হিপ'ক্ৰেটিছৰ শপত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সামান্য ভাঙনি
র-ৰ পেট কাটি ৰ কৰা হ'ল
 
23 নং শাৰী:
 
==শপতটোৰ আধুনিক ৰূপৰ অসমীয়া পাঠ ==
মই , মোৰ সবোর্চ্চসবোৰ্চ্চ সামর্থসামৰ্থ আৰু বিচাৰৰ দ্বাৰা এই প্রতিজ্ঞাপ্ৰতিজ্ঞা ৰক্ষা কৰাৰ শপত লৈছোঁ :
মই সেই পূর্বসূৰীপূৰ্বসূৰী চিকিৎসক সকলৰ কঠোৰ সাধনা-লব্ধ বৈজ্ঞানিক উপলব্ধিসমূহক শ্রদ্ধাশ্ৰদ্ধা কৰিম যাৰ খোজ অনুসৰণ কৰি মই খোজ দিছোঁ, আৰু এনে সমূহ জ্ঞান মোৰ আৰু সেইসকলৰ মাজত, যি এই পথেৰে আগবাঢ়িব, আনন্দমনেৰে ভগাই লম।
 
নিৰর্থকনিৰৰ্থক-চিকিৎসা আৰু চিকিৎসা-অসাৰ বুলি ভবা মানসিকতা, এই দুইৰ জালত নপৰাকৈ থাকি ৰুগীয়াৰ উপকাৰার্থেউপকাৰাৰ্থে দৰকাৰী সকলো ব্যৱস্থাৰ প্রয়োগপ্ৰয়োগ কৰিম।
 
মই মনত ৰাখিম চিকিৎসাশাস্ত্রচিকিৎসাশাস্ত্ৰ আৰু বিজ্ঞানতো এক কলা সোমাই আছে আৰু উমালতা, সহ-মর্মিতামৰ্মিতা আৰু বুজাবুজিয়ে হয়তো অস্ত্রোপচাৰৰঅস্ত্ৰোপচাৰৰ চুৰীখন বা ঔষধা্লয়ৰ ঔষধক তল পেলাব পাৰে ।
 
“মই নাজানো” বুলি কবলৈ মই না লাজ কৰিম, না মই মোৰ সহকর্মীকসহকৰ্মীক মাতিবলৈ কুন্ঠা কৰিম যেতিয়া এজন ৰোগীক আৰোগ্য কৰিবলৈ আন কাৰোবাৰ দক্ষতাৰ আৱশ্যক হয়।
 
মই মোৰ ৰোগী সকলৰ একান্ত-গোপনীয়তাক সন্মান কৰিম, কিয়নো তেওঁলোকে তেওঁলোকৰ সমস্যা সমূহ গোটেই পৃথিৱীয়ে জানক বুলি মোক নকয়। আটাইতকৈ বিশেষভাবে, জীৱন আৰু মৃত্যুৰ কথা জড়িত থকা বিষয় সমূহত মই সাৱধানতাৰে খোজ দিবই লাগিব।
 
মোক যদি জীৱন ৰক্ষা কৰিবলৈ দিয়া হয় , ধন্যৱাদ। কিন্তু জীৱন লোৱাটোও হয়টো মোৰ ক্ষমতাৰ ভিতৰতে আছে; মোৰ নিজৰ দুর্বলতাৰদুৰ্বলতাৰ প্রতিপ্ৰতি সচেতন থাকি অতি অমায়িকতারেঅমায়িকতাৰে এই ভীষন দায়িত্বৰ সন্মুখীন হবই লাগিব। সর্বোপৰিসৰ্বোপৰি , মই ঈশ্বৰৰ স্থানত খেলিবলৈ কেতিয়াও নাযাওঁ।
 
মই মনত ৰাখিম যে মই জ্বৰৰ ৰেখাংকন এখন, কর্কটৰকৰ্কটৰ বাঢ়ি অহা টেমুনা এটাক চিকিৎসা নকৰোঁ, কৰিম এজন ৰুগীয়া ব্যক্তিক, যাৰ ৰোগটোৱে হয়টো সেইজনৰ পৰিয়াল আৰু আর্থিকআৰ্থিক ভাৰসাম্যতাক প্রভাৱিতপ্ৰভাৱিত কৰে। মোৰ দায়িত্ব এই সম্পর্কীয়সম্পৰ্কীয় সমস্যাবোৰো, যদিহে মই ৰোগীজনৰ পর্যাপ্তপৰ্যাপ্ত যত্ন লওঁ।
 
মই যেতিয়ায়ে পাৰো, বেমাৰ প্রতিৰোধপ্ৰতিৰোধ কৰিম, কিয়নো প্রতিৰোধপ্ৰতিৰোধ উপশমতকৈ শ্রেয়।শ্ৰেয়।
 
মই মনত ৰাখিম যে মোৰ লগৰ সকলো মানৱ, যাৰ মন আৰু শৰীৰ টনকিয়াল অথবা যাৰ নহয়, সকলোৰে প্রতিপ্ৰতি বিশেষ দায়বদ্ধতাৰে মই সমাজৰে এজন সদস্য হৈ থাকিম।
 
যদি মই এই শপত উলংঘা নকৰো, তেন্তে মই যাতে জীৱন আৰু কলাসমূহ উপভোগ কৰিব পাৰো, জীয়াই থকাৰ দিনত সন্মানিত হওঁ, আৰু তাৰপাচত যাতে মৰমেৰে ৰোমন্থিত হওঁ। মই যাতে সদায় মোৰ বৃত্তিৰ উত্তম ঐতিহ্যসমূহৰ সংৰক্ষণার্থেসংৰক্ষণাৰ্থে কাম কৰো আৰু মই যাতে সুদীর্ঘসুদীৰ্ঘ সময় সেইসকলৰ ৰোগ-উপশম কৰাৰ আনন্দ লভিব পাৰো, যিসকলে মোৰ সহায় বিচাৰিব।
 
==তথ্য সংগ্ৰহ==