বৰাহমিহিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র-ৰ পেট কাটি ৰ কৰা হ'ল
35 নং শাৰী:
}}
 
'''বৰাহ-মিহিৰ''' ({{lang-en|Varāhamihira}}) প্ৰাচীন ভাৰতৰ গুপ্ত সাম্ৰাজ্যৰ সমসাময়িক (আনুমানিক ৫০৫ - ৫৮৭) এজন বিখ্যাত দার্শনিকদাৰ্শনিক, জ্যোতির্বিজ্ঞানীজ্যোতিৰ্বিজ্ঞানী, গণিতজ্ঞ আৰু কবি। তেওঁ পঞ্চসিদ্ধান্তিকা নামৰ এটি মহাসংকলনগ্রন্থমহাসংকলনগ্ৰন্থ ৰচনা কৰিছিল, যʼত তেওঁৰ জীৱনকালৰ সময়ৰ গ্ৰীক, মিছৰীয়, ৰোমান আৰু ভাৰতীয় জ্যোতির্বিজ্ঞানৰজ্যোতিৰ্বিজ্ঞানৰ সাৰ লিপিবদ্ধ আছে। তেঁও দক্ষিণ এছিয়াৰ ইতিহাসৰ সকলোতকৈ বিখ্যাত আৰু জনপ্রিয়জনপ্ৰিয় বিজ্ঞানীসকলৰ অন্যতম। জ্যোতির্বিজ্ঞানৰজ্যোতিৰ্বিজ্ঞানৰ উপৰিও গণিতশাস্ত্রগণিতশাস্ত্ৰ, পূর্তবিদ্যাপূৰ্তবিদ্যা, আবহবিদ্যা আৰু স্থাপত্যবিদ্যাৰ তেওঁ পণ্ডিত আছিল। তেওঁ কলা আৰু বিজ্ঞানৰ প্রায়বোৰপ্ৰায়বোৰ শাখাতে ব্যাপক অৱদান ৰাখি থৈ গৈছে। উদ্ভিদবিদ্যাৰ পৰা জ্যোতির্বিজ্ঞানজ্যোতিৰ্বিজ্ঞান, সামৰিক বিজ্ঞানৰ পৰা পুৰাকৌশল - জ্ঞানৰ সকলো ক্ষেত্রতেইক্ষেত্ৰতেই আছিল তেওঁৰ স্বচ্ছন্দ পদচাৰণা।
[[ভাৰত]]ৰ [[নতুন দিল্লী]]ত অৱস্থিত সংসদ ভৱনত বৰাহমিহিৰৰ সম্মানত এখন দেৱালচিত্রদেৱালচিত্ৰ অংকিত আছে।
 
== জীবন আৰু কর্মকৰ্ম ==
{{Quote box|quote=
আদিত্যদাসতনয়স্তদবাপ্তবোধঃ<br />
কাপিত্থকে সবিতৃলব্থবৰপ্রসাদঃ।সবিতৃলব্থবৰপ্ৰসাদঃ।<br />
আৱন্তিকো মুনিমতান্যবলক্য সম্য-<br />
গ্ঘোৰাং বৰাহমিহিৰো ৰুচিৰাং চকাৰ।।<ref>বৃহজ্জাতক, বৰাহমিহিৰ, অনুবাদক. ভি. সুব্রাহ্মন্যসুব্ৰাহ্মন্য শাস্ত্রীশাস্ত্ৰী, ১৯৫৬ খৃ., পৃ. ৫৪৭</ref>
|align=right
|qalign = center
|fontsize=100%}}
 
