হিউৱেন-চাং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র-ৰ পেট কাটি ৰ কৰা হ'ল
36 নং শাৰী:
}}
 
'''হিউৱেন-চাঙ''' ({{lang-en|Xuanzang}}) এজন [[বৌদ্ধ ধৰ্ম|বৌদ্ধ ধৰ্মীয়]] চীনা পৰিব্ৰাজক আছিল। তেখেত এজন বিশ্ববিখ্যাত তীর্থযাত্ৰীতীৰ্থযাত্ৰী, যিজনে ষোল্ল বছৰ কাল [[ভাৰত]]ত বৌদ্ধ ধর্মৰধৰ্মৰ ধর্মীয়ধৰ্মীয় গ্ৰন্থবোৰ [[সংস্কৃত ভাষা]]ৰপৰা নিজৰ ভাষালৈ অনুবাদ কৰাত ব্যস্ত আছিল। বৌদ্ধ ভীক্ষু ককায়েকৰ অনুপ্ৰেৰণাতে তেওঁ বৌদ্ধ ধর্মৰধৰ্মৰ প্ৰতি আকর্ষিতআকৰ্ষিত হয় আৰু তেৰ বছৰ বয়সতে বৌদ্ধ ধর্মৰধৰ্মৰ শৰণাপন্ন হয়। তেখেতৰ জন্ম শিক্ষিত পৰিয়ালত। ৬১৮ খ্রীষ্টাব্দতখ্ৰীষ্টাব্দত হেনান প্রদেশৰপ্ৰদেশৰ ঘৰুৱা যুদ্ধত তেখেত আৰু তেখেতৰ ককায়েক চিচুৱান পর্বততপৰ্বতত শৰণার্থীশৰণাৰ্থী হৈ পৰে। সেই সময়ছোৱাতে তেখেতে বৌদ্ধ ধর্মৰধৰ্মৰ গ্রন্থগ্ৰন্থ অধ্যয়নত মনোনিৱেশ কৰে। তেনে গ্রন্থবোৰতগ্ৰন্থবোৰত কিছু অসংযত কথাৰ বিমোৰত পৰি তাৰে স্থানীয় পণ্ডিতৰ পৰা কোনো মনে মিলা সমাধান নোপোৱাত ভাৰতবর্ষভাৰতবৰ্ষ ভ্রমণৰভ্ৰমণৰ মন মেলে, কিজানিবা সমাধান বিচাৰি পায়েই। তেনেকৈয়ে পণ্ডিত চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ ষোল্ল বছৰীয়া তীর্থযাত্ৰাতীৰ্থযাত্ৰা আৰম্ভণি হয়।
 
==হিউৱেন-চাঙৰ লিখনিত অসম==
[[পুষ্য বর্মাবৰ্মা]]ই (ৰাজত্বকাল ৩৫০-৩৭৪ খ্ৰীষ্টাব্দ) প্ৰতিষ্ঠা কৰা [[বর্মাবৰ্মা বংশ]]ৰ ত্ৰয়োদশ ৰজা [[কুমাৰ ভাস্কৰ বর্মাবৰ্মা]]ৰ (ৰাজত্বকাল ৬০০-৬৫০ খ্ৰীষ্টাব্দ) ৰাজত্বকালত হিউৱেন-চাঙ [[কামৰূপ ৰাজ্য|কামৰূপ]]লৈ (পুৰণি অসম) আহিছিল। পুষ্য বর্মাবৰ্মা [[শ্ৰীকৃষ্ণ]] যুগৰ [[ভগদত্ত]]ৰ বংশধৰ বুলি কোৱা হয়। কাৰণ তেখেতৰ বংশৰ তথ্যসমূহৰ [[নৰক বংশ]]ৰ [[নৰকাসুৰ ৰজা|নৰকাসুৰ]], ভগদত্ত আৰু [[ব্ৰজদত্ত]]ৰ লগত সাদৃশ্য থকা দেখা যায়। ভাস্কৰ বর্মাবৰ্মা, বর্মাবৰ্মা বংশৰ এজন সুপ্ৰসিদ্ধ ৰজা নামে জনাজাত। তেখেত চিৰকুমাৰ আছিল বাবে উত্তৰাধিকাৰী কোনো নথকাত মৃত্যুৰ পিছত [[শালস্তম্ভ]]ই [[শালস্তম্ভ বংশ|শালস্তম্ভ]] বা [[ম্লেচ্ছৰাজ বংশ]]ৰ প্ৰতিস্থা কৰে। উত্তৰ ভাৰতৰ ৰজা [[হৰ্ষবৰ্দ্ধন]] বা শীলাদিত্য, কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক আছিল।
 
