২৭ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র-ৰ পেট কাটি ৰ কৰা হ'ল
7 নং শাৰী:
৩/ ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি [[কে আৰ নাৰায়ণ]]ৰ জন্ম হয় ।
 
৪/ ১৯৬২ চনৰ আজিৰ দিনটোতে [[ভাৰতীয় সেনা]]ৰ সাহায্যাৰ্থে ৰাষ্ট্রীয়ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয় ।
 
৫/ ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্রৰচলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক [[ভি শান্তাৰাম]]ৰ মৃত্যু হয় ।
 
৬/ ১৯৯১ চনৰ আজিৰ দিনটোতে আততায়ীৰ গুলীত কবি [[নিত্যা দত্ত]]ৰ মৃত্যু হয় ।
17 নং শাৰী:
৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা , দেশখনৰ প্ৰধানমন্ত্ৰী , সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয় ।
 
৯/ ২০০১ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্রৰচলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা [[প্ৰদীপ কুমাৰ]]ৰ মৃত্যু হয় ।
 
১০/ ১৯০১ চনৰ আজিৰ দিনটোতে লোকগীতৰ যশস্বী শিল্পী [[আব্বাছউদ্দিন আহমেদ]]ৰ জন্ম হয় ।