চাৰ্কাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: চার্কাছ (Circus) চার্কাছৰ উত্পত্তি নতুন নহয়, ই বহু পুৰণি । আদিতে অ...
 
র-ৰ পেট কটা হ'ল
1 নং শাৰী:
চার্কাছচাৰ্কাছ (Circus) চার্কাছৰচাৰ্কাছৰ উত্পত্তি নতুন নহয়, ই বহু পুৰণি । আদিতে অৱশ্যে ইয়াক চার্কাছচাৰ্কাছ বোলা হোৱা নাছিল । প্ৰথম চার্কাছচাৰ্কাছ হৈছিল খ্ৰীষ্টপূর্বখ্ৰীষ্টপূৰ্ব চতুর্থচতুৰ্থ শতিকাত [[ৰোম]]ত । সেই সময়ত ৰোমানসকলৰ ৰজা আছিল তার্কিনিয়াছতাৰ্কিনিয়াছ প্ৰিছকাছ (Tarquinus Priscus) । এইজনা ৰজাই লেটিনসকলক যুদ্ধত হৰুৱাই এপিঅ'লাছ (Apiolus) অধিকাৰ কৰি পেলেটাইন আৰু এডেণ্টিন পাহাৰৰ (ৰোমৰ সাতটা পাহাৰৰ এটা) মাজৰ কোনো এঠাইত বিজয় উত্সৱ পাতিছিল । এই উত্সৱৰ এটা প্ৰধান খেল আছিল ৰথদৌৰ । এই উত্সৱ মানুহবোৰে ইমান ভাল পালে যে তেওঁলোকে ইয়াৰ বাবে এটা ঘৰ স্থায়ীভাৱে সজাই ল'লে । এই ঘৰটোৰ মাজডোখৰ আছিল ঘূৰণীয়া । ইংৰাজীত ঘূৰণীয়া বা গোল শব্দটোক 'চার্কলচাৰ্কল' (Circle) বোলা হয় । চার্কলচাৰ্কল শব্দটোৰ পৰাই এই ঘৰটোক 'চার্কাছচাৰ্কাছ' বুলি কোৱা হৈছিল । তার্কিনিয়াছতাৰ্কিনিয়াছ ৰজাৰ এই চার্কাছচাৰ্কাছ পাচলৈ অৱশ্যে 'চার্কাছচাৰ্কাছ মেক্সিমাছ' (Circus Maximus) বুলিহে জনাজাত হৈ পৰে । এনে চার্কাছতচাৰ্কাছত ৰথ দৌৰৰ লগতে এনে কিছুমান খেল দেখুওৱা হৈছিল য'ত মানুহ আৰু পশুৰ বীভত্স মৃত্যুৱেই আছিল মজাৰ উত্স । এই মেক্সিমাছ চার্কাছেইচাৰ্কাছেই আছিল আধুনিক চার্কাছৰচাৰ্কাছৰ পূর্বপুৰুষপূৰ্বপুৰুষ । সম্ৰাট জুলিয়াছ চিজাৰে এই চার্কাছৰচাৰ্কাছৰ কিছু সংস্কাৰ সাধন কৰিছিল । এই চার্কাছৰচাৰ্কাছৰ প্ৰধান আকর্ষণআকৰ্ষণ আছিল ঘোঁৰাই টনা ৰথৰ দৌৰ । অনুশীলনপ্ৰাপ্ত তিনি বা চাৰিটা ঘোঁৰাই টনা ৰথৰ চালক আছিল ক্ৰীতদাস । ৰথবোৰ আছিল বিশাল আৰ বর্ণাঢ্যবৰ্ণাঢ্য । ৰথৰ দৌৰ প্ৰতিযোগিতাত পৰাজিত চালকক লগে লগেই হত্যা কৰা হৈছিল । এইটোৱেই আছিল মেক্সিমাছ চার্কাছৰচাৰ্কাছৰ বীভত্স মজাৰ খেল । তদুপৰি সেই সময়ৰ বহু ৰজাই এখন দেশ জয় কৰিলে সেই দেশৰ পৰা বহু জীৱ-জন্তু ধৰি আনি প্ৰথমে সেইবোৰৰ মাজত যুঁজ লগোৱাইছিল । পাচত সেই জন্তুবোৰ সমূহীয়াভাৱে বধ কৰিছিল । এইদৰে সম্ৰাট [[আগষ্টাছ]]ৰ ৰাজত্ব কালত হেনো চার্কাছচাৰ্কাছ খেলত তিনি হাজাৰৰো অধিক প্ৰাণী হত্যা কৰা হৈছিল ।
 