এই মনীষীৰ জন্ম [[ভাৰত]]ৰ অবন্তিনগৰত (বর্তমানবৰ্তমান [[উজ্জয়িনী]])ত হৈছিল। গুপ্ত ৰজা [[বিক্রমাদিত্যবিক্ৰমাদিত্য]]ৰ সভাৰ নৱৰত্নৰ অন্যতম হিচাপে তেওঁ স্বীকৃত। [[ভাৰতীয় পঞ্জিকা]]ৰ তেওঁ অন্যতম সংস্কাৰক আছিল। তেওঁ বছৰ গণনাৰ ক্ষেত্ৰত [[বʼহাগ]]ক প্রথমপ্ৰথম মাহ হিচাপে ধৰাৰ প্রচলনপ্ৰচলন কৰিছিল। আগতে [[চʼত]] আৰু [[বʼহাগ]]ক [[বসন্ত ঋতু]]ৰ অন্তর্গতঅন্তৰ্গত ধৰা হৈছিল। পৃথিবীৰ আকাৰ আৰু আকৃতি সম্বন্ধে তেওঁৰ সঠিক ধাৰণা আছিল। তেওঁৰ জন্ম [[৫৮৭]] খ্ৰীষ্টাব্দ বুলি ধৰা হয় যদিও কোনো কোনো লোকৰ মতে সেয়া [[৫৭৮]]।
 
বৰাহমিহিৰ আছিল শক জাতিভুক্ত। সেইসময়ত [[আফগানিস্তান]], পাঞ্জাব, সিন্ধু আৰু ৰাজপুতনা (বর্তমানবৰ্তমান [[ৰাজস্থান]] আৰু [[মধ্যপ্রদেশমধ্যপ্ৰদেশ]]) এই কেইটা অঞ্চলেৰে গঠিত এক বিৰাট এলেকা জুৰি শকস্তান নামৰ এখন ৰাজ্য আছিল। শকসকল আছিল মূলতঃ পূৰ্ব [[ইৰাণ]]ৰ পৰা অহা এটি গোত্র।গোত্ৰ। মিহিৰ নামটি ফাৰ্ছী "মিথ্ৰা" শব্দৰ পৰা আহিছে। ভাৰতৰ প্রাচীনপ্ৰাচীন মথুৰা ৰাজ্যৰ নামো এই ফার্ছীফাৰ্ছী শব্দটিৰ পৰাই আহিছে।
 
বৰাহমিহিৰে তেওঁৰ দ্বাৰা ৰচিত বৃহজ্জাতকত কৈছে, তেওঁ আদিত্যদাসৰ সন্তান, তেওঁ তেওঁৰ পিতৃৰ ওচৰত শিক্ষালাভ কৰিছিল কাপিত্থক নামে স্থানত আৰু [[উজ্জয়িনী|অবন্তি]] নামে স্থানত বসবাস কৰাৰ সময়ত তেওঁ এই (বৃহজ্জাতক) গ্রন্থখনগ্ৰন্থখন ৰচনা কৰিছিল। <ref>বৃহজ্জাতক, বৰাহমিহিৰ, অনুবাদক. ভি. সুব্রাহ্মন্যসুব্ৰাহ্মন্য শাস্ত্রীশাস্ত্ৰী, ১৯৫৬ খৃ., পৃ. ৫৪৮</ref>
 