চীনা পৰিব্ৰাজক হিউৱেন চাঙ [[নালন্দা বিশ্ববিদ্যালয়]]ত বৌদ্ধ ধর্মৰধৰ্মৰ চর্চাৰচৰ্চাৰ বাবে ভাৰত ভ্ৰমণলৈ আহোতে ৬৪২-৪৩ খ্ৰীষ্টাব্দত ৰজা ভাস্কৰ বর্মাৰবৰ্মাৰ আমন্ত্ৰণত অসমক এবাৰ দেখা কৰি যায়। তেতিয়া ৰজা ভাস্কৰ বর্মাৰবৰ্মাৰ কনৌজৰ ৰজাৰ লগত মধুৰ সম্পর্কসম্পৰ্ক গঢ়ি উঠাৰ হেতুকে তেখেতৰ ৰাজসভাৰপৰা হিউৱেন-চাঙক আমন্ত্ৰণত কোনো আঁচোৰ পৰা নাছিল। চীনা পৰিব্ৰাজকজনে অসমত ৰজাৰ সমতুল্য সেৱাত অতিথিৰূপত এমাহ কাল কটাইছিল। তেখেত ৰজাৰ অতিথি সেৱাত সন্তষ্ট হৈছিল। সেই এমাহ কালতে দেখি পোৱা অসম(কামৰূপ)ৰ ভৌগোলিক আৰু জীৱন-যাত্ৰাৰ বিষয়ে কিছু কথা লিখি থৈ যায়।
 
তেখেতৰ লিখনিৰপৰা জানিব পাৰি যে তেখেতে পূবে ৫৮০কি:মি: অর্থাৎঅৰ্থাৎ পুন্দ্ৰবর্দ্ধনাৰপুন্দ্ৰবৰ্দ্ধনাৰ পৰা ডাঙৰ এখন নদী কৰতোয়া পাৰ হৈ কামৰূপত প্রৱেশপ্ৰৱেশ কৰিছিল। নদীখনক তেখেতে ক’-ল’-তু’ বুলি ‘চাঙ-ছু’ খনত উল্লেখ কৰিছে। কামৰূপখন প্রায়প্ৰায় ১৭০০মাইল বিস্তৃত আছিল। ইয়াৰে পূর্বভাগপূৰ্বভাগ পাহাৰেৰে আবৃত আৰু পশ্চিমে [[চীন]]ৰ লগত লগ হৈ আছিল। ইয়াৰেপৰা অনুমান কৰিব পাৰি যে ভাস্কৰ বর্মাৰবৰ্মাৰ ৰাজ্যখন চীনৰপৰা [[বার্মাবাৰ্মা]]লৈকে বিস্তীর্ণবিস্তীৰ্ণ আছিল। তেখেতৰ বর্ণনামতেবৰ্ণনামতে কামৰূপ ৰাজ্যৰ ভিতৰত বর্তমানৰবৰ্তমানৰ অসমৰ প্রায়প্ৰায় সকলো অংশ আৰু [[বিহাৰ]], উত্তৰ আৰু পূব বংগও সংযুক্ত হৈ আছিল। ৰাজ্যখনৰ পূবৰ পাহাৰীয়া জনজাতি এলেকাবোৰ তেতিয়া সভ্যতাৰ ৰূপ পোৱা নাছিল বুলি কৈছে। তেখেতে উল্লেখ কৰিছে যে কামৰূপৰ দক্ষিণ-পূব অংশত জাক জাক বনৰীয়া হাতীয়ে মুক্তভাবে ঘূৰি ফুৰিছিল। হয়তো ঠাইখন ধনশিৰি আৰু কপিলি উপত্যকাৰে অংশ আছিল।
 
