৭ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র-ৰ পেট কাটি ৰ কৰা হ'ল
11 নং শাৰী:
৪/ ১৯১৯ চনৰ আজিৰ দিনটোতে অসমৰ লোককলা আৰু লোক-সংস্কৃতিৰ অন্যতম সাধক তথা গৱেষক [[প্ৰদীপ চলিহা]]ৰ জন্ম হয় ।
 
৫/ ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্রচলচ্চিত্ৰ জগতৰ শক্তিশালী অভিনেতা [[কমল হাছান]]ৰ জন্ম হয় ।
 
৬/ ১৯৬২ চনৰ আজিৰ দিনটোতে [[নেলছন মেণ্ডেলা]]ক পাঁচ বছৰৰ বাবে কাৰাদণ্ড দিয়া হয় । পিছত এই দণ্ডাজ্ঞা যাৱজ্জীৱন কৰা হয় ।
"https://as.wikipedia.org/wiki/৭_নৱেম্বৰ"ৰ পৰা অনা হৈছে