== গ্ৰন্থাৱলী ==
== গ্রন্থাৱলী ==
বৰাহমিহিৰে তিনিটা বিষয়ৰ ওপৰত গ্রন্থগ্ৰন্থ ৰচনা কৰিছিল, যথাক্ৰমে - তন্ত্রতন্ত্ৰ বা গাণিতিক জ্যোতির্বিদ্যাজ্যোতিৰ্বিদ্যা, হোৰা(জাতক) বা কুণ্ডলী আৰু সংহিতা বা সাধাৰণ জ্যোতিষবিদ্যা।<ref>Panchasiddhantika of Varahamihir, T.S. Kuppanna Sastry, 1993, Introduction, XXIX</ref>
বৰাহমিহিৰে তিনিখন প্রধানপ্ৰধান গ্রন্থগ্ৰন্থ ৰচনা কৰিছিল: ''পঞ্চসিদ্ধান্তিকা'', ''বৃহৎসংহিতা'' আৰু ''বৃহজ্জাতক''।
* ''পঞ্চসিদ্ধান্তিকা'': [[৫৫০]] খ্ৰীষ্টাব্দত ৰচিত হয়। পাঁচটা খণ্ডৰে গঠিত এই গ্ৰন্থখনক জ্যোতির্বিজ্ঞানজ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষশাস্ত্রৰজ্যোতিষশাস্ত্ৰৰ সংক্ষিপ্তসাৰ বুলি চিহ্নিত কৰিব পাৰি।<ref>"the Pañca-siddhāntikā ("Five Treatises"), a compendium of Greek, Egyptian, Roman and Indian astronomy. Varāhamihir's knowledge of Western astronomy was thorough. In 5 sections, his monumental work progresses through native Indian astronomy and culminates in 2 treatises on Western astronomy, showing calculations based on Greek and Alexandrian reckoning and even giving complete Ptolemaic mathematical charts and tables. Encyclopædia Britannica (2007) s.v.[http://www.britannica.com/eb/article-9074832/Varahamihira Varahamihira]</ref> পাঁচটা খণ্ড হৈছে: সূর্যসিদ্ধান্তসূৰ্যসিদ্ধান্ত, ৰোমকসিদ্ধান্ত, পৌলিশসিদ্ধান্ত, পিতামহসিদ্ধান্ত আৰু বশিষ্ঠসিদ্ধান্ত। আৰব দার্শনিকদাৰ্শনিক ''আল খোৱাৰিজমি''য়ে সূর্যসিদ্ধান্তৰসূৰ্যসিদ্ধান্তৰ দ্বাৰা অনুপ্রাণিতঅনুপ্ৰাণিত হৈ ''আল জাবৰ ওয় আল মুকাবলা'' ৰচনা কৰিছিল বুলি ভবা হয়।
* ''বৃহৎসংহিতা'': এইখন প্রসিদ্ধপ্ৰসিদ্ধ জ্যোতিষ গ্রন্থগ্ৰন্থ যি পদ্য আকাৰত লিখিত। ইয়াতে তেওঁ জ্যোতিষী দৃষ্টিকোণৰ পৰা বহু শিলৰ বিবৰণ আৰু পাক-ভাৰতৰ ভৌগোলিক তথ্য সন্নিবিষ্ট কৰিছিল। ইয়াৰ উপৰিও ইয়াত [[সূর্যসূৰ্য]] আৰু [[চন্দ্রচন্দ্ৰ]]ৰ গতি আৰু প্রভাৱপ্ৰভাৱ, আবহবিদ্যা, স্থাপত্য আৰু পূর্তবিদ্যাৰপূৰ্তবিদ্যাৰ নানা বিষয় প্রসঙ্গতপ্ৰসঙ্গত জ্যোতির্বিজ্ঞানৰজ্যোতিৰ্বিজ্ঞানৰ প্রয়োজনীয়তাৰপ্ৰয়োজনীয়তাৰ কথা আলোচিত হৈছে। এই গ্ৰন্থত তেওঁ ব্রজলেপব্ৰজলেপ নামে এটি বস্তুৰ প্রস্তুতপ্ৰস্তুত প্রণালীপ্ৰণালী ব্যাখ্যা কৰিছে যি আধুনিককালৰ [[চিমেন্ট]]ৰ সমগোত্রীয়সমগোত্ৰীয় আছিল। সেই সময়ত ভাৰতত বৰাহমিহিৰৰ দ্বাৰা উদ্ভাবিত এই ব্রজলেপব্ৰজলেপ বৃহৎ বৃহৎ দালানৰ কোঠাৰ ইটাৰ গাঁথনি তৈয়াৰত ব্যবহৃত হৈছিল।
* ''বৃহজ্জাতক'': জ্যোতিষবিদ্যাৰ ওপৰত এখন গ্রন্থ।গ্ৰন্থ।
 
