১১ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র-ৰ পেট কাটি ৰ কৰা হ'ল
4 নং শাৰী:
* ১৭৩৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতাত হোৱা প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় তিনি লাখ লোকৰ মৃত্যু হয়।
* ১৯০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা জয়প্ৰকাশ নাৰায়ণৰ জন্ম হয়।
* ১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্রৰচলচ্চিত্ৰৰ মেগা ষ্টাৰ [[অমিতাভ বচ্চন]]ৰ জন্ম হয়।
* ১৮৮৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ পদাৰ্থবিদ জেমছ প্ৰেছকট জুলৰ মৃত্যু হয়।
* ১৯১৯ চনৰ আজিৰ দিনটোতে ডেনমাৰ্কৰ কবি তথা ঔপন্যাসিক কাৰ্ল এডলফ গিয়েলেপাৰপৰ মৃত্যু হয়।