ৰাজীৱ গান্ধী হত্যাকাণ্ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র-ৰ পেট কাটি ৰ কৰা হ'ল
1 নং শাৰী:
{{পোখালি}}
[[চিত্রচিত্ৰ:Rajiv Gandhi Memorial bombsite.jpg|thumb|right|240px|[[:en:Sriperumbudur|শ্ৰীপেৰুম্বুদূৰ]] ৰাজীব গান্ধী স্মৃতিফলক; ঠিক এই ঠাইখিনিতে নিহত হৈছিল ৰাজীৱ।]]
 
ভাৰতৰ সপ্তম প্ৰধানমন্ত্ৰী [[ৰাজীৱ গান্ধী]]ক ১৯৯১ ইং চনৰ ২১ মে তৰিখে দক্ষিণ ভাৰতৰ [[তামিলনাডু]]ৰ ৰাজধানী [[চেন্নাই]]ৰ পৰা প্ৰায় ৩০ কি:মি: নিলগৰ এখন গাঁৱত [[:en:Sriperumbudur|শ্ৰীপেৰুম্বুদূৰ লোকসভা]] সমষ্টিৰ কংগ্ৰেচ প্ৰাৰ্থীৰ হৈ ভাগ লোৱা এখন নিৰ্বাচনী প্ৰ্চাৰ সভাত এক আত্মঘাটী বোমা আক্ৰ্মণৰ দ্বাৰা হত্যা কৰা হয়। ভৰতৰ ইতিহাসত এই ঘটনাক '''ৰাজীৱ গান্ধী হত্যাকাণ্ড''' হিচাপে জনা যায়। উক্ত আক্ৰমণত ৰাজীৱ গান্ধীৰ বাহিৰেও অন্য চৈধ্য জন লোক নিহত হয়।