ইয়াৰ উপৰিও তেওঁৰ অন্যান্য গ্রন্থবোৰগ্ৰন্থবোৰ হʼল, -
*''লঘুজাতক'': ই ''বৃহজ্জাতক''ৰেই সংক্ষিপ্ত সংস্কৰণ৷
*''বিবাহপতল'': ই বৈবাহিক কুণ্ডলীৰ বিষয়ে ৰচিত।
*''মহাযাত্রামহাযাত্ৰা'': ই সামৰিক জ্যোতিষবিদ্যা বিষয়ক গ্রন্থ৷গ্ৰন্থ৷
*''স্বল্পযাত্রাস্বল্পযাত্ৰা'': ই সামৰিক জ্যোতিষবিদ্যা বিষয়ক গ্রন্থ৷গ্ৰন্থ৷
*''যোগযাত্রাযোগযাত্ৰা'': ই সামৰিক জ্যোতিষবিদ্যা বিষয়ক গ্রন্থ৷গ্ৰন্থ৷
 
== জ্যোতির্বিজ্ঞানজ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষবিদ্যাৰ ক্ষেত্ৰত অৱদান ==
বৰাহমিহিৰক আধুনিক ভাৰতীয় জ্যোতির্বিজ্ঞানৰজ্যোতিৰ্বিজ্ঞানৰ জনক বোলা হয়। তেওঁৰ আগত ভাৰতবর্ষৰভাৰতবৰ্ষৰ জ্যোতিবির্জ্ঞানৰজ্যোতিবিৰ্জ্ঞানৰ মূল গ্রন্থগ্ৰন্থ আছিল ''বেদাঙ্গ জ্যোতিষ'', যিখন খ্ৰীষ্টপূৰ্ব চতুৰ্দশ শতিকাত ৰচিত হৈছিল। ইয়াৰ অনুসাৰে ৬৭টা চান্দ্রচান্দ্ৰ মাহেৰে গঠিত পাঁচ বছৰত এক যুগ হয় আৰু ইয়াত ৰাহু আৰু কেতু নামৰ দুটা ধাৰণাৰ দ্বাৰা সূর্যগ্রহণসূৰ্যগ্ৰহণ আৰু চন্দ্রগ্রহণচন্দ্ৰগ্ৰহণ ব্যাখ্যা কৰা হৈছিল। ''বেদাঙ্গ জ্যোতিষ'' প্রায়প্ৰায় ১৫০০ বছৰ ধৰি দক্ষিণ এছিয়াৰ জ্যোতির্বিজ্ঞানৰজ্যোতিৰ্বিজ্ঞানৰ প্রধানপ্ৰধান আকৰগ্রন্থআকৰগ্ৰন্থ (reference) হিচাপে চিহ্নিত হৈছিল। কিন্তু বৰাহমিহিৰে তেওঁৰ সূর্যসিদ্ধান্তসূৰ্যসিদ্ধান্ত নামে ৰচনাত যি সূর্যকেন্দ্রিকসূৰ্যকেন্দ্ৰিক ব্যবস্থাৰ কথা বর্ণনাবৰ্ণনা কৰিছিল, সেয়া আছিল বহু বেছি সঠিক। ফলত ইয়াৰ পাছত ভাৰতত তেওঁৰ দ্বাৰা বর্ণিতবৰ্ণিত ব্যবস্থাটিয়েই প্রচলিতপ্ৰচলিত হয়।
 
