ৰুবিয়াছ হেগ্ৰিড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 45 interwiki links, now provided by Wikidata on d:q177439 (translate me)
র-ৰ পেট কাটি ৰ কৰা হ'ল
29 নং শাৰী:
===হেৰী পটাৰ এণ্ড দ্য চেম্বাৰছ অৱ ছিক্ৰেটছ===
{{details|হেৰী পটাৰ এণ্ড দ্য চেম্বাৰছ অৱ ছিক্ৰেটছ (উপন্যাস)}}
এই দ্বিতীয় উপন্যাসখনতহে পাঠকে হেগ্ৰিডক হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ পৰা অপসাৰণ কৰাৰ কাৰণটো গম পায়। এইটোও গম পোৱা যায় যে পিছলৈ [[লর্ডলৰ্ড ভ'লডেমর্টলডেমৰ্ট]] হিচাপে পৰিচিত হোৱা টম ৰিডল কনিষ্ঠ হগৱার্ট্ছতহগৱাৰ্ট্ছত পঢ়ি থকা সময়তেই হেগ্ৰিডো হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ ছাত্রছাত্ৰ আছিল। তৃতীয় বার্ষিকতবাৰ্ষিকত থাকোতে হেগ্ৰিডক [[#এৰাগগ|এৰাগগ]] নামৰ এক বৃহত্‍ ভয়ানক মকৰাৰ সৈতে পোৱা যায় আৰু সকলোৱে ভাবে যে ইয়েই সেই "স্লিদেৰিণৰ দৈত্য"টি যাক হেগ্ৰিডে গোপন কোঠাৰ পৰা মুকলি কৰি দিছে আৰু উদ্দেশ্যপ্রণোদিতভাৱেউদ্দেশ্যপ্ৰণোদিতভাৱে বা উদ্দেশ্যঅপ্রণোদিতভাভাৱেউদ্দেশ্যঅপ্ৰণোদিতভাভাৱে ছাত্রছাত্ৰ-ছাত্রীসকলকছাত্ৰীসকলক আক্রমণআক্ৰমণ বা জড়ভৰত (একার্থতএকাৰ্থত হত্যা)কৰিবলৈ ব্যৱহাৰ কৰিছে। এই কাৰণতেই হেগ্ৰিডক বিদ্যালয়ৰ পৰা নাম কটাই দিয়া হয়। এৰাগগে অন্ধকাৰ অৰণ্যলৈ পলাই গৈ মকৰাৰ এক চুবুৰী গঢ়ি তোলে। আনহাতে প্রকৃতপ্ৰকৃত অপৰাধী টম ৰিডলে,যিয়ে বাছিলিস্ক নামৰ দৈত্যৰ সহায়ত ছাত্রছাত্ৰ-ছাত্রীছাত্ৰী সকলক আক্রমণআক্ৰমণ কৰি আছিল,সকলোৰে মনত হেগ্ৰিড অপৰাধী বুলি থকা সন্দেহক ঘনীভূত কৰি তোলে। ঘটনাৰ পাকচক্রতপাকচক্ৰত বাছিলিস্কে পুনৰ বিদ্যালয়ত সন্ত্ৰাস চলায় আৰু হেগ্ৰিডকেই পুনৰ দোষী বুলি তেওঁক [[আজকাবান]] কয়দীশাললৈ পঠিওৱা হয়। কৰায়ত্ত হোৱাৰ আগতে হেগ্ৰিডে হেৰী আৰু ৰণক মকৰাবোৰক অনুসৰণ কৰা বুলি কৈ যায় যাতে দুয়ো এৰাগগক লগ ধৰি প্রকৃতপ্ৰকৃত দৈত্যটোৰ বিষয়ে জানিব পাৰে। হেৰীয়ে গোপন কোঠাত বাছিলিস্কক বধ কৰাৰ পিছত এইটো উদ্ঘাটন হয় যে প্রকৃততেপ্ৰকৃততে জিনি ৱিজলীয়েহে টম ৰিডলৰ ডায়েৰীৰ প্রভাৱতপ্ৰভাৱত কামবোৰ কৰি আছিল। তাৰ পিছত হেগ্ৰিডক মুক্তি দিয়া হয়।
 
===হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবান===
{{details|হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবান (উপন্যাস)}}