তেতিয়া কামৰূপৰ ৰাজধানী [[প্রাগজ্যোতিষপুৰপ্ৰাগজ্যোতিষপুৰ]] আছিল। যি অংশত বর্তমানবৰ্তমান [[গুৱাহাটী]] অৱস্থিত। ৰাজধানীখন প্রায়প্ৰায় ৫ মাইল বিস্তৃত আছিল। কিন্তু চহৰখন কিহৰ ভিত্তিত গঢ়ি উঠিছিল, উন্নত গাঁও হিচাপে নে আন কিবা ৰূপে ইত্যাদি কথা বৰ্ণনা কৰা হোৱা নাই। জনসাধাৰণৰ জীৱিকা ঘৰুৱা খেতিৰ ওপৰতে নির্ভৰনিৰ্ভৰ আছিল। খেতিবোৰ নিয়মিতভাৱে কৰা হৈছিল। সেইবোৰৰ ভিতৰত কঁঠাল আৰু নাৰিকল অধিকৰূপত উৎপাদন হোৱা বুলি উল্লেখ কৰিছে। যদিও ঠাইখন পাহাৰেৰে আবৃত আছিল তথাপি ই নামনিত অৱস্থিত আছিল আৰু ইয়াৰ জলবায়ু সেমেকা আছিল। ঠাইখনৰ খেতিপথাৰবোৰ সাৰুৱা আছিল আৰু জলসিঞ্চনৰ ব্যৱস্থাও উন্নত আছিল। ৰজা ভাস্কৰ বর্মাইবৰ্মাই চীনলৈ উভতা সময়ত তীর্থযাত্ৰীসকলকতীৰ্থযাত্ৰীসকলক ৰ’দ-বৰষুণৰপৰা ৰেহাই পাবপৰাকৈ জীৱ-জন্তুৰ ছাল দি পঠাইছিল।
 
পৰিব্রাজকপৰিব্ৰাজক পণ্ডিত হিউৱেন চাঙে কামৰূপৰ জনসাধৰণৰ বিষয়ে এইদৰে উল্লেখ কৰিছে যে ঠাইখনৰ জনসাধৰণৰ আচৰণবোৰ সহজ আৰু সৰল। মানুহবোৰ চাপৰ আৰু ছালৰ বৰণ কৃষ্ণ-পীত বৰণীয়া। মানুহবোৰত কিছু উগ্রউগ্ৰ আৰু কিছু বর্বৰতাৰবৰ্বৰতাৰ চাপ আছিল। সিহঁতে কিছুমান কাম ততালিকে নভবাকৈ কৰিছিল। সিহঁতৰ স্মৰণ শক্তি সক্ৰিয় আছিল। সিহঁত অধ্যয়নৰ প্রতিপ্ৰতি বৰ আগ্রহীআগ্ৰহী আছিল। বামুণ সকলৰ বসবাসে আৰু আর্যআৰ্য সকলৰ সাহায্যতে কামৰূপত শৈক্ষিক পৰিৱেশৰ পাহি মেলিছিল। আৰু ইয়াৰে ছাত্ৰবোৰ নালন্দা বিশ্ববিদ্যালয়তো অধ্যয়ন কৰিবলৈ গৈছিল। তেতিয়া গৱেষণা, তর্কতৰ্ক আদিয়ে ছাত্ৰবোৰৰ মাজত প্রাধান্যপ্ৰাধান্য পাইছিল। কিছুমান তথ্য যুক্তি-তর্কৰতৰ্কৰ মাজেদি সত্য-অসত্য নিৰূপণৰে উপস্হাপন কৰা হৈছিল।
 
কামৰূপৰ মানুহে দেৱ-দেৱীক পূজা-অর্চনাঅৰ্চনা কৰিছিল। পূজাস্হলৰূপে এশটাতকৈ অধিক দেৱ-দেৱীৰ মঠ-মন্দিৰ আছিল। বামুণৰ পূজা-অর্চনাৰঅৰ্চনাৰ পদ্ধতি বৌদ্ধ ধর্মৰধৰ্মৰ লগত কিছু সাদৃশ্য আছিল। হয়তো [[হিন্দু]] হৈও আন ধর্মৰধৰ্মৰ মিশ্রিতমিশ্ৰিত ৰূপৰ প্রৱাহপ্ৰৱাহ ধাৱমান আছিল। <ref> ৰাজেশ্বৰ ৰাভা,হিউৱেন চাঙৰ অসম ভ্ৰমণ, বৰ্হমথুৰি (এন আই টি শিলচৰৰ বসন্ত আলোচনী)</ref>
 
==তথ্যসূত্ৰ==