হেইডি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিলিংক
র-ৰ পেট কাটি ৰ কৰা হ'ল
10 নং শাৰী:
| cover_artist =
| country = [[ছুইজাৰলেণ্ড]]
| language = [[জার্মানজাৰ্মান ভাষা|জার্মানজাৰ্মান]]
| series =
| subject =
31 নং শাৰী:
| wikisource =
}}
'''''হেইডি''''' দুটা খণ্ডত প্রকাশিতপ্ৰকাশিত এক [[ছুইজাৰলেণ্ড]] দেশীয় কল্প কাহিনী, প্রথমপ্ৰথম খণ্ড-হেইডিৰ শিক্ষণ আৰু ভ্রমণৰভ্ৰমণৰ কালছোৱা({{lang-en|Heidi's years of learning and travel}},{{lang-de|Heidis Lehr- und Wanderjahre}}) আৰু দ্বিতীয় খণ্ড-হেইডিয়ে যি শিকিলে তাক ব্যৱহাৰ কৰিলে ({{lang-en|Heidi makes use of what she has learned}},{{lang-de|Heidi kann brauchen, was es gelernt hat}})।<ref>[http://books.google.com/books?id=SmkZAAAAYAAJ&pg=PR3&lpg=PR3&dq=heidi+two+parts&source=bl&ots=OR1E25r6Xq&sig=8hwYYcDcesWw4q429AAc4QKWZj0&hl=en&ei=T2c3TpBg5-XRAfrqtb4D&sa=X&oi=book_result&ct=result&resnum=8&ved=0CFAQ6AEwBw#v=snippet&q=same%20subtitle&f=false Nathan Haskell Dole], translator of the 1899 edition</ref> আল্প্‌ছ পর্বতীয়পৰ্বতীয় অঞ্চলত থকা ককাদেউতাকৰ তত্ত্বাৱধানত ডাঙৰ হোৱা হেইডি নামৰ কণমানি ছোৱালীজনীৰ জীৱনত ঘটা ঘটনাবোৰৰ ওপৰত এই উপন্যাস খন ৰচিত। ১৮৮০ চনত ছুইছ লেখিকা [[য়'হানা স্পাইৰি]]য়ে শিশু আৰু শিশুপ্রেমীশিশুপ্ৰেমী সকলৰ বাবে (ইয়াৰ উপশীর্ষকৰউপশীৰ্ষকৰ পৰা আহৰণ কৰা মতে) ইয়াক ৰচনা কৰে।
 
হেইডি সর্বকালৰসৰ্বকালৰ সর্বাধিকসৰ্বাধিক বিক্রীবিক্ৰী হোৱা [[উপন্যাস]]সমূহৰ ভিতৰত এখন আৰু ছুইছ [[সাহিত্য]]ৰ শ্রেষ্ঠশ্ৰেষ্ঠ সাহিত্যকর্মসমূহৰসাহিত্যকৰ্মসমূহৰ ভিতৰত অন্যতম।<ref>{{cite web | title=Swiss Literature (old link) | last= | first= | work=revue.ch | url=http://www.revue.ch/swisskids_en/schweizer_geschichten/SG7_eng_juli.php | date= | accessdate=March 4, 2008 | archiveurl = http://web.archive.org/web/20071018001042/http://revue.ch/swisskids_en/schweizer_geschichten/SG7_eng_juli.php| archivedate = October 18, 2007}}</ref><ref>{{cite web | title=Swiss Literature | last= | first= | work=admin.ch | url=http://ead.nb.admin.ch/web/swissinfodesk/cultl-en.html | date= | accessdate=March 4, 2008 | archiveurl = http://web.archive.org/web/20080206223105/http://ead.nb.admin.ch/web/swissinfodesk/cultl-en.html| archivedate = February 6, 2008}}</ref>
==কাহিনীৰ সাৰাংশ==
39 নং শাৰী:
এডেলহেইড (যাক সকলোৱে হেইডি বুলি চিনি পায়) এজনী সৰু ছোৱালী যাক মাক দেউতাকৰ মৃত্যুৰ পিছত মাহীয়েক ডেটিয়ে কিছুবছৰ ডাঙৰ দীঘল কৰে। হেইডিৰ পাঁচ বছৰ বয়সত ডেটিয়ে তাইক গাঁওৰ মানুহবোৰৰ পৰা সদায়ে আঁতৰি থকা এম খুড়া হিচাপে পৰিচিত হেইডিৰ ককাদেউতাকৰ ঘৰত থৈ আহে।
 