তৃতীয় উপন্যাসখনত প্রফেছৰপ্ৰফেছৰ ছিলভেনাছ কেটলবাৰ্ণে হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ পৰা অৱসৰ লোৱাত,ডাম্বলডোৰৰ মতে যিয়ে নিজৰ অৱশিষ্ট অংগবোৰৰ সৈতে কিছু সময় কটাব বিচাৰে,হেগ্ৰিডক যাদু প্রাণীৰপ্ৰাণীৰ তত্ত্বাৱধান বিষয়ৰ শিক্ষক হিচাপে নিয়োগ কৰা হয়। যিহেতু তেওঁৰ নামৰ সকলো অভিযোগ মিছা বুলি প্রমাণিতপ্ৰমাণিত হয় সেয়েহে তেওঁক যাদু প্রয়োগৰপ্ৰয়োগৰ অনুমতি দিয়া হয়।<ref name="worldexclusive">[http://www.accio-quote.org/articles/2000/0700-swns-alfie.htm World Exclusive Interview with J K Rowling]</ref> প্রথমপ্ৰথম শ্রেণীতেইশ্ৰেণীতেই হেগ্ৰিডে তৃতীয় বার্ষিককবাৰ্ষিকক [[#Buckbeak|বাকবীক]] নামৰ [[হিপ'গ্রিফগ্ৰিফ]]টোৰ সৈতে চিনাকি কৰোৱায় কিন্তু, [[ড্রেকোড্ৰেকো মেলফয়|ড্রেকোড্ৰেকো মেলফয়ে]] তাক অপমান কৰাত সি ড্রেকোকড্ৰেকোক আক্রমণআক্ৰমণ কৰে। ডাম্বলডোৰে হেগ্ৰিডক নির্দোষীনিৰ্দোষী বুলি প্রমাণিতপ্ৰমাণিত কৰে যদিও যাদু মন্ত্ৰালয়ে বাকবীকক মৃত্যুদণ্ডৰ আদেশ দিয়ে। এনেকৈয়ে হেগ্ৰিডৰ শ্রেণীটোশ্ৰেণীটো বৰ বিৰক্তিকৰ হৈ পৰে আৰু হেৰী ,ৰণ আৰু হাৰমাইনীয়ে হেগ্ৰিডে বাকবীকক কেনেকৈ বচাব পাৰে সেই সম্বন্ধে তথ্য বিচাৰি সময় কটাব ধৰিলে। কিতাপখনৰ শেষৰফালে হাৰমাইনী আৰু হেৰীয়ে এটা সময় পৰিৱর্তকৰপৰিৱৰ্তকৰ সহায়ত বাকবীকক মৃত্যুৰ পৰা আৰু [[ছিৰিয়াচ ব্লেক]]ক ডিমেনটৰৰ চুমাৰ পৰা ৰক্ষা কৰে।
 
===হেৰী পটাৰ এণ্ড দ্য গব্লেট অৱ ফায়াৰ===
{{details|হেৰী পটাৰ এণ্ড দ্য গব্লেট অৱ ফায়াৰ (উপন্যাস)}}
চতুর্থচতুৰ্থ উপন্যাসখনত প্রকাশপ্ৰকাশ হয় যে হেগ্ৰিড এক মিশ্রিতমিশ্ৰিত তেজৰ যাদুকৰ আৰু দৈত্যৰ সন্তান। তেওঁৰ মাক ফ্রিডৱুল্ফাফ্ৰিডৱুল্ফা এক দৈত্য আছিল যিয়ে হেগ্ৰিডৰ শিশু অৱস্থাতে যাদুকৰ দেউতাকক এৰি গৈছিল। যিহেতু দৈত্যবোৰ নিষ্ঠুৰ প্রকৃতিৰপ্ৰকৃতিৰ আৰু এসময়ৰ ভ'লডেমর্টৰলডেমৰ্টৰ সংগী,গতিকে হেগ্ৰিডে নিজৰ মাক দেউতাকৰ কথা গুপুতে ৰাখে আৰু মানুহবোৰক তেওঁৰ বৃহদাকাৰ শৰীৰৰ ৰহস্যৰ অন্য এক ব্যাখ্যা আগবঢ়ায় (প্রয়োজনপ্ৰয়োজন নৌহওঁতেই এবটল হাড়-বাঢ় ঔষধ খোৱা)। হেগ্ৰিডৰ এই গুপ্ত পৰিচয় ৰীতা স্কিটাৰে [[ডেইলী প্রফেটপ্ৰফেট]]ত প্রকাশপ্ৰকাশ কৰি দিয়ে আৰু হেগ্ৰিডক বিপদজনক(বিপদজনক জীৱ-জন্তুৰ প্রতিপ্ৰতি তেওঁৰ আকর্ষণৰআকৰ্ষণৰ বাবে) আৰু অনুপযোগী হিচাপে বর্ণনাবৰ্ণনা কৰে। এই ঘটনাত হেগ্ৰিডে বৰ দুখ পায় আৰু শিক্ষক পদৰ পৰা অব্যাহতি ল'ব খোজে অৱশ্যে ডাম্বলডোৰে তেওঁৰ এই আবেদন নাকচ কৰে। উপন্যাসখনত হেগ্ৰিডে আন এজনী অর্ধঅৰ্ধ দৈত্য যাদুকৰী আৰু ফৰাচী যাদু বিদ্যালয় বউবেটনৰ প্রধানপ্ৰধান শিক্ষয়িত্রীশিক্ষয়িত্ৰী অলিম্প মেক্সিমৰ সৈতে এক