ৰিয়ানা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

fixing dead links
র-ৰ পেট কাটি ৰ কৰা হ'ল
40 নং শাৰী:
 
===২০০৭–০৯: ''গুড গাৰ্ল গন বেড''===
[[File:Rihanna-brisbane.jpg|thumb|upright|২০০৮ চনত ব্রীছবেনব্ৰীছবেন এন্টাৰটেইনমেন্ট চেন্টাৰত প্রদর্শনৰতপ্ৰদৰ্শনৰত অৱস্থাত ৰিয়ানা]]
তেওঁৰ তৃতীয় এলবাম “গুড গাৰ্ল গন বেডে” ধনাত্মক সঁহাৰি লাভ কৰে।<ref name="metacritic">{{cite web | url=http://www.metacritic.com/music/artists/rihanna/goodgirlgonebad | title=Rihanna:Good Girl Gone Bad (2007): Reviews | work=[[Metacritic]] | publisher=CNET Networks, Inc | accessdate=2009-03-24 }}</ref> ইয়াৰে প্ৰধান একক "আম্ব্ৰেলা" শীৰ্ষক গীতটিয়ে প্ৰায় তেৰখন দেশত শীৰ্ষস্থান দখল কৰে আৰু দহ সপ্তাহজুৰি ইংলেণ্ডত এক নম্বৰ স্থানত অধিষ্ঠিত হৈ থাকে।<ref>{{cite news|url=http://acharts.us/song/16150|title=Rihanna and Jay-Z&nbsp;– Umbrella&nbsp;– Music Charts |work=[[Music Charts]] |accessdate=2009-08-24}}</ref><ref>{{cite news|url=http://www.billboard.com/bbcom/search/google/article_display.jsp?vnu_content_id=1003615333|title=Rihanna Makes It 10 Weeks Atop UK Singles Chart|last=Sexton|first=Paul|date=July 23, 2007|work=Billboard|accessdate=February 8, 2009|archiveurl=https://archive.is/bTQM|archivedate=June 29, 2012}}</ref> ৬.৬ মিলিয়ন বিক্ৰীৰে ই ৰিয়ানাৰ প্ৰথম বিশ্বজুৰি সৰ্বাধিক বিক্ৰী হোৱা গীত আখ্যা পায়।<ref name="ifpi2007">{{cite web|url=http://www.ifpi.org/content/library/DMR2008.pdf|title=Top 10 Global Digital Singles 2007|publisher=[[International Federation of the Phonographic Industry]]|page=6|accessdate=2010-11-13}}</ref><ref>{{cite news|url=http://www.ifpi.org/content/library/DMR2008.pdf|title=Top 10 Digital Songs 2009|date=February 15, 2012|work=IFPI}}</ref> এই এলবামৰ "শ্বাট আপ এণ্ড ড্ৰাইভ", " হেট দেট আই লাভ য়ু","ড’ন্ট ষ্টপ দ্য মিউজিক" আদি গীতো সফল হয়। ৫০তম গ্ৰেমী বঁটাৰ বহুতো শিতানত ৰিয়ানা মনোনীত হয় আৰু “আম্ব্ৰেলা”ৰ বাবে জেই জিৰ সৈতে বেষ্ট ৰেপ/চং ক’লাব’ৰেশ্যন বঁটা লাভ কৰে।<ref>{{cite news|url=http://www.ew.com/ew/article/0,,1567466_20010832_20177185,00.html|title=The 2008 Grammy Winners Are...|date=February 8, 2008|publisher=EW|accessdate=April 23, 2009}}</ref>
 