প্রথমাৱস্থাতপ্ৰথমাৱস্থাত হেইডি অহাক লৈ তেওঁ খুব অসন্তুষ্ট হয় কিন্তু হেইডিয়ে তেওঁৰ কঠোৰ আৱৰণৰ ভিতৰত লুকাই থকা সৰলমনা মানুহজনক চিনি পাই আৰু দুয়ো দুয়োৰে সংগ উপভোগ কৰিবলৈ লয়। তাত হেইডি পিটাৰ নামৰ ছাগলীৰখীয়া ল'ৰা এটাৰ লগত অন্তৰংগ বন্ধু হৈ পৰে।
তিনি বছৰ পিছত ডেটিয়ে হেইডিক ১২ বছৰীয়া ক্লাৰা ছেছমেন নামৰ বেমাৰী ছোৱালী এজনীৰ সংগী হ'বলৈ ফ্রেংকফুর্টলৈফ্ৰেংকফুৰ্টলৈ লৈ যায়।
সময়ে সময়ে গৃহপৰিচাৰিকা ফ্রলিনফ্ৰলিন ৰটেনমেয়াৰৰ লগত খকা-খুন্দা লাগি থাকি হেইডিয়ে ক্লাৰাৰ লগত এবছৰ কাল কটায় আৰু উভতি আহিবলৈ উত্রাৱলউত্ৰাৱল হৈ পৰে। ঘৰলৈ গৈ পিটাৰৰ অন্ধ বুঢ়ীমাকক সাধু পঢ়ি শুনাবলৈ হেইডিয়ে পঢ়া শুনা শিকিবলৈ মন মেলে। হেইডিৰ ক্রমাত্‍ক্ৰমাত্‍ পৰি অহা স্বাস্থ্য আৰু টোপনিত খোজ কাঢ়িবলৈ লোৱা বেমাৰ দেখি ক্লাৰাৰ ডাক্তৰে হেইডিক ঘৰলৈ লৈ যোৱাৰ পৰামর্শপৰামৰ্শ দিয়ে। হেইডিক আগবঢ়াই আনিবলৈ বহুবছৰৰ মূৰত ককাদেউতাকে গাঁৱলৈ নামি যায় আৰু তেওঁ পুনৰ গাঁওবাসীৰ ওচৰ চাপি যায়।
 
হেইডি আৰু ক্লাৰাৰ বন্ধুত্ব অটুট থাকে আৰু ডাক্তৰৰ পৰামর্শমতেপৰামৰ্শমতে হেইডিহঁতৰ ঘৰলৈ গ্রীষ্মকালটোগ্ৰীষ্মকালটো কটাবলৈ আহে। ছাগলীৰ গাখীৰ আৰু সতেজ পাহাৰীয়া বতাহে ক্রমেক্ৰমে ক্লাৰাক সুস্থ কৰি তোলে। ইপিনে হেইডিয়ে পিটাৰকো লিখা পঢ়া শিকাই। কিন্তু হেইডিয়ে ক্লাৰাক অধিক গুৰুত্ব দিয়াত সি ঈর্ষান্বিতঈৰ্ষান্বিত হয় আৰু ক্লাৰাৰ হুইলচেয়াৰখন পাহাৰৰ পৰা তললৈ পেলাই দিয়ে। হুইলচেয়াৰখন নথকাত ক্লাৰাই খোজ কাঢ়িবলৈ চেষ্টা কৰে আৰু সফল হয়। এয়া দেখি ক্লাৰাৰ পৰিয়ালৰ সকলোটি আনন্দত আত্মহাৰা হয় আৰু ককাদেউতাকে নোৱাৰা হ'লে হেইডিক আশ্রয়আশ্ৰয় দিবলৈ আগ্রহআগ্ৰহ প্রকাশপ্ৰকাশ কৰে।
 
