হাইঠা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র-ৰ পেট কাটি ৰ কৰা হ'ল
18 নং শাৰী:
হাইঠা ({{Lang-en| [[:en:Green pigeon|Green pigeon]] }}) এবিধ পাৰজাতীয় চৰাইৰ প্ৰজাতি৷ ই সাধাৰণতে সৰু ফল-মূল আদি খায়৷ ইহঁতক যোৰ পতা অৱস্থাত অথবা সৰু গোটত চৰা দেখা যায়৷
==বিৱৰণ==
অন্য ৰঙৰ লগতে থকা সেউজীয়া পাখি ইয়াৰ বিশেষ বিশেষত্ব ৷ সেইবাবেই ইহঁতক ''গ্রীনগ্ৰীন পিজন'' ([[:en:Green pigeon|Green pigeon]])বুলি কোৱা হয় । আকাৰ ২৭ চেন্টিমিটাৰৰপৰা ৩৩ চেন্টিমিটাৰ পৰ্যন্ত ।
 
==বিতৰণ==
হাইঠা সাধৰণতে বিষুৱীয় অঞ্চলত অৰ্থাৎ [[এছিয়া]]ৰ [[হিমালয়]]ৰ পৰা সমগ্ৰ [[আফ্রিকাআফ্ৰিকা]] মহাদেশতে বিস্তৃত হৈ আছে । এছিয়াৰ [[হিমালয়]]ৰ নামনি অঞ্চলৰ পৰা পূব আৰু পশ্চিম পৰ্বতমালা (Western and Eastern Ghats) আৰু শ্ৰীলংকাৰ বনাঞ্চল সমূহলৈকে দেখা পোৱা যায়৷<ref>{{cite journal|author=Ferguson,HS; Bourdillon,TF |year=1904 | title=The birds of Travancore with notes on their nidification. Part III.|journal = J. Bombay Nat. Hist. Soc. |volume=16|issue =1| pages=1–18| url=http://www.archive.org/stream/journalofbombayn16abomb#page/1/mode/1up/}}</ref>তাৰোপৰি ইহঁতক [[ম্যানমাৰ]],[[থাইলেণ্ড]], [[ভিয়েটনাম]] আদিতো দেখা যায়৷ <ref>{{cite journal|author= Eates, KR |year= 1938| title= Occurrence of the Lesser Orange-breasted Green Pigeon (''Dendrophasa bicincta bicincta'') at Keamari, Sind|journal= J. Bombay Nat. Hist. Soc. |volume = 40| issue=2| pages=330–331}}</ref>
==আচৰণ==
[[File:VinagoBicinctaJerdon.jpg|thumb| ১৮৪৭ চনৰ বৰ্ণনাত হাইঠা]]
30 নং শাৰী:
হাইঠাৰ প্ৰজনন কাল সাধাৰণতে ভাৰতত মাৰ্চৰ পৰা চেপ্টেম্বৰ মাহলৈকে হোৱা দেখা যায়৷ শ্ৰীলংকাত ইহঁতে ডিচেম্বৰৰ পৰা মে মাহ পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়৷ ইয়াৰ বাহটো গছৰ ডাল-পাত আদিৰে সাজে৷ এবাৰত ই দুটাকৈ বগা বৰণৰ কণী পাৰে৷ মতা-মাইকী উভয়ে কণী উমনি দিয়ে৷ ১২-১৪ দিনৰ উমনিৰ অন্তত কণী ফুটি পোৱালিৰ জন্ম হয়৷ <ref>{{cite book|author= Baker, EC Stuart |year=1913| title= Indian pigeons and doves|publisher=Witherby and Co.|pages= 49–55|url= http://www.archive.org/stream/indianpigeonsdov00bake#page/49/mode/1up}}</ref>
 
==প্ৰকাৰ==
==প্রকাৰ==
[[পৃথিৱী]]ত হাইঠাৰ কেইবা বিধ উপ-প্রজাতিপ্ৰজাতি দেখা গৈছে । তাৰে [[অসম]]ত দেখা প্রজাতিকেইটাপ্ৰজাতিকেইটা হ'ল-
*[[বৰহাইঠা]], {{Lang-en| [[:en:Thick-billed Green Pigeon |Thick-billed Green Pigeon]]}}, (''Treron curvirostra'')
* [[কমলা-বুকুৰ হাইঠা]], {{Lang-en| [[:en:Orange-breasted Green Pigeon|Orange-breasted Green Pigeon]]}}, (''Treron bicinctus'')
"https://as.wikipedia.org/wiki/হাইঠা"ৰ পৰা অনা হৈছে