হেৰী পটাৰ বিশ্বৰ যাদুপ্ৰাণীসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

জাননী আঁতৰ, বহুদিন হ'ল
র-ৰ পেট কাটি ৰ কৰা হ'ল
1 নং শাৰী:
[[জে কে ৰাউলিং|জে কে ৰাউলিঙ]]ৰ [[হেৰী পটাৰ]] বিশ্বৰ যাদুপ্রাণীসমূহৰযাদুপ্ৰাণীসমূহৰ তালিকাখন বিচিত্রবিচিত্ৰ আৰু বাৰেভচহু অলেখ জীৱ-জন্তুৰে ভৰপূৰ। সাতখন গ্রন্থৰগ্ৰন্থৰ এই শৃংখলাটিত [[হেৰী পটাৰ]] আৰু তাৰ বন্ধুসকলে বিভিন্ন অভিযানতেই হওঁক বা যাদু প্রাণীৰপ্ৰাণীৰ তত্ত্বাৱধান শ্রেণীতেইশ্ৰেণীতেই হওঁক নানান জীৱ-জন্তুৰ সন্মুখীন হ'বলগীয়া হয়। এই জীৱজন্তুসমূহক বুজি পাবলৈ ৰাউলিঙে [[ফেন্টাষ্টিক বীষ্টছ এণ্ড হোৱেৰ টু ফাইণ্ড ডেম]] শীর্ষকশীৰ্ষক এক সহায়ক গ্রন্থওগ্ৰন্থও ৰচনা কৰিছে। ইয়াৰে অধিকাংশই গ্রীকগ্ৰীক আখ্যান আৰু[[ইংৰাজী ভাষা|ইংৰাজী]] তথা স্কাণ্ডিনেভিয়ান সাধুকথাৰ মাজৰ পৰা আহৰণ কৰা হৈছে। এই জন্তুসমূহক লৈ প্রচলিতপ্ৰচলিত লোককথা সমূহো ৰাউলিঙে সাঙুৰি লৈছে। বিবিচি ৰেডিঅ' ফোৰৰ এক সাক্ষাত্‍কাৰত ৰাউলিঙে ষ্টিফেন ফ্রাইকফ্ৰাইক কয় "যেতিয়া মই এটা জন্তুৰ কথা উল্লেখ কৰোঁ,মই জানো যে ই এটা কিংবদন্তিৰ এক অংশ,আৰু মই ইয়াৰ বিষয়ে যিমান পাৰোঁ তথ্য আহৰণৰ চেষ্টাত লাগোঁ। মই তাৰ গোটেইখিনি ব্যৱহাৰ নকৰোঁ কিন্তু ইয়ে মোক জন্তুটো কাহিনীত ব্যৱহাৰ কৰাত বহুলাংশে সহায় কৰে"।
অৱশ্যে শৃংখলাটিত আমাৰ সমাজত বিচাৰি পোৱা বহুতো জীৱ-জন্তুৰ কথাও আছে। উদাহৰণস্বৰূপে যাদু বিশ্বত চিঠি-পত্ৰ অনা নিয়া কৰিবলৈ সকলোৱে [[ফেঁচা]]ৰ ব্যৱহাৰ কৰে।
==যাদুপ্ৰাণীবিজ্ঞান==
==নিয়ন্ত্ৰণ আৰু শ্ৰেণীবিভাজন==
==নিয়ন্ত্রণ আৰু শ্রেণীবিভাজন==
[[যাদু মন্ত্রালয়মন্ত্ৰালয়]]ৰ ''যাদুপ্রাণীৰযাদুপ্ৰাণীৰ নিয়ন্ত্রণনিয়ন্ত্ৰণ আৰু দমন বিভাগ'' এই প্রাণীসমূহৰপ্ৰাণীসমূহৰ চোৱা-চিতা আৰু নিয়ন্ত্রণৰনিয়ন্ত্ৰণৰ বাবে দায়িত্বশীল। ইয়াৰ তিনিটা শাখা আছে দানৱ শাখা,জীৱ শাখা আৰু আত্মা শাখা।
ফেন্টাষ্টিক বীষ্টৰ মতে যিবোৰ প্রাণীয়েপ্ৰাণীয়ে যাদু সমাজৰ নীতি-নিয়ম আৰু সেই নীতিসমূহ সাকাৰ কৰাত নিজৰ দায়িত্বৰ কথা বুজি যায়,তেওঁলোক হ'ল জীৱ। মানুহ,গব্লিন,হেগ,ভেম্পায়াৰ আদি এই শাখাৰ অন্তর্গত।অন্তৰ্গত। এই সূত্রসূত্ৰ মতে পিক্সি,পৰী,জিনোম,অশ্বনৰ,লেপ্রচনলেপ্ৰচন,মাৰপিপল আদি অধিকাংশ প্রাণীপ্ৰাণী দানৱ বিভাগৰ অন্তর্গত।অন্তৰ্গত।
আকৌ এনিমেগী তথা কুকুৰনেছীয়া মানুহৰ কথাটি অলপ জটিল কাৰণ য'ত কুকুৰনেছীয়া মানুহবোৰে পূর্ণচন্দ্রৰপূৰ্ণচন্দ্ৰৰ দিনা কুকুৰনেছীয়া বাঘ হ'বলৈ বাধ্য,এনিমেগীবোৰে নিজ ইচ্ছামতে জন্তুৰ ৰূপ ল'ব পাৰে। সেয়েহে কুকুৰনেছীয়া মানুহ দানৱ আৰু জীৱ উভয় শাখাৰে অধীন।
তদুপৰি ঘৰুৱা ভূত,দৈত্য,বেনশ্বী,ভিলা,বাওনা,ডিমেনটৰ আদিৰো শ্রেণীশ্ৰেণী বিভাজন অস্পষ্ট। ভূত সম্বন্ধীয় ওজৰ বোৰ আত্মা শাখাৰ অস্পিচেছৰ অধীনত বিবেচনা কৰা হয়।
 
