১৫ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''১৫ নৱেম্বৰ''' {{enwiki|15 November}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে...
 
র-ৰ পেট কাটি ৰ কৰা হ'ল
2 নং শাৰী:
 
==ঘটনাৰাজী==
(১) প্রসিদ্ধপ্ৰসিদ্ধ সাহিত্যতিক [[বাণীকান্ত কাকতি]]ৰ জন্ম হয় ১৮৯৪ চনৰ আজিৰ দিনটোতে ।
 
(২) ১৯৮২ চনৰ আজিৰ দিনটোতে ভূ-দান আন্দোলনৰ নেতা [[বিনোৱা ভাৱে]]ৰ মৃত্যু হয় আজিৰ দিনটোতে ।
 
(৩) মহাত্মা গান্ধীৰ হত্যাৰ অভিযোগত [[নাথুৰাম গডছে]] আৰু [[নাৰায়ণ দত্তাত্রেয়দত্তাত্ৰেয় আপ্তে]]ক আম্বালা জেলত ফাঁচি দিয়া ১৯৪৯ চনৰ আজিৰ দিনটোতে ৷
 
(৪) আন্তৰ্জাতিক খ্যাতিসম্পন্ন মহিলা টেনিচ খেলুৱৈ [[ছানিয়া মিৰ্জা]]ৰ জন্ম হয় ১৯৮৬ চনৰ আজিৰ দিনটোতে ৷
12 নং শাৰী:
(৫) ১৬৩০ চনৰ আজিৰ দিনটোতে জাৰ্মান জ্যোতিৰ্বিজ্ঞনী [[জহান্স কেপলাৰ]]ৰ মৃত্যু হয় ।
 
(৬) আজিৰ দিনটোতে ১৯৮৩ চনত চাইপ্রাছেচাইপ্ৰাছে স্বাধীনতা লাভ কৰে ।
 
(৭) ২০০০ চনৰ আজিৰ দিনটোত অসমৰ [[সত্ৰীয়া নৃত্য]]ক ৰাষ্ট্ৰীয় নৃত্য হিচাপে ঘোষণা কৰা হয় ।