৫ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র-ৰ পেট কাটি ৰ কৰা হ'ল
5 নং শাৰী:
# ১৮৯৫ চনৰ এই দিনটোতে সমাজসেৱক তথা সাহিত্যিক [[অমিয় কুমাৰ দাস]]ৰ জন্ম হয় ৷
# ১৮৪৬ চনৰ আজিৰ দিনটোতে পোলেণ্ডৰ ঔপন্যাসিক [[হেনৰিক ছিনকিৱজ]]ৰ জন্ম হৈছিল ৷ তেওঁ ১৯০৫ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰে ৷
# ১৯১৬ চনৰ আজিৰ দিনটোত জন্ম হৈছিল ভাৰতৰ প্রাক্তনপ্ৰাক্তন ৰাষ্ট্রপতিৰাষ্ট্ৰপতি [[জাইল সিঙ]]ৰ ৷ তেওঁ ১৯৮৭ চনৰ পৰা ২৫ জুলাইলৈকে ৰাষ্ট্রপতিৰূপেৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
 
==মৃত্যু==
# ১৯৪৪ চনৰ আজিৰ দিনটোতে [[অসম সাহিত্য সভা]]ৰ সভাপতি [[মইদুল ইছলাম বৰা]]ই মৃত্যুক সাৱতি লয় ৷
# ২০০৬ চনৰ আজিৰ দিনটোতে মৃত্যু হয় প্রসিদ্ধপ্ৰসিদ্ধ সংগীত শিল্পী [[নৌছাদ]]ৰ ৷
 
==অনান্য==
# ১৯৫৫ চনত আজিৰ দিনটোতে সংসদত গৃহীত হয় হিন্দু বিবাহ বিচ্ছেদ বিধেয়ক ৷
# ১৯৮৪ চনৰ আজিৰ দিনটোত [[ফু দৰ্জী]]য়ে [[এভাৰেষ্ট]] আৰোহণ ৷ তেওঁ আছিল অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰা প্রথমপ্ৰথম ভাৰতীয় ৷
# ১৯২১ চনৰ আজিৰ দিনটোতে বিশ্বৰ ক্ষুদ্রতমক্ষুদ্ৰতম সংবাদ-পত্রপত্ৰ ‘ব্রাইনাৰ‘ব্ৰাইনাৰ গেজেট’ প্রথমপ্ৰথম প্রকাশপ্ৰকাশ হয় ৷ উল্লেখযোগ্য যে সংবাদ পত্রখনৰপত্ৰখনৰ আকাৰ আছিল ১০X১৩ ছেঃমিঃ ৷
# আজিৰ দিনটোতে আটলাণ্টিক এটি ক্ষুদ্রক্ষুদ্ৰ দ্বীপত [[নেপোলিয়ন বোনাপাৰ্ট]]ৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁ নিৰ্বাসিত অৱস্থাত আছিল ৷
# ১৯১২ চনৰ আজিৰ দিনটো ষ্টকহোমত পঞ্চম অলিম্পিক ক্রীড়াক্ৰীড়া আৰম্ভ হয় ৷
# আজি [[নেদাৰলেণ্ড]]ৰ স্বাধীনতা দিৱস ৷
 
"https://as.wikipedia.org/wiki/৫_মে%27"ৰ পৰা অনা হৈছে