==যাদুপ্রাণীসমূহৰযাদুপ্ৰাণীসমূহৰ তালিকা==
===জীৱ===
<!--
31 নং শাৰী:
{{col-begin}}
{{col-3}}
* এক্ৰোমেন্টুলা
* এক্রোমেন্টুলা
* এশ্বৱিণ্ডাৰ
* অউগুৰেই
* বাচিলিস্ক
* বিলিৱিগ
* ব্লাষ্ট এণ্ডেড স্ক্র্যুট্সস্ক্ৰ্যুট্স
* বট্ৰাকল
* বট্রাকল
* বাণ্ডিমুন
* [[চেন্টুৰ]]
* কাইমীৰা
* চিজপাৰ্ফল
* চিজপার্ফল
* ক্লেবাৰ্ট
* ক্লেবার্ট
* ক্ৰাপ
* ক্রাপ
* ডেমিগাইজ
 
* ডিৰিক্ৰল
* ডিৰিক্রল
* ডক্সী
* ড্ৰেগন
* ড্রেগন
** এন্টিপোডিয়ান অপালেয়ে
** চাইনীজ ফায়াৰবল
** কমন ৱেলছ গ্রীণগ্ৰীণ
** হেব্রিডিয়ানহেব্ৰিডিয়ান ব্লেক
** হাংগেৰীয়ান হর্ণটেইলহৰ্ণটেইল
** নৰৱেইয়ান ৰিজবেক
** পেৰুভিয়ান ভাইপাৰটুথ
** ৰোমানিয়ান লংহর্ণলংহৰ্ণ
** ছুইডিশ্ব শ্বর্টশ্বৰ্ট স্নাউট
** য়ুক্রেইনিয়ানয়ুক্ৰেইনিয়ান আইৰণবেলী
** ৱেলছ গ্রীণগ্ৰীণ
* ডাগবগ
* এৰক্লিং
* ইৰামপেন্ট
* পৰী
* ফায়াৰ ক্রেবক্ৰেব
{{col-3}}
* ফায়াৰ স্লাগ
* ফ্ল'বাৰৱর্মবাৰৱৰ্ম
* ফ্বুপাৰ
* ঘ'ল
73 নং শাৰী:
* জিন'ম
* গোল্ডেন স্নিজেট
* গ্ৰেপহৰ্ণ
* গ্রেপহর্ণ
* গ্ৰিফিন
* গ্রিফিন
* গ্ৰিণ্ডিল'
* গ্রিণ্ডিল'
* হিপ্পকেম্পাছ
* হিপ'গ্রিফগ্ৰিফ
* হৰ্কলাম্প
* হর্কলাম্প
* হিংকিপাংক
* ইম্প
* জাৰ্ভেই
* জার্ভেই
* য'বাৰনল
* কাপ্পা
* কেলপাই
* নাৰ্ল
* নার্ল
* নিয়েজল
* লেপ্রলেপ্ৰ'চ'ন
* লেঠিফ'ল্ড
* ল'বালুগ
98 নং শাৰী:
* ম'ক
* মুনকাফ
* মূৰ্তলাপ
* মূর্তলাপ
* নাৰ্গল
* নার্গল
* নিফ্লাৰ
{{col-3}}
108 নং শাৰী:
* পিক্সি
* প্লিম্পী
* প'গ্রেবিনগ্ৰেবিন
* পোৰল'ক
* পাফস্কেইন
119 নং শাৰী:
* ছেলামেণ্ডাৰ
* ছী ছাৰপেন্ট
* শ্ৰেক
* শ্রেক
* স্নিজেট
* স্ফিংক্স
* ষ্ট্ৰীলাৰ
* ষ্ট্রীলাৰ
* টেব'
* ট্রট্ৰ'ল
** মাউন্টেইন ট্রট্ৰ'ল
** ফৰেষ্ট ট্রট্ৰ'ল
** ৰিভাৰ ট্রট্ৰ'ল
* য়ুনিকৰ্ণ
* য়ুনিকর্ণ
* কুকুৰনেছীয়া মানুহ (কুকুৰনেছীয়া বাঘৰ ৰূপত)
* পক্ষীৰাজ ঘোঁৰা
** এব্ৰাজান
** এব্রাজান
** ইথনান
** গ্ৰেনিআন
** গ্রেনিআন
** থেষ্ট্ৰেল
** থেষ্ট্রেল
* য়েতি
{{col-end}}
142 নং শাৰী:
*বীৰা
 
