সুমথিৰা টেঙা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র-ৰ পেট কাটি ৰ কৰা হ'ল
24 নং শাৰী:
 
 
'''সুমথিৰা টেঙা বা কমলা টেঙা ''' ({{lang-en|Orange}}) বৈজ্ঞানিক নাম - Citrus Sinensis ৷ সুমথিৰা টেঙাৰ ভিতৰত 'খাছি মান্দাৰিন' (Khasi mandarin) নামৰ জাতটো [[অসম]]ত অতি জনপ্ৰিয় আৰু [[অসম]]ৰ ঠাই বিশেষে এই জাতৰ সুমথিৰাৰ খেতি ব্যাপক মাত্ৰাত কৰা হয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু আৰু [[মাটি]] সুমথিৰা বা কমলা খেতিৰ বাবে উপযোগী৷ <ref name="গ্ৰন্থ ১"</ref>{{cite journal | title= অসমত পোৱা কেইবিধমান ছাইট্ৰাছ ফলৰ পৰিচয় আৰু ব্যৱহাৰ| author= ড° অন্নজ্যোতি গগৈ| journal= প্ৰান্তিক| year= ২০০৮| month= ১৬ - ৩০ জুন | volume= ২৭শ বছৰ | issue= ১৪শ সংখ্যা| pages=পৃষ্ঠা ৩৬ }}</ref> সুমথিৰা টেঙা উদ্ভিদ জগতৰ Rutaceae গোত্রৰগোত্ৰৰ (family) Citrus জাতিৰ (genus) অন্তর্ভুক্তঅন্তৰ্ভুক্ত । এই ফলবোৰৰ অনেক প্রকাৰপ্ৰকাৰ (species) পৃথীৱীৰ বিভিন্ন প্রান্ততপ্ৰান্তত সিঁচৰতি হৈ আছে।
অসমত যিবিধ ফলক সুমথিৰা বা কমলা টেঙা বুলি কওঁ , সেইবিধ মান্দাৰিণ অৰেঞ্জ গোটৰ ফল। ভাৰতত অঞ্চলভেদে এই গোটটোৰ বহুকেইটা প্রকাৰপ্ৰকাৰ আছে। উত্তৰ-পূর্বাঞ্চলতপূৰ্বাঞ্চলত পোৱা বিধক ইংৰাজীত খাছি মান্দাৰিণ কোৱা হয়। সেইদৰে [[নাগপুৰ]] অঞ্চলত পোৱা বিধৰ ইংৰাজী নাম নাগপুৰ মান্দাৰিণ । [[অসম]]ৰ কোনো কোনো অঞ্চলত এই গোটৰ ফলৰ আকাৰ সৰু, বাকলি পাতল আৰু মিহি হোৱালৈ লক্ষ্য কৰি এনেবোৰ ফল Loose –skinned orangeৰ অন্য এটা প্রকাৰপ্ৰকাৰ নতুবা প্রাকৃতিকপ্ৰাকৃতিক বর্ণবৰ্ণ সংকৰ (natural hybrid) যেন অনুমান হয়। [[ভাৰত]]ৰ বিভিন্ন অঞ্চলত মান্দাৰিন গোটৰ বহুকেইটা প্রকাৰপ্ৰকাৰ ইতিমধ্যে পোৱা গৈছে। সেয়েহে এই দিশত গৱেষণাৰ প্রয়োজনপ্ৰয়োজন আছে।
[[File:Navel orange sectioned.jpg|thumb|right|alt=refer to caption|A navel orange, peeled and sectioned; the underdeveloped twin fruit is located on the bottom right]]