==চলচ্চিত্রচলচ্চিত্ৰ,টেলিভিছন আৰু মঞ্চ অভিযোজন==
হেইডিৰ মূল কাহিনীৰ পৰা প্রায়প্ৰায় ২০ খন [[চলচ্চিত্ৰ]] তথা [[ধাৰাবাহিক]] নির্মাণনিৰ্মাণ কৰা হৈছে। এই ছবিসমূহ সকলোতে জনপ্রিয়জনপ্ৰিয় হৈছিল আৰু বিশ্বৰ বিভিন্ন দেশত [[এনিমেছন]] ছবিৰ এক আদর্শআদৰ্শ স্থাপন কৰিছিল। যদিও কিতাপখনত হেইডিক কলা,কেঁকোৰা চুলিৰ ছোৱালী হিচাপে বর্ণনাবৰ্ণনা কৰা হয়,অধিকাংশ ছবিতেই তাইক সোণালীচুলীয়া হিচাপেহে চিহ্নিত কৰা হৈছে।
এই ছবি তথা ধাৰাবাহিক সমূহ আছিল:
*হেইডি, ১৯৩৭ চনত নির্মিতনিৰ্মিত এক ছবি যত শ্বার্লিশ্বাৰ্লি টেম্পলে নাম ভূমিকাত অভিনয় কৰিছিল।
*হেইডি, ১৯৫২ চনত ছুইছ জার্মানজাৰ্মান আৰু [[জার্মানজাৰ্মান ভাষা]]ত নির্মিতনিৰ্মিত,লুইগি কমেনচিনি নির্দেশিতনিৰ্দেশিত,ইছবেথ চিগমাণ্ড অভিনীত এক ছবি যাৰ ১৯৫৫ চনত "হেইডি আৰু পিটাৰ" নামৰ এক ছিকুৱেল নির্মাননিৰ্মান কৰা হয় য'ত ইছবেথ চিগমাণ্ডেই অভিনয় কৰিছিল আৰু যাৰ নির্দেশকনিৰ্দেশক আছিল ফ্রেঞ্জফ্ৰেঞ্জ স্নাইডাৰ।
*হেইডি, র্গালৰ্গাল অফ দ্য এল্পছ,১৯৭৪ চনত ইছাও টাকাহাটাৰ দ্বাৰা নির্দেশিতনিৰ্দেশিত এক জাপানী এনিমেশ্যন শৃংখলা যাৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছে। ইয়াৰ পৰা পিছত দ্য ষ্ট'ৰী অফ হেইডি নামৰ এক ইংৰাজী ভাষী ছবি নির্মিতনিৰ্মিত হয়।
*হেইডি, ১৯৭৪ চনত এমা ব্লেক অভিনীত বি.বি.চিৰ দ্বাৰা নির্মিতনিৰ্মিত ছবি।
*হেইডিজ চং, ১৯৮২ চনত হানা বাৰবেৰা নির্দেশিতনিৰ্দেশিত এক চলচ্চিত্র।চলচ্চিত্ৰ।
*হেইডি, ১৯৯৫ চনত নির্মিতনিৰ্মিত এক এনিমেছন ছবি।
*হেইডি, ২০০৫ চনত নির্মিতনিৰ্মিত এক এনিমেছন ছবি।
*হেইডি, ২০০৫ চনত নির্মিতনিৰ্মিত পল মার্কাছমাৰ্কাছ নির্দেশিতনিৰ্দেশিত এক কথাছবি।
*হেইডি ফৰ পজ, ২০০৮ চনত নির্মিতনিৰ্মিত এক ধেমেলীয়া ছবি।
 
==হেইডিলেণ্ড==
[[Image:Karte Gemeinde Maienfeld.png|thumb|250px|right|মেইনফিল্ড হ'ল হেইডিলেণ্ডৰ প্রধানপ্ৰধান চহৰ]]
হেইডিৰ নাম অনুসাৰে নাম ৰখা হেইডিলেণ্ড ছুইজাৰলেণ্ডৰ এক জনপ্রিয়জনপ্ৰিয় পর্য্যটনস্থলীপৰ্য্যটনস্থলী,যি জাপানীসকলৰ মাজত অধিক জনপ্রিয়।জনপ্ৰিয়।<ref name="abend"/> ই বিণ্ডনাৰ হাশ্বেফ্ট নামৰ ঠাইটুকুৰাত অৱস্থিত।<ref name="abend">{{Cite book
| last = Abend
| first = Bernhard
76 নং শাৰী:
 