===অজান প্রাণীপ্ৰাণী===
===লুনা লাভগুডৰ জন্তুসমূহ===
==বিখ্যাত জন্তুসমূহ==
155 নং শাৰী:
বাচিলিস্কৰ দাঁতবোৰ আৰু তৰোৱাখনে ইয়াৰ বিষবোৰ শুহি লয় আৰু এই তৰোৱালখনে ভ'লডেমৰ্টৰ [[হ’ৰক্ৰাক্স]]বোৰ ধ্বংস কৰিব পৰা ক্ষমতা লাভ কৰে। বাচিলিস্কটো মৰাৰ পিছতেই হেৰীয়ে বিষদাঁত এটাৰে ফুটাই টম ৰিডলৰ ডায়েৰীৰূপী এটা হ'ৰক্ৰাক্স বিনষ্ট কৰে। [[হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ]]ত, গ্ৰিপহুকৰ হাতত তৰোৱালখন হেৰুওৱাৰ পিছত [[ৰণ ৱিজলী]] আৰু [[হাৰমাইনি গ্ৰেইঞ্জাৰ]] গোপন কোঠাটোলৈ যায় আৰু বিষদাঁত এটাৰে হেল্গা হাফল্পাফৰ পিয়লাৰূপী আন এটা হ'ৰক্ৰাক্স ধ্বংস কৰে। ৰণ ৱিজলী, নেভাইল লংবটম আৰু এলবাছ ডাম্বলডোৰে বাচিলিস্কৰ বিষযুক্ত গ্ৰীফিন্দৰৰ তৰোৱালখন ক্ৰমে লকেটটো, নাগিনী আৰু গ'ন্টৰ আঙঠিটো ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰে।
 
===বগার্টবগাৰ্ট===
''ব'গাৰ্ট'' হৈছে ৰূপ সলনি কৰিব পৰা এক জীৱ যি চিকাৰে আটাইতকৈ ভয় কৰা বস্তুটোৰ ৰূপ লয়। ব্ৰিটিছ আখ্যানসমূহত ব'গাৰ্টক অশান্তিৰ সৃষ্টি কৰা হাউচ এল্ফ নাইবা পিটনিত থকা এবিধ অপকাৰী জীৱ হিচাপে বৰ্ণোৱা হৈছে। ৰাউলিঙৰ ব'গাৰ্টসমূহ স্কটলেণ্ড দেশীয় যাদুকৰী প্ৰাণী ব্ৰ'লেচান সদৃশ। ব'গাৰ্টসমূহে আন্ধাৰ, বন্ধ ঠাই যেনে নিৰ্জন কোঠালী বা আলমাৰীসমূহত লুকাই থাকি ভাল পায়। ([[হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ দ্য ফিনিক্স]]ত মেড-আই মুডিয়ে তেওঁৰ যাদুকৰী চকুৰে চাই বহাকোঠাৰ ড্ৰয়াৰত এটা ব'গাৰ্ট থকাৰ কথাটো নিশ্চিত কৰে।)
 
231 নং শাৰী:
''ডেথ্লী হেল’জ''ত ডাম্বলডোৰে হেৰীক কৈছে, “হাউচ-এলফৰ বিষয়ে ভ’লডেম’ৰ্টে একোৱেই নাজানে আৰু নুবুজে। একোৱেই। যে সিহঁতৰ তেওঁতকৈয়ো বেছি শক্তি আছে, এনে এক শক্তি যি সকলোধৰণৰ যাদুৰ সীমাৰ বাহিৰত, এয়া এক সত্য যিটো তেওঁ কাহানিও বুজি নাপালে।”
 
