ৰাখীবন্ধন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র-ৰ পেট কাটি ৰ কৰা হ'ল
1 নং শাৰী:
{{unreferenced}}
'''ৰাখীবন্ধন''' ভাৰতৰ এটা উৎসৱ। হিন্দু, জৈন , শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে । হিন্দু পঞ্জিকা অনুসাৰে শাঁওণ মাহৰ পূর্ণিমাপূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয়।হিন্দি: रक्षाबंधन, পাঞ্জাবি: ਰਕਸ਼ਾਬੰਧਨ, উর্দুউৰ্দু: رکشا بندھن .যাৰ অৰ্থ হল "Knot of Protection"( the bond of protection) ।
এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ দাদায়েক বা ভায়েকৰ হাতত ৰাখী নামাৰে এদাল সুতা বান্ধি দিয়ে । এই ৰাখী দালেতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম,চেনেহ ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা আৰু লুকাই থাকে দাদায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্রতিশ্রুতিপ্ৰতিশ্ৰুতি
 
==ইতিহাস==
ৰাখী এই উৎৱটো কেতিয়াৰ পৰা আৰাম্ভ হল এই কথা কোনেওঁ সঠিককৈ কব নোৱাৰে । পুৰণি এটা আখ্যান মতে দানব আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতা সকল দুৰ্বল ৰ দৰে অনুভৱ হল তেতিয়া দেবতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিল । বৃহস্পতিৰ দেবৰ আগত কোৱা সকলো কথা ইন্দ্ৰ ৰ পত্নী য়ে শুনি আছিল আৰু তেওঁ এদাল ৰেচম ৰ সুতাত কিছু মন্ত্ৰ শক্তিৰে প্ৰবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিলে । সংযোগ ক্ৰমে সেই দিনা শাওঁণ মাহৰ পুৰ্ণিমা তীৰ্থি আছিল ।আৰু কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখি বন্ধন উতসৱটি প্ৰচলিত হৈ আহিছে ।
মহাভাৰতত আছেঃ
কোনো এখন যুদ্ধত শ্ৰী কৃষ্ণৰ আঘাত প্ৰাপ্ত হোৱাত পাণ্ডবৰ স্ত্রীস্ত্ৰী দ্রৌপদীদ্ৰৌপদী য়ে তেওঁৰ শাৰীৰ আঁচল খন ফালি আঘাত প্ৰাপ্ত ঠাই দোখৰত বান্ধি দিছিলে । এই কাৰ্য্যত কৃষ্ণ অভিভূত হৈ যায় । তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত হাৰাত দৌপদীক কৌৰৱৰ ৰাজ সভাত অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিব যাওঁতে কৃষ্ণই দৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল ।কিছু লোকৰ মতে এইদৰেই ৰাখি বন্ধন প্ৰচলন হল ।
বলি আৰু লক্ষ্মী দেবীঃ-
আন এটি গল্পৰ মতে দৈতৰাজ বলি বিষ্ণু ৰ ভক্ত আছিল ।বিষ্ণুয়ে বৈকুন্ঠ এৰি আহি বলিৰ ৰাজ্য ৰক্ষা কৰিব আহে ।বিষ্ণুৰ স্ত্রীস্ত্ৰী লক্ষ্মী দেবীয়ে স্বামীক পুণৰ ঘূৰাই নিবৰ বাবে এজনী সাধাৰণ মহিলৰ ৰুপ ধৰে ।লক্ষ্মী দেবীয়ে বলিক কয় যে যোৱা বহু দিনৰ পৰা তেওঁৰ স্বামী নিৰুদ্দেশ,তেওঁ যেতিয়ালৈকে স্বামীক বিচাৰি নাপায় তেতিয়ালৈকে যাতে বলিয়ে তেওঁৰ ঘৰত এই দুখীয়া মহিলা গৰাকীক থাকিব দিয়ে ।বলিৰজাই ছদ্মবেশী লক্ষ্মী দেবীক আশ্ৰয় দিবলৈ ৰাজি হল । শাওঁণ মাহৰ পূর্ণিমাপূৰ্ণিমা উৎসবে লক্ষ্মী দেবীয়ে বলি ৰজাৰ হাতত ৰাখী বান্ধি দিয়ে।সাধাৰণ মহিলা গৰাকীয়ে বলি ৰজাৰ হাতত ৰাখী বন্ধাৰ কাৰণ সুধোতে লক্ষ্মী দেবীয়ে নিজৰ আত্ম পৰিচয় দিলে আৰু সকলো কথা বলি ৰজাৰ আগত বিৱৰি কলে ।তেওঁৰ চতুৰালিত মুগ্ধ হৈ বলি ৰজাই বিষ্ণুক বৈকুন্ঠলৈ যাবলৈ অনুৰোধ জনায় । বহু লোকৰ মতে সেই কাৰণেওঁ ৰাখীবন্ধন পালন কৰা হয় ।
 
