১ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র-ৰ পেট কাটি ৰ কৰা হ'ল
4 নং শাৰী:
==ঘটনাৰাজী==
 
১/ ১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতত [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ শাসনৰ সামৰণি । সমগ্রসমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত । ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয় ।
 
২/ ১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ [[কলকাতা]]ত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয় ।
"https://as.wikipedia.org/wiki/১_নৱেম্বৰ"ৰ পৰা অনা হৈছে