===থ্ৰেষ্ট্ৰেল===
===থ্রেষ্ট্রেল===
===কুকুৰনেছীয়া মানুহ===
==চৰিত্ৰ==
==চৰিত্র==
===ক্ৰুকশ্বেংকছ===
===ক্রুকশ্বেংকছ===
তৃতীয় গ্ৰন্থখনৰ পৰা ষষ্ঠ গ্ৰন্থলৈ ক্রুকশ্বেংকছকক্ৰুকশ্বেংকছক [[হাৰমাইনি গ্ৰেইঞ্জাৰ]]ৰ পোহনীয়া মেকুৰী(আধা মেকুৰী আধা নিজল)হিচাপে পোৱা যায় যি দেখিবলৈ পাৰ্চিয়ান মেকুৰীৰ দৰে। ৰাউলিঙৰ মতে<ref name="Rowling">{{cite web
| last = Rowling
| first = J. K.
241 নং শাৰী:
| title = J. K. Rowling's Official Website
| work=Crookshanks
| url = http://www.jkrowling.com/textonly/en/extrastuff_view.cfm?id=10 | accessdate =30 June 2007 }}</ref> নিজল এক মেকুৰী সদৃশ প্ৰাণী যি অতি বুদ্ধিমান আৰু অসাধুতাৰ প্ৰতি সংবেদনশীল যি গুণৰ ফলত ক্রুকশ্বেংকছেক্ৰুকশ্বেংকছে স্কেবাৰ্জক পিটাৰ পেটিগ্ৰিউ আৰু ক’লা কুকুৰটোক [[ছিৰিয়াছ ব্লেক]] বুলি চিনি পায়। ৰাউলিঙে এয়াও স্পষ্ট কৰি দিছে যে ক্রুকশ্বেংকছক্ৰুকশ্বেংকছ ইচ্ছাধাৰী প্ৰাণী নহয়।<ref name="Rowling"/>
 
===ডবী===
274 নং শাৰী:
''ফিল’ছ’ফাৰ্ছ ষ্ট’ন''ত ৰেই ফেৰণে ফিৰেঞ্জৰ চৰিত্ৰত কণ্ঠদান কৰে।
 
===গ্ৰীপহুক===
===গ্রীপহুক===
'''গ্ৰীপহুক''' এজন ধনগুলৈ যিয়ে দ্বিতীয় যাদুবিশ্ব যুদ্ধলৈ [[গ্ৰিংগটছ]]ত কাম কৰিছিল। প্ৰথম গ্ৰন্থখনত গ্ৰীপহুকে হেৰী আৰু হেগৰিডক আভ্যন্তৰীণ সুৰংগেৰে 713 নং বাকচলৈ লৈ যায়। তাৰ পিছত আকৌ ''ডেডলী হ’ল’জ''ত হেৰী,ৰণ আৰু হাৰমাইনীৰ সৈতে গ্ৰীপহুককো বন্দী হিচাপে দেখা যায়। পিছত ডবীয়ে হেৰী,ৰণ আৰু হাৰমাইনীৰ সৈতে গ্ৰীপহুককো ৰক্ষা কৰে আৰু এক সুৰক্ষিত স্থানলৈ লৈ যায়। হেৰীয়ে গ্ৰিংগটছৰ বেলাট্ৰিক্স লেষ্ট্ৰেঞ্জৰ বাকচৰ পৰা এটা [[হ’ৰক্ৰাক্স]] আনিবলৈ গ্ৰীপহুকৰ সহায় বিচাৰে আৰু গ্ৰীফিন্দৰৰ তৰোৱালৰ বিনিময়ত সহায় কৰিবলৈ মান্তি হয়। কিন্তু শেষত সিহঁতক চকুত ধূলি মাৰি তৰোৱালখন লৈ সি পলাই সাৰে। চলচ্চিত্ৰত শেষত আন ধনগুলৈ বোৰৰ লগত তাকো মৃত অৱস্থাত দেখা যায় আৰু গ্ৰীফিন্দৰ তৰোৱাল খন হাতৰ পৰা অদৃশ্য হৈ যায়। গ্ৰীপহুকে এই তৰোৱালখন ধনগুলৈবোৰৰ বুলি ডাবী কৰিলেও শেষত নেভাইলে কথা কোৱা টুপীটোৰ পৰা তৰোৱালখন উলিয়াই আনে আৰু নাগিনীক বধ কৰে।
 
287 নং শাৰী:
 
===হ'কি===
===ক্রীচাৰক্ৰীচাৰ===
===নাগিনী===
===পীভছ===
294 নং শাৰী:
===হেগৰিডৰ পোহনীয়া জীৱ===
==লগত চাওক==
==তথ্য সংগ্রহসংগ্ৰহ==
{{reflist}}