"ডিচেম্বৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র-ৰ পেট কাটি ৰ কৰা হ'ল
(শ্ৰেণী:মাহ যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে)
(র-ৰ পেট কাটি ৰ কৰা হ'ল)
{{Time stub}}
 
'''ডিচেম্বৰ''' (December) জুলিয়ান আৰু [[গ্ৰেগৰিয়ান কেলেণ্ডাৰ]] বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দ্বাদশ মাহ । এই মাহটো ৩১ দিনীয়া । ডিচেম্বৰ শব্দটো লেটিন শব্দ 'ডিচেম'ৰ (Decem) পৰা আহিছে । ইয়াৰ অর্থঅৰ্থ দহ । প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই দশম মাহ আছিল । সেই কেলেণ্ডাৰত মার্চমাৰ্চ মাহ আছিল বছৰৰ প্ৰথম মাহ । পাচত জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে ডিচেম্বৰ দ্বাদশ মাহত পৰিণত হয় । মাহটোৰ নামৰ পিচত ব্যৱহাৰ হোৱা 'বৰ' (Ber) শব্দৰ অর্থঅৰ্থ জনা নাযায় । এই মাহ অসমীয়া কেলেণ্ডাৰ মতে আঘোণ আৰু পুহ মাহত পৰে ।
 
ডিচেম্বৰ মাহৰ কেইটামান উল্লেখযোগ্য ঘটনা-দিৱস হ'লঃ [[বিশ্ব এইডছ দিৱস]] (১ ডিচেম্বৰ), [[ভূপালৰ গেছ দুর্ঘটনাদুৰ্ঘটনা]] (২ ডিচেম্বৰ, ১৯৮৪), [[মানৱ অধিকাৰ দিৱস]] (১০ ডিচেম্বৰ), বছৰটোৰ আটাইতকৈ চুটি দিন (২২ ডিচেম্বৰ), [[বৰদিন]] (২৫ ডিচেম্বৰ) আদি ।
 
==তথ্য সংগ্ৰহ==
272

টা সম্পাদনা