নীল আৰ্মষ্ট্ৰং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 119 interwiki links, now provided by Wikidata on d:q1615 (translate me)
র-ৰ পেট কাটি ৰ কৰা হ'ল
23 নং শাৰী:
}}
 
'''নীল এল্‌ডে'ন আৰ্মষ্ট্ৰং''' ({{lang-en|Neil Alden Armstrong}}), (জন্ম: ৫ আগষ্ট ১৯৩০ - মৃত্যু: ২৫ আগষ্ট ২০১২) আমেৰিকাৰ এগৰাকী মহাকাশচাৰী ([[:en:NASA Astronaut Corps|নাচা এষ্ট্রনাটএষ্ট্ৰনাট কৰ্প্‌চ]]) , টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়ক (aviator) আছিল। তেওঁ [[এপ'ল' ১১|চন্দ্ৰত খোজ কঢ়া প্ৰথম মানৱ]] আছিল। মহাকাশচাৰী হোৱাৰ আগেয়ে তেওঁ [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ নৌ বাহিনীত অফিচাৰ আছিল। এই পদতে তেওঁ [[কোৰিয়াৰ যুদ্ধ]]তো অংশগ্ৰহণ কৰিছিল। যুদ্ধৰ পাচত তেওঁ টেষ্ট পাইলট হিচাবে আমেৰিকাৰ নেশ্যনেল এডভাইজৰী কমিটি ফৰ এৰ'নটিক্‌চ-অৰ হাই স্পীড ফ্লাইট ষ্টেশ্যন (বৰ্তমান ড্ৰাইডেন ফ্লাইট ৰিচাৰ্চ চেন্টাৰ)-অত কাম কৰে আৰু ৯০০ তকৈও অধিক উৰণৰ অভিজ্ঞতা অৰ্জন কৰে। তেওঁ [[পাৰডিউ বিশ্ববিদ্যালয়]] ([[:en:Purdue University|Purdue University]])ৰপৰা স্নাতক আৰু [[চাউথ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়]] ([[:en:University of Southern California|University of Southern California]])ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।
 
১৯৬২ চনত [[আমেৰিকা যুক্তৰাষ্ট্ৰ বায়ুসেনা]]ৰ ([[:en:United States Air Force|U.S. Air Force]]) 'অচিৰেই মহাকাশত মানৱ' ([[:en:Man In Space Soonest|Man In Space Soonest]]) আৰু ([[:en:Boeing X-20 Dyna-Soar|X-20 Dyna-Soar]]) -অৰ 'মানৱ মহাকাশ উৰণ' ([[:en:human spaceflight|human spaceflight]]) প্ৰকল্পৰ অধীনত আৰ্মষ্ট্ৰঙে 'নাচা মহাকাশচাৰী গোট'ত ([[:en:NASA Astronaut Corps|NASA Astronaut Corps]]) যোগদান কৰে।