ৰঘূৰাম ৰাজন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র-ৰ পেট কাটি ৰ কৰা হ'ল
22 নং শাৰী:
১৯৬৩ চনত ভূপাল চহৰত ৰঘূৰাম ৰাজনৰ জন্ম হয়।<ref name = "birth">{{Cite news
| last =Bajaj | first =Vikas | title =A Conversation with: Chief economic adviser Raghuram G. Rajan | publisher =The New York Times | date =2012-10-06 | url =http://india.blogs.nytimes.com/2012/10/06/a-conversation-with-chief-economic-adviser-raghuram-g-rajan/
| accessdate = 2013-09-07 }}</ref> বিদ্যালয়ৰ সপ্তম বছৰলৈকে তেওঁ [[শ্ৰীলংকা]], [[ইণ্ডোনেছিয়া]] আৰু [[বেলজিয়াম]]ত থাকিছিল আৰু ১৯৭৪ চনত তেওঁ বেলজিয়ামৰ পৰা ভাৰতলৈ প্ৰত্যৱৰ্ত্তন কৰে।<ref>http://www.businessweek.com/magazine/content/11_08/b4216068265150.htm</ref> স্কুলীয়া জীৱনৰ বাকীছোৱা তেওঁ আৰ কে পুৰম দিল্লী পাব্লিক স্কুলত সম্পূৰ্ণ কৰে। ১৯৮৫ চনত তেওঁ [[ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লী]]ৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং বিষয়ত স্নাতক উপাধি গ্ৰহণ কৰে আৰু ১৯৮৭ চনত [[ভাৰতীয় প্ৰৱন্ধন প্ৰতিষ্ঠান, আহমদাবাদ]]ৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচনৰ স্নাতকোত্তৰ ডিপ্ল'মা গ্ৰহণ কৰে। ৰাজনে আই. আই. টি. দিল্লীত সকলো দিশত শ্রেষ্ঠতাশ্ৰেষ্ঠতা লাভৰ বাবে পৰিচালকৰ সোণৰ পদক (Director's Gold Medal for best all-round achievement) লাভ কৰাৰ লগতে<ref>[http://goldenjubilee.iitd.ernet.in/?q=content/pgm-dgm-awardees IIT Delhi Gold Medal Awardees]</ref> আই. আই. এম. আহমদাবাদতো সোণৰ পদক পাইছিল। ১৯৯১ চনত ''বেংকিংৰ বিষয়ে ৰচনাৱলী'' শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে তেওঁ এম. আই. টি.ৰ পৰা (মেছাচুচেটছ ইনষ্টিটিউট অফ টেকন'ল'জি) পি এইচ ডি উপাধি লাভ কৰে।<ref>"[http://dspace.mit.edu/handle/1721.1/13883 DSpace@MIT: Essays on banking]</ref>
 
==কৰ্মজীৱন==