২৫ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র-ৰ পেট কাটি ৰ কৰা হ'ল
10 নং শাৰী:
# ১৯৪২ চনৰ আজিৰ দিনটোতে স্বাধীনতা সেনানী [[হেমৰাম বৰা]] মিলিটেৰীৰ গুলিত মৃত্যুৰ মুখত পৰে৷
# ১৯৭০ চনৰ আজিৰ দিনটোতে প্ৰথম মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক [[এৰিক মাৰিয়া ৰেমাৰ্ক]]ৰ মৃত্যু হৈছিল। তেওঁৰ বিখ্যাত গ্ৰন্থ হ’ল ''অল কোৱায়েট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট''। এই গ্ৰন্থখন প্ৰকাশিত হৈছিল ১৯১৯ চনত। সম্ভৱত প্ৰথম মহাসমৰৰ পটভূমিত লিখা এইখনেই সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ।
# ২০১২ চনৰ আজিৰ দিনটোতে [[নীল আৰ্মষ্ট্ৰং]]ৰ মৃত্যু হয়। তেখেত আমেৰিকাৰ এগৰাকী মহাকাশচাৰী (নাচা এষ্ট্রনাটএষ্ট্ৰনাট কৰ্প্‌চ) , টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়কআছিল।
 
==অনান্য==
"https://as.wikipedia.org/wiki/২৫_আগষ্ট"ৰ পৰা অনা হৈছে