==ছিকুৱেল==
ইয়াৰ পিছৰ দুখন উপন্যাস ''হেইডি গ্রগ্ৰ'জ আপ'' আৰু ''হেইডিজ চিলড্রেনচিলড্ৰেন'' স্পাইৰিয়ে লিখা নাছিল। ইয়াক স্পাইৰিৰ সাহিত্যকর্মৰসাহিত্যকৰ্মৰ ইংৰাজী অনুবাদিকা চার্লছচাৰ্লছ ট্রিটেনেট্ৰিটেনে স্পাইৰিৰ মৃত্যুৰ বহুবছৰ পিছত অন্য কিছুমান সাহিত্য কর্মৰকৰ্মৰ পৰা আহৰণ কৰিছিল।
 
মূল হেইডি আৰু টিটেনৰ হেইডি গ্রন্থসমূহৰগ্ৰন্থসমূহৰ মাজত বহুতো পার্থক্যপাৰ্থক্য পৰিলিক্ষিত হয়।সেইবোৰ হ'ল
 
স্পাইৰিৰ মূল হেইডিত হেইডিৰ সৰল জীৱন আৰু শিশু তথা শৈশৱৰ প্রতিপ্ৰতি থকা টানৰ কথা কোৱা হৈছে। স্পাইৰিয়ে নিজেই কৈছে যে এই কিতাপখন "শিশুৰ বাবে আৰু তেওঁলোকৰ বাবে যিয়ে শিশুক ভাল পায়"। কিন্তু বাকী দুখন কিতাপত বিবাহৰ পিছত হেইডিক বেলেগ ধৰণে অংকন কৰা হৈছে। মূল কিতাপখনত পাঁচৰ পৰা আঠ বছৰীয়া হেইডিক চুটি, ক'লা কেঁকোৰা চুলীয়া হিচাপে বর্ণনাবৰ্ণনা কৰা হৈছে। ডাঙৰ হৈ চৈধ্য বছৰীয়া হোৱাত তাইৰ চুলিখিনি দীঘল,পোন আৰু শুভ্রশুভ্ৰ হৈ পৰে। কিছুমান ইংৰাজী সংস্কৰণত হেইডিৰ ছাগলী দুটাৰ নামো সলনি কৰা হৈছে।
 
==হেইডিৰ প্রেৰণাপ্ৰেৰণা==
২০১০ চনৰ এপ্রিলএপ্ৰিল মাহত ছুইজাৰলেণ্ডৰ পিটাৰ বুৱেটনাৰে ১৮৩০ চনতে জার্মানজাৰ্মান লেখক হার্মানহাৰ্মান এডাম ভন কম্পে লিখা কিতাপ এখনৰ কথা পোহৰলৈ আনে। ইয়াৰ নাম "আছিল এডেলেইড দ্য গার্লগাৰ্ল ফ্রমফ্ৰম দ্য এল্প্‌ছ"(জার্মানজাৰ্মান: ''Adelaide, das Mädchen vom Alpengebirge")। কাহিনী আৰু চৰিত্রায়ণতচৰিত্ৰায়ণত দুয়োখন কিতাপৰে বিশেষ সাদৃশ্য আছিল।<ref>{{Cite web | url=http://www.breitbart.com/article.php?id=D9EVRPDO0 | title=Basis for Heidi | work=Heidi inspiration}}</ref> স্পাইৰিৰ জীৱনীকাৰ ৰেজিন ছিন্দলাৰৰ মতে এক শৈক্ষিক পৰিৱেশত জন্ম লাভ কৰা স্পাইৰিয়ে এই কাহিনীটোৰ লগত সৰুৰে পৰা পৰিচিত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।
 
==তথ্য সংগ্রহসংগ্ৰহ==
{{reflist}}
 
[[শ্রেণীশ্ৰেণী : ইংৰাজী গ্ৰন্থ]]
"https://as.wikipedia.org/wiki/হেইডি"ৰ পৰা অনা হৈছে