হীৰেন গোহাঁই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:জীৱিত ব্যক্তি যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
র-ৰ পেট কাটি ৰ কৰা হ'ল
35 নং শাৰী:
| website =
}}
'''ড° হীৰেন গোহাঁই''' ({{lang-hi|हीरेन गोहाँइ}}, {{lang-en|Hiren Gohain}}), [[অসমীয়া]] আৰু [[ইংৰাজী]] সাহিত্যৰ এজন প্ৰতিষ্ঠিত [[সাহিত্যিক]] আৰু [[সমালোচক]]<ref>{{cite news |title=Assamese Intellectuals Angry Over 'Injustice' to Gohain |url=http://news.outlookindia.com/items.aspx?artid=675108 |work=[[Outlook (magazine)|Outlook]] |date=23 February 2010 |accessdate=1 December 2011 }}</ref>। ইয়াৰ উপৰিও তেখেত এজন [[কবি]], <ref>{{cite book |title=Contemporary Indian literature and society |last=Jotwani |first=Motilal Wadhumal |page=6 |year=1979 |publisher=Heritage |location=New Delhi |oclc=5898943 }}</ref> সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক। <!-- তেখেতে নিজৰ সাহিত্যিক কৰ্মৰাজীৰে আন্তৰাষ্ট্ৰীয়ভাৱে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ [[অসম]]ৰ [[ৰাজনীতি]]ৰ লগতো জড়িত <<কেনেকৈ জড়িত?>>। -->তেখেত ১৯৩৯ চনত [[অসম]]ৰ [[গোলাঘাট]] চহৰত জন্মগ্ৰহন কৰিছিল। তেখেতৰ পিতৃ স্বৰ্গীয় '''মহেন্দ্ৰনাথ গোহাঁই''' আৰু মাতৃ স্বৰ্গীয় '''শৰৎকুমাৰী গোহাঁই'''। মহেন্দ্ৰ নাথ গোহাঁই শিক্ষক আছিল। তেওঁ পূৰ্বে [[গুৱাহাটী]] আৰু [[বৰপেটা]] জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল আৰু অৱসৰৰ পাছত আৰ্য বিদ্যাপীঠত অধ্যক্ষৰূপে কাম কৰিছিল।<ref name="হীৰেন গোহাঁই">{{cite book | title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া | author=সমীন কলিতা | year=২০০৮ | pages=১৩৭}}</ref> উত্তৰ গুৱাহাটীত তেখেতৰ পৈত্ৰিক ঘৰ আছিল। ড° গোহাঁই [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ [[ইংৰাজী]] বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি কিছুবছৰ পূর্বেপূৰ্বে অৱসৰ লৈছে।
 
== শিক্ষা==