২০০৮ চনৰ ২০ফেব্ৰুৱাৰীত বাৰবাৰিয়ান প্ৰধানমন্ত্ৰী ডেভিদ থম্পচনে “ৰিয়ানা ডে’ ” শীৰ্ষক এক অনুষ্ঠানত গায়িকা গৰাকীক বহুতো পুৰষ্কাৰ প্রদানপ্ৰদান কৰে।<ref>{{cite web|title=Celebrate 'Rihanna Day' in Barbados|url=http://www.stuff.co.nz/entertainment/280129|work=Stuff.Co.NZ|publisher=Fairfax New Zealand Limited|accessdate=February 24, 2011|date=February 21, 2008}}</ref><ref>{{cite news|url=http://www.monstersandcritics.com/people/news/article_1392105.php/Barbados_has_Rihanna_day |title=Barbados has Rihanna day |date=February 20, 2008 |publisher=[[Monsters and Critics]] |accessdate=May 23, 2009|archiveurl=https://archive.is/sZ4r|archivedate=June 4, 2012}}</ref> তেওঁৰ তৃতীয় এলবামৰ পুনঃসংযোজন “গুড গাৰ্ল গন বেড : ৰিলোডেড” জুন,২০০৮ত মুকলি হয় য’ত তিনিটা নতুন গান “ডিষ্টাৰ্বিয়া”,"টেক এ ব’ " আৰু ''মৰুণ ফাইভ''ৰ লগত এক দ্বৈত “ইফ আই নেভাৰ ছি য়ু এগেইন” সংযোজিত কৰা হয়। এটা এটাকৈ মুক্তিপ্ৰাপ্ত এই আটাইকেইটা গীতেই বিশ্বজুৰি সমাদৰ লাভ কৰে।<ref>{{cite web|url=http://acharts.us/song/34994 |title=Rihanna&nbsp;– Take A Bow&nbsp;– Music Charts |publisher=Acharts.us |date= |accessdate=2008-10-23}}</ref><ref>{{cite web|url=http://acharts.us/song/35570 |title=Maroon 5 and Rihanna&nbsp;– If I Never See Your Face Again&nbsp;– Music Charts |publisher=Acharts.us |date= |accessdate=2008-10-23}}</ref><ref>{{cite web|url=http://acharts.us/song/36121 |title=Rihanna&nbsp;– Disturbia&nbsp;– Music Charts |publisher=Acharts.us |date= |accessdate=2008-10-23}}</ref> ৰেপাৰ টি.আই.ৰ সৈতে গোৱা ২০০৮চনৰ নৱেম্বৰ মাহত মুক্তিপ্ৰাপ্ত "লিভ য়োৰ লাইফ" গীতটিয়ে অষ্ট্ৰিয়া,কানাডা,আয়াৰলেণ্ড আদিত প্ৰথম পাঁচটাৰ ভিতৰত আৰু নিউজিলেণ্ড আৰু আমেৰিকাত প্ৰথম স্থান দখল কৰে।<ref>{{cite web|url=http://acharts.us/song/38021 |title=T.I. and Rihanna&nbsp;– Live Your Life&nbsp;– Music Charts |publisher=Acharts.us |date= |accessdate=2008-10-23}}</ref> মুক্তি লভাৰে পৰা “গুড গাৰ্ল গন বেড”ৰ গোটেই বিশ্বজুৰি সাত মিলিয়নতকৈও অধিক এলবাম বিক্ৰী হয়।<ref>{{cite news|url=http://www.independent.co.uk/arts-entertainment/music/news/beyonc-lady-gaga-rihanna-albums-to-hit-shelves-november-23-1821889.html|title=Beyoncé, Lady Gaga, Rihanna albums to hit shelves November 23
|date=November 17, 2009 }}</ref>
 
96 নং শাৰী:
==চলচ্চিত্ৰপঞ্জী==
 
* ''ব্রিংব্ৰিং ইট অন: অল অৰ নাথিং'' (২০০৬)
* ''বেটলশ্বিপ (চলচ্চিত্রচলচ্চিত্ৰ)'' (২০১২)
* ''দিছ ইজ দ্য এণ্ড'' (২০১৩)
* ''হেপ্পী স্মেকডে'' (২০১৪)
"https://as.wikipedia.org/wiki/ৰিয়ানা"ৰ পৰা অনা হৈছে