১২ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র-ৰ পেট কাটি ৰ কৰা হ'ল
13 নং শাৰী:
* ১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান ভিলাই ইস্পিট কাৰখানাত প্ৰথম ইস্পিট উৎপাদন আৰম্ভ হয় ।
* ১৯৬৭ চনৰ আজিৰ দিনটোতে সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াৰ মৃত্যু হয় ।
* ১৯৯৭ চনৰ আজিৰ দিনটোতে দুৰ্লভ প্ৰজাতিৰ প্ৰাণী চিকাৰৰ অভিযোগত হিন্দী চলচ্চিত্রচলচ্চিত্ৰ অভিনেতা [[ছলমান খান]]ক গ্লেপ্তাৰ কৰা হয় ।
* ১৯৯৮ চনৰ আজিৰ দিনটোতে [[সুষমা স্বৰাজে]] দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে ।
* ১৯৮৬ চনৰ আজিৰ দিনটোতে মধ্য আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী সৰু দেশ এল ছালভাদেৰাত ভূমিকম্পৰ ফলত ১৮০০ লোকৰ মৃত্যু হয় ।