সত্য সাই বাবা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র-ৰ পেট কাটি ৰ কৰা হ'ল
216 নং শাৰী:
 
==সমালোচনা==
সাই বাবাৰ সমালোচকে তেওঁৰ ওপৰত হাতৰ চাফাই, যৌন নিৰ্যাতন, কলা ধন ৰখা, সেৱা প্রকল্পতপ্ৰকল্পত গাফিলতি কৰা আৰু হত্যা আদিৰ অবভিযোগ আনিছে।<ref name="news.bbc.co.uk"/><ref name=Palmer116/>
 
১৯৭২ চনত আব্ৰাহম কাভুৰে প্ৰথমবাৰৰ বাবে সত্য সাই বাবাক মুকলৈভাৱে সমালোচনা কৰিলে,<ref name="srisathyasaibabaandthepress">Ruhela S.P., ''Sri Sathya Sai Baba and the Press'', pp. 1–5, 1997 ISBN 81-7533-041-4</ref> যেতিয়া তেওঁ এজন ভক্তই মুকলিকে কৰা দাবী এটা চালে<ref name="srisathyasaibabaandthepress" /> যে সত্য সাই বাবাই চেইক' ঘড়ীৰ এটা নতুন মডেলৰ সৃষ্টি কৰিলে, আৰু দাবীটো মিছা পালে।<ref name="sathyasaibabasgrace">Ruhela S.P., ''How to Receive Sri Sathya Sai Baba's Grace'', pp. 277, 2006 ISBN 81-7182-089-1</ref><ref name=OutlookSingh>{{cite web|title=The Spell Breaker|url=http://www.outlookindia.com/article.aspx?262445|publisher=Outlook|accessdate=16 October 2013|author=Rahul Singh|date=2 November 2009}}</ref>