১৬ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:বৰ্ষপঞ্জি বিলোপ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
র-ৰ পেট কাটি ৰ কৰা হ'ল
1 নং শাৰী:
# আজিৰ দিনটোতে [[এছিয়া]]ৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয় ১৯১১ চনত [[কলকাতা]]ত।
# ১৯৭৫ চনৰ আজিৰ দিনটোতে [[ছিকিম]]ক [[ভাৰত]]ৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্রদানপ্ৰদান কৰে।
# ১৯৯১ চনত ভাৰতৰ প্রাক্তনপ্ৰাক্তন প্রধানপ্ৰধান মন্ত্রীমন্ত্ৰী [[মোৰাৰজী দেশাই]]লৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ই-পাকিস্তান’ বুলি ঘোষণা কৰে পাক প্রধানমন্ত্ৰীপ্ৰধানমন্ত্ৰী [[নৱাজ শ্বৰীফে]]।
# ভাৰতৰ ৬-১০ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হয় ১৯৯৭ চনৰ আজিৰ দিনটোতে।
# ১৯৯৯ [[কুৱেট]]ত মহিলাৰ বাবে প্রথমপ্ৰথম ভোটাধিকাৰ সাব্যস্ত হয়।
# [[অস্কাৰ বঁটা]] প্রদানপ্ৰদান সমাৰোহ অনুষ্ঠিত হয় ১৯২৯ চনৰ আজিৰ দিনটোতে।
# ১৯০৭ চনৰ আজিৰ দিনটোতে ব্রিটিছব্ৰিটিছ পূব আফ্রৰিকাৰআফ্ৰৰিকাৰ ৰাজধানী হিচাপে স্বীকৃত পায় [[নাইৰোবি]]।
 
{{-}}
"https://as.wikipedia.org/wiki/১৬_মে%27"ৰ পৰা অনা হৈছে