ঐতিহাসিক প্ৰসংগ অনুসৰিঃ-
ৰাণী কৰ্ণবতী আৰু সম্রাটসম্ৰাট হুমায়ুনঃ-
ৰাজপুত সকল যেতিয়া যুদ্ধৰ বাবে উলায় তেতিয়া তেওঁলোকৰ স্ত্ৰীয়ে যুজাৰো সকলৰ মাথত তিলক লগায়ছিল আৰু হাতত ৰেচম সুতা এদাল বান্ধি দিছিল । তেওঁলোকে এই সূতা দালক বিশ্বাস কৰিছিল যে এই সূতা দালেই তেওঁলোকৰ স্বামীক বিজয়ীৰ লগতে যুদ্ধৰ পৰা জীৱিত ৰুপত ঘৰলৈ আনিব ।
এটা জনপ্রিয়জনপ্ৰিয় গল্প অনুযায়ী,চিতোৰৰ ৰাণী কৰ্ণবতী ১৫৩৫ খ্ৰীষ্টাব্দত গুজৰাটৰ ৰজা চুলতান বাহাদুৰ শ্বাহে চিতোৰ আক্ৰমণ কৰিলে,বিধবা ৰাণী কৰ্ণবতী য়ে অসহায় বোধ কৰিল আৰু মুগল সম্রাটসম্ৰাট হুমায়ুনক এদাল ৰাখী পঠাই আৰু তেওঁৰ ভনীয়েকৰ সাহায্যৰ প্ৰৰ্থনা কৰে ।ৰাণী কৰ্ণবতীৰ ৰাখীত অভিভূত হৈ হুমায়ুনে চিতোৰ ৰখাৰ অৰ্থে তেওঁৰ সৈন্য প্ৰেৰণ কৰে ।হুমায়ুনৰ সৈন্যয়ে চিতোৰ ৰক্ষা কৰি দিয়ে ।
মহামতি আলেকজেণ্ডাৰ আৰু পুৰু ৰজাঃ
এটা কিংবদন্তী অনুযায়ী,৩২৬ খ্রিষ্টপূর্বাব্দেখ্ৰিষ্টপূৰ্বাব্দে মহামতি আলেকজান্ডায়ে ভাৰত আক্ৰমণ কৰিলে । আলেকজেণ্ডাৰ স্ত্রীয়েস্ত্ৰীয়ে পুৰু ৰজাক এদাল সূতা পঠিয়াই আৰু তেওঁক অনুৰোধ জনায় যে আলেকজেণ্ডাৰক ক্ষতি নকৰে ।আৰু পুৰু ৰজাই হাতত বন্ধা ৰাখী দালৰ সন্মান কৰি আলেকজেণ্ডাৰক জীৱন দান দিলে ।কোনো কোনো লোকৰ বিশ্বাস যে তেতিয়াৰ পৰাই এই প্ৰথা প্ৰচলনহৈ আহিছে ।
 
[[ভাৰত চৰকাৰ]]ৰ ডাকঁ তাৰ বিভাগৰ দ্বাৰা ১০ টকাৰ এটা আকৰ্ষিত লেফাফা বিক্ৰি কৰা হয়। লেফাফৰ টোৰ মূল্য ৫টকা আৰু ৰাখী দালৰ মূল্য ৫ টকা । ৰাখী উতসৱত ভনীয়েকে নিজৰ ককায়েকক ৫ টকাতেই ৫০ গ্ৰামলৈকে ওজনৰ ৰাখী পঠাব পৰে এই সুবিধাটো মাত্ৰ ৰাখী বন্ধনৰ সময়তহে উপলব্ধ। ২০০৭ চনৰ পৰা বৰষুণৰ বতৰত লেফাফাটো বেয়া নহবৰ কাৰণে ৱাটাৰপুফ লেফাফাৰ ব্যৱহাৰ কৰা হৈছে ।ৰাখী বন্ধনৰ সময়ত ৰাখী সোণকালে আদান প্ৰদানত বিশেষ কিছু প্ৰদ্ধিতিওঁ ব্যৱহাৰ কৰা দেখা যায় ।কোনো কোনো ডাঙৰ ডাক ঘৰত ৰাখীৰ পঠাবৰ বাবে বেলেগে অন্য বাকচ লগোবা দেখা যায় ।
"https://as.wikipedia.org/wiki/ৰাখীবন্ধন"ৰ পৰা অনা হৈছে