৬ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:বৰ্ষপঞ্জি বিলোপ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
র-ৰ পেট কাটি ৰ কৰা হ'ল
2 নং শাৰী:
 
==জন্ম ==
# ১৮৬১ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্রামীসংগ্ৰামী, জৱাহৰলাল নেহৰুৰ পিতৃ [[মতিলাল নেহৰু]]ৰ জন্ম হয় ।
# ১৮১১ চনত স্কটলেণ্ডৰ প্রসূতিবিদপ্ৰসূতিবিদ, ক্লেৰোফৰ্ম আৱিষ্কাক ‘[[জেম্ছ ইয়ং ছিম্পছন]]’ৰ জন্ম হয় আজিৰ দিনটোতে ।
# ১৮৫৬ চনৰ আজিৰ দিনটোত অষ্ট্রিয়াৰঅষ্ট্ৰিয়াৰ মনোবিজ্ঞানী [[ছিগমণ্ড ফ্রয়েডফ্ৰয়েড]]ৰ জন্ম হয় ।
# ১৯০৪ চনৰ আজিৰ দিনটোত জন্ম হয় ছুইডেনৰ কবি, ঔপন্যাসিক [[হেৰী মাৰ্টিনছন]]ৰ । ১৯৭৪ চনত তেওঁ সাহিত্যৰ [[নোবেল বঁটা]] লাভ কৰিছিল।
# ১৯৫৩ চনত ব্রিট্ৰিছব্ৰিট্ৰিছ প্রধানপ্ৰধান মন্ত্রীমন্ত্ৰী [[টনী ব্লেয়াৰ]]ৰ জন্ম হয় আজিৰ দিনটোতে ।
# ১৯০৯ চনত উত্তৰ মেৰুত প্ৰথম মানৱৰ প্ৰথম খোজ দিয়া আমেৰিকাৰ অভিযাত্ৰী ‘[[এডমিৰেল ৰবাৰ্ট এডুইন প্যাৰী]]’ৰ আজি জন্মদিন (১৮৫৬ চন)৷
 
==মৃত্যু ==
# ১৯৯২ চনৰ আজিৰ দিনটোতেই [[মাৰ্লিন ডিট্ৰিস]] ৰ মৃত্যু হয়৷ তেখেত এগৰাকী জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা আছিল।
# ১৯৪৯ চনৰ আজিৰ দিনটোত বেলজিয়ামৰ ফৰাচী ভাষাৰ নাট্যকাৰ তথা কবি [[মৰি মেটাৰলংক]]ৰ মৃত্যু হয় । ‘দা ব্লু বাৰ্ড’ (১৯০৮) তেওঁৰ প্রসিদ্ধপ্ৰসিদ্ধ ৰচনা । ‘নীলা চৰাই’ নামেৰে এইখন অসমীয়ালৈও অনূদিত হৈছে । ১৯১১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল ।
# ১৫৮৯ চনত আজিৰ দিনটোতে ভাৰতীয় গায়ক, সঙ্গীতজ্ঞ [[তানসেন]]ৰ মৃত্যু হয় ।
 
==অনান্য==
# আজিৰ দিনটোতে ১৫২৯ চনত [[বিহাৰ]] আৰু [[উত্তৰ প্রদেশপ্ৰদেশ]]ৰ আফগানসকল মোগল সম্রাটসম্ৰাট [[বাবৰ]]ৰ হাতত পৰাজিত হয় গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত । এই ঘটনাৰ পিছতে মোগল সম্রাটসম্ৰাট বাবৰ সিন্ধুৰ পৰা বিহাৰ আৰু [[গোৱালিয়]]ৰ পৰ্যন্ত এক বিশাল সাম্রাজ্যৰসাম্ৰাজ্যৰ অধিপতি হয় ।
# ১৮৪০ চনত বিশ্বৰ প্রথমটোপ্ৰথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হয় [[ব্রিটেইনব্ৰিটেইন]]ত আজিৰ দিনটোতে। এই ডাক টিকটটো ১৮৪০ চনৰ ১০ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল । টিকটো নামকৰণ কৰা হৈছিল ‘পেনি ব্লেক’।
# মাৰ্কিন সংবাদ-পত্রপত্ৰ ‘নিউয়ৰ্ক হেৰাল্ড’ৰ প্রকাশপ্ৰকাশ হয় ১৮৫৩ চনৰ আজিৰ দিনটোতে ।
 
{{-}}
"https://as.wikipedia.org/wiki/৬_মে%27"ৰ পৰা অনা হৈছে