্ডন এণ্ড বিটি মুৰে ফাউণ্ডেচন আৰু [[গুগল]]ৰ ১৩ লাখ ইউৰোৰ সহাৰিৰে আৰম্ভ কৰা হৈছিল।<ref>{{cite news |title=Paul Allen Invests In A Massive Project To Make Wikipedia Better |first=Boonsri |last=Dickinson |url=http://articles.businessinsider.com/2012-03-30/tech/31259697_1_wikimedia-foundation-wikipedia-project |newspaper=Business Insider |date=March 30, 2012 |accessdate=September 11, 2012 |archiveurl=http://www.webcitation.org/6AbXqFps3 |archivedate=September 11, 2012 |deadurl=no}}</ref><ref>{{cite news |title=Wikipedia’s Next Big Thing: Wikidata, A Machine-Readable, User-Editable Database Funded By Google, Paul Allen And Others |first=Sarah |last=Perez |url=http://techcrunch.com/2012/03/30/wikipedias-next-big-thing-wikidata-a-machine-readable-user-editable-database-funded-by-google-paul-allen-and-others/ |newspaper=TechCrunch |date=March 30, 2012 |accessdate=September 11, 2012 |archiveurl=http://www.webcitation.org/6AbXqmANO |archivedate=September 11, 2012 |deadurl=no}}</ref>
 
প্ৰকল্পটো প্ৰাৰম্ভিক স্তৰত ৱিকিমিডিয়া ডেউৎস্লেণ্ডে চোৱা-চিতা কৰিছিল। কাম তিনিভাগত বিভক্ত হৈছিল--
 
* ইণ্টাৰ্ৱিকি লিংক্স-- বা ৱিকিপিডিয়াৰ বিভিন্ন ভাষাৰ প্ৰবন্ধৰ সংযোগ কেন্দ্ৰীভূত কৰা
* সকলো ৱিকিপিডিয়াৰ জ্ঞানবাকচ বা ইন্ফ'বক্সৰ তথ্য কেন্দ্ৰীভূত কৰা
* তথ্যৰ ওপৰত আধাৰিত তালিকা ৱিকিতথ্যত সৃষ্টি আৰু উন্নীত কৰা
 
==তথ্যসূত্ৰ==
{{Reflist}}
 
==আৰু চাওক==
* [[ৱিকিপিডিয়া]]
* [[ৱিকিউৎস]]
* [[ৱিকিগ্ৰন্থ]]
* [[ৱিকিমিডিয়া কমন্স]]
 
==বাহ্যিক সংযোগ==
{{commons category|Wikidata}}
* [[d:|Official website]]
* {{twitter|wikidata}}
* [[meta:Wikidata]] – coordination page for the project at [[Meta-Wiki]]
* [//test.wikidata.org Demo system] – lets the user try out the current development status
* [https://lists.wikimedia.org/mailman/listinfo/wikidata-l Wikidata-l] – Discussion list for the Wikidata project{citation needed|date=June 2014}}
"https://as.wikipedia.org/wiki/ৱিকিতথ্য"ৰ পৰা অনা হৈছে