মেলেৰিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 107 interwiki links, now provided by Wikidata on d:q12156 (translate me)
র-ৰ পেট কাটি ৰ কৰা হ'ল
15 নং শাৰী:
| MeshNumber = C03.752.250.552
}}
'''মেলেৰিয়া''' ({{lang-en|Maleria}})ক সাধাৰনতে অতিপাত [[জ্বৰ]]ৰ এবিধ ৰোগ হিচাপেই জনা যায় । মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্রক্ষুদ্ৰ জীৱাণুৰ আক্রমণৰআক্ৰমণৰ ফলত এই ৰোগ হয় । মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ [[মহ]]ৰ দ্বাৰা সংক্রমিতসংক্ৰমিত হয় । সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে । এই বীজাণুৰ দ্বাৰা আক্রান্তআক্ৰান্ত মাইকী এন'ফিলিচ মহৰ লালটি গ্রন্থিতগ্ৰন্থিত মেলেৰিয়া বীজাণুবোৰ থাকে আৰু এনে মহে কামুৰিলেহে ৰোগ সংক্রমিতসংক্ৰমিত হয় । (অণুবীক্ষণ যন্ত্রৰযন্ত্ৰৰ সহায়ত মেলেৰিয়াৰ বীজাণুবোৰ চাব পৰা যায় ) এই বীজাণুবোৰে জীৱনৰ এছোৱা মানুহৰ গাত আৰু এছোৱা মহৰ গাত কটায় । যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এজন মেলেৰিয়া ৰোগীক কামোৰে তেতিয়া ই মানুহজনৰ তেজৰ লগতে মেলেৰিয়াৰ বীজাণুবোৰো নিজৰ দেহত সুমুৱাই লয় । যেতিয়া এই বীজাণুবোৰ মহৰ পেটত সোমায় তাৰ ১০-১২ দিনৰ পাছত ই ৰোগ সংক্রমিতসংক্ৰমিত কৰিব পৰা হয় । এনে ৰোগ বিয়পাব পৰা মহে এজন সুস্থ মানুহক কামুৰিলে মেলেৰিয়াৰ বীজাণুবোৰ মানুহজনৰ দেহত প্রৱেশপ্ৰৱেশ কৰে । তেনে ক্ষেত্রতক্ষেত্ৰত মানুহজন দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ ভিতৰত মেলেৰিয়াত আক্রান্তআক্ৰান্ত হয় । এজন মেলেৰিয়া ৰোগীৰ পৰাই বহুজনলৈ এই ৰোগ বিয়পিব পাৰে ।
 
==মেলেৰিয়াৰ লক্ষণ==
মেলেৰিয়া জ্বৰত সাধাৰণতে তিনিটা স্তৰ থাকে-
 
'''(১)''' '''শীতল অৱস্থা'''- এই অৱস্থাটো জাৰ জাৰ লগা ভাৱ,কঁপনি আৰু মূৰ কামুৰণিৰে আৰম্ভ হয় । ৰোগীয়ে লেপ-কম্বলজাতীয় গৰম কাপোৰ ল'বলৈ বিচাৰে । আঙুলিবোৰ আৰু ওঁঠ দুটা শুকাই যোৱাৰ ফলত এইবোৰৰ ৰং সামান্য নীলা চানেকীয়া হয় আৰু ৰোগীৰ গাৰ নোমবোৰ শিয়ঁৰি উঠে । এই অৱস্থাটো ১৫ মিনিট পৰা ১ ঘণ্টা পর্যন্তপৰ্যন্ত চলিব পাৰে ।
 
'''(২)''' '''উষ্ণ অৱস্থা''' - এই্ অৱস্থাত জ্বৰ ইমান বেচি হয় যে প্রচণ্ডপ্ৰচণ্ড উত্তাপ অনুভৱ কৰে আৰু গাৰ কাপোৰ পেলাই দিয়ে । ৰোগীৱ তীব্রতীব্ৰ মূৰ কামুৰণি হয় । মাজে মাজে ওকালি আহে আৰু বমিও হয় । এই অৱস্থা ১ ৰ পৰা ৬ ঘণ্টা পর্যন্ত্যপৰ্যন্ত্য থাকে । নাড়ীৰ স্পন্দন জোৰেৰে হয় । ৰোগীৰ খুব পিয়াঁহ লাগে ।
 
'''(৩)''' '''ঘর্মাক্তঘৰ্মাক্ত অৱস্থা'''- এই অৱস্থাত ৰোগী বৰকৈ ঘামে আৰু জ্বৰ কমি যায় । ৰোগী সাধাৰণতে গভীৰভাৱে টোপনি যায় আৰু সাৰ পালে দুর্বলদুৰ্বল অনুভৱ কৰে । এই অৱস্থা ২ ৰ পৰা ৪ ঘণ্টা পর্যন্ত্যপৰ্যন্ত্য থাকে ।
 
==মেলেৰিয়াৰ প্রকাৰপ্ৰকাৰ==
পৃথিৱীত মুঠ চাৰিবিধ মেলেৰিয়া ৰোগ আছে । সাধাৰণতে ভাৰতত ইয়াৰে তিনিবিধ মেলেৰিয়া ৰোগহে দেখা পোৱা যায় । এই তিনিবিধৰ ভিতৰতো দুবিধ হ'ল (১) ভাইভেক্স মেলেৰিয়া (সাধাৰণ বিধৰ মেলেৰিয়া) (২) ফেলচিপেৰাম মেলেৰিয়া (তীব্রতীব্ৰ বিধৰ মেলেৰিয়া) । ইয়াৰ পিছতে তৃতীয় বিধ তথা মাৰাত্মক হ'ল চেৰিব্রেলচেৰিব্ৰেল মেলেৰিয়া (মস্তিস্ক সংক্রান্তসংক্ৰান্ত অতি তীব্রতৰতীব্ৰতৰ মেলেৰিয়া) এইবিধ মেলেৰিয়া বৰ বিপদজনক । অতি শীঘ্রেশীঘ্ৰে চিকিৎসা ব্যৱস্থা নকৰিলে ৰোগী ২-৩ দিনৰ ভিতৰত মৃত্যু মুখত পৰিব পাৰে ।
পূর্বেপূৰ্বে ভাৰতত ভাইভেক্স বা সাধাৰণবিধ মেলেৰিয়াৰ প্রাদুর্ভাৱপ্ৰাদুৰ্ভাৱ আছিল আৰু ৰোগীৰ শতকৰা ৬০ ভাগৰ পৰা ৬৫ ভাগেই আছিল এইবিধ ৰোগীহে । শেহতীয়া ভাৱে এই ধাৰাটো বদলি হৈছে । আজিকালি ভয়াবহ পি ফেলচিপৰাম মেলেৰিয়া সকলো ঠাইতে বৃদ্ধি পাইছে।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/মেলেৰিয়া"ৰ পৰা অনা হৈছে