পশ্চিমীয় জ্যোতির্বিজ্ঞানতজ্যোতিৰ্বিজ্ঞানত বৰাহমিহিৰৰ জ্ঞান আছিল অপৰিসীম। তেওঁৰ মহাগ্রন্থমহাগ্ৰন্থ ''পঞ্চসিদ্ধান্তিকা''ত তেওঁ প্রথমেপ্ৰথমে ভাৰতীয় স্থানীয় জ্যোতির্বিজ্ঞানৰজ্যোতিৰ্বিজ্ঞানৰ ধাৰাবোৰৰ বর্ণনাবৰ্ণনা দিয়ে আৰু শেষৰ দুটা খণ্ডত পশ্চিমীয় জ্যোতির্বিজ্ঞানজ্যোতিৰ্বিজ্ঞান সম্বন্ধে আলোচনা কৰে। এইবিলাকত গ্ৰীক আৰু আলেকজেন্দ্ৰীয় ঘৰানাৰ গণনা, আনকি টলেমীয় গাণিতিক সাৰণিয়েও পূর্ণাঙ্গপূৰ্ণাঙ্গ ৰূপত স্থান পাইছে।
 
বৰাহমিহিৰৰ ৰচনাৱলীত খ্ৰীষ্টীয় ৬ষ্ঠ শতিকাৰ ভাৰতবৰ্ষৰ এক বিস্তৃত বর্ণনাবৰ্ণনা পোৱা যায়। তেওঁৰ মূল আকর্ষণআকৰ্ষণ আছিল জ্যোতির্বিজ্ঞানজ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষবিদ্যাৰ প্রতি।প্ৰতি। তেওঁ বাৰম্বাৰ জ্যোতিষীবিদ্যাৰ গুৰুত্বৰ ওপৰত লিখিছিল আৰু এই বিষয়ে বহু নিবন্ধ ৰচনা কৰিছিল, যেনে ৰাশিগণনাৰ ওপৰত দুখন বিখ্যাত গ্রন্থগ্ৰন্থ ''বৃহজ্জাতক'' আৰু ''লঘুজাতক''।
 
== গণিতশাস্ত্রতগণিতশাস্ত্ৰত অৱদান ==
বৰাহমিহিৰে গণিতৰ বহুকেইটা গুৰুত্বপূর্ণগুৰুত্বপূৰ্ণ সূত্রসূত্ৰ আবিষ্কাৰ কৰিছিল। ইয়াৰ ভিতৰত আছে নিম্নোক্ত ত্রিকোণমিতিকত্ৰিকোণমিতিক সূত্রসমূহসূত্ৰসমূহ:
:<math> \sin^2 x + \cos^2 x = 1 \;\!</math>
 
83 নং শাৰী:
:<math> \frac {1 - \cos 2x}{2} = \sin^2x </math>
 
তেওঁ পোন প্ৰথমে আর্যভট্টআৰ্যভট্ট প্রদত্তপ্ৰদত্ত ছাইন তালিকাৰ উন্নতি সাধন কৰিছিল; তেওঁ দিয়া মানবিলাক আছিল অধিকতৰ নিখুঁত। ইয়াৰ ফলত ভাৰতীয় জ্যোতির্বিদসকলেজ্যোতিৰ্বিদসকলে আৰু নিখুঁতভাৱে গণনা কৰাৰ সুযোগ পায়।
 
বৰাহমিহিৰে n সংখ্যক বস্তুৰ পৰা r সংখ্যক বস্তু পছন্দ কৰাৰ সমস্যা তথা "সমাবেশ"-ৰ (Combination) সমস্যা ভিন্নভাৱে সমাধান কৰাৰ প্রয়াসপ্ৰয়াস কৰিছিল। এই কাম কৰিবলৈ গৈ তেওঁ এক ধৰণৰ তালিকা নির্মাণনিৰ্মাণ কৰিছিল। এই তালিকাখনেই বহু শতাব্দী পিছত ইউৰোপত "'পাস্কেলৰ ত্রিভুজত্ৰিভুজ" (Pascal's triangle) নামেৰে পুনৰাবিষ্কৃত হয়।
 
== তথ্যসূত্ৰ ==
== তথ্যসূত্র ==
{{Reflist}}
 
"https://as.wikipedia.org/wiki/বৰাহমিহিৰ"ৰ পৰা অনা হৈছে