বর্তমানবৰ্তমান অৱশ্যে চার্কাছতচাৰ্কাছত দর্শককদৰ্শকক আমোদ-প্ৰমোদ দিয়াৰ বাবেহে খেল তথা কৌশল দেখুওৱা হয় আৰু এনে ধৰণৰ চার্কাছৰচাৰ্কাছৰ সূচনা হয় অষ্টাদশ শতিকাৰ শেষৰফালে । সেইসময়ত ইংলেণ্ডত ফিলিপ এষ্টলি (Philip Astley) নামৰ এজন সামৰিক বিষয়া আছিল । ১৭৬৯ চনৰ কোনোবা এদিনাখন এষ্টলিয়ে অকস্মাতে লণ্ডনৰ বাটত এটা হীৰাৰ আঙঠি হেৰাই পায় । এষ্টলিয়ে সেই সময়ত ঘোঁৰা চলোৱাত বিশেষ পাৰদর্শিতাপাৰদৰ্শিতা প্ৰদর্শনপ্ৰদৰ্শন কৰিছিল । সেয়ে তেওঁ হীৰাৰ আঙঠিটো বিক্ৰী কৰি পোৱা ধনেৰে এখন খেল দেখুওৱা ঠাই সাজি উলিয়ালে আৰু তাতে তেওঁ ঘোঁৰাত উঠি নানা ধৰণৰ খেলা দেখুওৱাবলৈ ল'লে । এই ঘোঁৰাৰ খেলা দেখুওৱাৰ বাবে তেওঁ দর্শকৰদৰ্শকৰ পৰা পইচা লৈছিল । লাহে লাহে যেতিয়া দর্শকদৰ্শক বেছি হ'বলৈ ধৰিলে তেতিয়া এষ্টলিয়ে আন এখন ঠাইত ঘেৰ দি লৈ সেই ঘেৰৰ ভিতৰত ঘোঁৰাৰ উপৰি আন জীৱ-জন্তুক লৈ খেলা দেখুওৱা আৰম্ভ কৰিলে । বর্তমানবৰ্তমান অৱশ্যে চার্কাছতচাৰ্কাছত জীৱ-জন্তু প্ৰর্দশনপ্ৰৰ্দশন কৰাটো বন্ধ কৰা হৈছে ।
 
১৭৮২ চনত এষ্টলিয়ে প্ৰথমবাৰৰ বাবে 'চার্কাছচাৰ্কাছ' শব্দটো ব্যৱহাৰ কৰি 'ৰয়েল চার্কাছচাৰ্কাছ' নামৰ এটা চার্কাছচাৰ্কাছ দেখুওৱা কোম্পানী প্ৰতিষ্ঠা কৰে । এনেদৰেই এষ্টলিয়ে চার্কাছৰচাৰ্কাছৰ লগত পূর্বতেপূৰ্বতে জড়িত থকা বীভত্স মৃত্যু আৰু হত্যাৰ সকলো সম্পর্কসম্পৰ্ক ছিন্ন কৰি জন্ম দিলে আধুনিক চার্কাছৰচাৰ্কাছৰ । এষ্টলিৰ চেষ্টাতেই অষ্টাদশ শতিকাৰ শেষৰফালে ফ্ৰান্স, ইংলেণ্ড, আমেৰিকা, ইটালী, ৰাছিয়া আদিতো চার্কাছৰচাৰ্কাছৰ শুভাৰম্ভ হ'ল । চার্কাছৰচাৰ্কাছৰ ইতিহাসত অসমৰো অৰিহণা নথকা নহয় । বহুতৰ মতে [[অসম]]ৰ [[শিৱসাগৰ]]ৰ ৰংঘৰ বাকৰিত [[আহোম স্বর্গদেউস্বৰ্গদেউ]]সকলে যি ৰং-ধেমালি, জীৱ-জন্তুৰ যুঁজ আদিৰ আয়োজন কৰিছিল সেইবোৰ আচলতে এক প্ৰকাৰৰ চার্কাছেইচাৰ্কাছেই আছিল । কুৰি শতিকাৰ প্ৰথমার্ধৰপ্ৰথমাৰ্ধৰ পৰা অসমতো আধুনিক চার্কাছৰচাৰ্কাছৰ প্ৰচলন হয় ।
 
চার্কাছৰচাৰ্কাছৰ এটা মন কৰিবলগীয়া কথা হ'ল যে ইয়াত জ'কাৰৰ দুই-এটা কথা আৰু ৰিং মাষ্টাৰজনৰ নির্দেশৰনিৰ্দেশৰ বাহিৰে আনসকলে কোনো কথা নকয় । আচলতে ইংলেণ্ডৰ থিয়েটাৰবোৰত আগতে এনে এটা নিয়ম আছিল যাতে কোনো কথা কোৱা নহয় । চকুৰে দেখিয়েই যাতে থিয়েটাৰ সকলোৱে উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছিল । সেই নিয়ম ৰাখিয়েই আজিও চার্কাছবিলাকতচাৰ্কাছবিলাকত কোনো কথা কোৱা নহয় ।
"https://as.wikipedia.org/wiki/চাৰ্কাছ"ৰ পৰা অনা হৈছে