সম্পত্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q46737 (translate me)
র-ৰ পেট কাটি ৰ কৰা হ'ল
40 নং শাৰী:
অৰ্থাৎ এটা প্ৰতিষ্ঠানৰ মুঠ সম্পত্তিৰ মূল্য মুঠ দেনা আৰু অংশীদাৰসকলৰ প্ৰাপ্যৰ যোগফলৰ সমান।
 
জেনেৰেলী এক্চেপ্টেড একাউন্টিং প্রিন্সিপলছপ্ৰিন্সিপলছ চমুকৈ GAAP-ৰ নীতি অনুসৰি কোম্পানী এটাৰ উদৃত্ত মিলন পত্ৰখনত (বেলেঞ্চ শ্বিট) সম্পত্তিসমূহ কেইটামানত ভাগত ভগাই দেখুওৱা হয় আৰু ইয়াৰ নিয়মসমূহ দেশভেদে ভিন্ন হয়।<ref>Intermediate Accounting--Kieso, et. al</ref>
 
===অস্থাৱৰ সম্পত্তি===
64 নং শাৰী:
 
===অস্পৰ্শণীয় সম্পত্তি===
অস্পৰ্শণীয় সম্পত্তিৰ কোনো বাহ্যিক অস্তিত্ব বা অৱয়ব নাথাকে। পেটেন্ট, কপিৰাইট, সুনাম, ট্ৰেডমাৰ্ক, ট্ৰেডনেম আদি এনে সম্পত্তি। আমেৰিকান '''জেনেৰেলি এক্চেপ্টেড একাউন্টিঙ প্রিন্সিপলছৰপ্ৰিন্সিপলছৰ (GAAP)''' মতে সুনাম অৰ্থাৎ গুডৱিলৰ বাদে এই সম্পত্তিসমূহ ৫ৰপৰা ৪০ বছৰৰ ভিতৰত খৰছলৈ স্থানান্তৰ কৰি আঁতৰাই পেলাব লাগে।
 
ৱেবছাইটসমূহ ভিন্ন দেশত স্পৰ্শণীয় আৰু অস্পৰ্শণীয় দুই ধৰণে ভাগ কৰা হয়।
"https://as.wikipedia.org/wiki/সম্পত্তি"ৰ পৰা অনা হৈছে