ফ্ৰান্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Removing Link GA template (handled by wikidata)
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
116 নং শাৰী:
 
== ভাষা আৰু শিক্ষাব্যৱস্থা ==
ফৰাছি সংবিধানৰ ২ নং দফা মতে ফ্ৰান্সৰ ৰাষ্ট্ৰভাষা ফৰাছী।যদিও ব্যক্তিগত ভাবে ভাষাৰ ব্যৱহাৰত কোনো বাধা নাই, কিন্তু ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত ফৰাছী ভাষা ব্যৱহাৰ কৰা বাধ্যতা মূলক। ১৮০২ চনত নাপলেয়’ ই শিক্ষাপ্ৰদানৰ বাবে লাইচি’ ৰ সৃষ্টি কৰে। তথাপিও জুলে’ ফেৰীক ফ্ৰান্সত আধুনিক বিদ্যালয়ৰ জন্মদাতা বুলি জনা যায়। ১৮৮২ চনৰ পৰাই ফ্ৰান্সত ১৩ বছৰ বয়সলৈকে (আজিকালি ১৬) বিনামূলীয়া, ধৰ্মনিৰপেক্ষ আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ ব্যবস্থা কৰা হৈছে। বৰ্তমান في ফ্ৰান্স কেন্দ্ৰীয় শিক্ষাব্যৱস্থা প্ৰচলিত হৈ আছে, ইয়াৰ স্তৰ তিনিটা, প্ৰাথমিক, মধ্য আৰু উচ্চশিক্ষা। প্ৰাথমিক, মধ্যস্তৰৰ শিক্ষা প্ৰধানত ৰাজহুৱা ভাৱে প্ৰদান কৰা হয়, ৰাষ্ট্ৰীয় শিক্ষা মন্ত্ৰালয়ে এই বিদ্যালয় সমূহ পৰিচালনা কৰে। উচ্চশিক্ষা ৰাজহুৱা বিশ্ববিদ্যালয়সমূহত বা কিছুমান বিশেষ শিক্ষানুষ্ঠানত [[:en:Grandes écoles|(Grandes écoles)]] প্ৰদান কৰা হয়।
 
== সংস্কৃতি ==
"https://as.wikipedia.org/wiki/ফ্ৰান্স"ৰ পৰা অনা হৈছে