২৫ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান, লিংক
র-ৰ পেট কাটি ৰ কৰা হ'ল
5 নং শাৰী:
 
==মৃত্যু==
# ১৯৯১ চনৰ আজিৰ দিনটোতে বিশিষ্ট অসমীয়া চলচ্চিত্রচলচ্চিত্ৰ পৰিচালক [[নিপ বৰুৱা]]ই ইহসংসাৰ ত্যাগ কৰে। [[স্মৃতিৰ পৰশ]]ৰ যোগেদি অসমীয়া বোলছবি জগতত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা বৰুৱাৰ উল্লেখযোগ্য আন কেইখনমান চলচ্চিত্ৰ হ’ল [[আজলী নবৌ]], [[ককাদেউতা নাতি আৰু হাতী]], [[এণ্টনি মোৰ নাম]], [[বৰুৱাৰ সংসাৰ]] আদি ।
# ২০০১ বৰ্ষৰ আজিৰ দিনটোতে প্ৰথমে ডকাইত আৰু পৰৱৰ্তী পৰ্যায়ত [[ভাৰতীয় লোকসভা]]ৰ এগৰাকী সাংসদ, দস্যু ৰাণী [[ফুলন দেৱী]]ক হত্যা কৰা হৈছিল ৷
# ২০০৬ চনৰ আজিৰ দিনটোতেই অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু সংগীত পৰিচালক [[পদুম বৰুৱা]]ৰ মৃত্যু হয়। তেখেতে পৰিচালনা কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখন হৈছে [[গঙা চিলনীৰ পাখি]]। ১৯৭৬ চনত এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল।
"https://as.wikipedia.org/wiki/২৫_জুলাই"ৰ পৰা অনা হৈছে