প্রেমময়প্ৰেমময় সম্পর্কসম্পৰ্ক গঢ়ি তোলে। তদুপৰি হেগ্ৰিড সেইসকলৰ এজন আছিল যিয়ে আৰম্ভণিৰে পৰা বিশ্বাস কৰিছিল যে যাদুৰ ত্রিকোণীয়ত্ৰিকোণীয় প্রতিযোগিতাতপ্ৰতিযোগিতাত হেৰীয়ে নিজে নিজৰ নাম দিয়া নাছিল। পিছলৈ এলাষ্টৰ মুদীয়ে (প্রকৃততেপ্ৰকৃততে ছদ্মবেশী বার্টীবাৰ্টী ক্রাউচক্ৰাউচ কনিষ্ঠ) হেগ্ৰিডক প্রতিযোগিতাৰপ্ৰতিযোগিতাৰ প্রথমপ্ৰথম পর্যায়তপৰ্যায়ত যে ড্রেগনৰড্ৰেগনৰ সৈতে যুঁজিব লাগিব সেয়া হেৰীক দেখুৱাই দিবলৈ পৰামর্শপৰামৰ্শ দিয়ে। তদুপৰি প্রতিযোগিতাৰপ্ৰতিযোগিতাৰ তৃতীয় পর্যায়তপৰ্যায়ত ব্লাষ্ট এণ্ডেড স্ক্রুটছস্ক্ৰুটছ বোৰৰ যোগানো হেগ্ৰিডেই ধৰিছিল।
 
===হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অৱ দ্য ফিনিক্স===
{{details|হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অৱ দ্য ফিনিক্স (উপন্যাস)}}
পঞ্চম উপন্যাসখনৰ প্রথমাংশতপ্ৰথমাংশত হেগ্ৰিড উপস্থিত নাথাকে। তেওঁ পিছত হেৰী,ৰণ আৰু হাৰমাইনীক কয় যে অর্ডাৰৰঅৰ্ডাৰৰ এক অভিযান অনুসৰি তেওঁ আৰু মেডাম মেক্সিমে সমগ্রসমগ্ৰ ইউৰোপ ভ্রমণভ্ৰমণ কৰে আৰু দৈত্যসকলক বিচাৰি সিহঁতক ভাল পক্ষ অর্থাত্‍অৰ্থাত্‍ ডাম্বলডোৰৰ পক্ষ ল'বলৈ অনুৰোধ কৰে। অৱশ্যে ডেথ্ ইটাৰ সকলেও দৈত্য সকলক বিচাৰি পায় আৰু ভ'লডেমর্টৰলডেমৰ্টৰ সংগ লবলৈ মান্তি কৰায়। এই অভিযানত দৈত্যসকলে হেগ্ৰিডক আক্রমণআক্ৰমণ কৰে আৰু মেডাম মেক্সিমে তেওঁক বচায়। অৱশ্যে ওভটনি যাত্রাতযাত্ৰাত দুয়ো বেলেগে বেলেগে আহে কাৰণ হেগ্ৰিডে তেওঁৰ সতীয়া ভাতৃ [[#গ্রপগ্ৰপ|গ্রপগ্ৰপ]]ক বিচাৰি পায় আৰু তাক ঘৰলৈ লৈ আহিবলৈ চেষ্টা কৰে যাক লৈ মেক্সিম বিৰক্ত হৈ পৰে। দৈত্যসকলৰ সৈতে থাকি যাব খোজা গ্রপেগ্ৰপে হেগ্ৰিডক যথেষ্ট আঘাতপ্রাপ্তআঘাতপ্ৰাপ্ত কৰে। হেগ্ৰিডে হেৰী আৰু হাৰমাইনীক তেওঁৰ সতীয়া ভাতৃৰ সৈতে চিনাকি কৰি দিয়ে আৰু তেওঁ হগৱার্ট্ছহগৱাৰ্ট্ছ এৰি গ'লে তাক চোৱা-চিতা কৰিবলৈ অনুৰোধ কৰে। হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ উচ্চ তদন্তকাৰী বিষয়া ডলর্ছডলৰ্ছ আমব্রিজেআমব্ৰিজে হেগ্ৰিডকে ধৰি হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ সকলো শিক্ষক-শিক্ষয়িত্রীৰশিক্ষয়িত্ৰীৰ শ্রেণীসমূহশ্ৰেণীসমূহ নিৰীক্ষণ কৰে আৰু ডাম্বলডোৰৰ সৈতে ঘনিষ্ঠ বাবে হেগ্রিডকহেগ্ৰিডক অপসাৰণ কৰাৰ চেলু বিচাৰি ফুৰে। কিতাপখনৰ শেষৰফালে আমব্রিজআমব্ৰিজ আৰু মন্ত্রালয়ৰমন্ত্ৰালয়ৰ অন্য বিষয়ববীয়াসকলে হেগ্রিডকহেগ্ৰিডক কৰায়ত্ত কৰাৰ চেষ্টা কৰে। হেগ্রিডহেগ্ৰিড পলাই সাৰে কিন্তু তেওঁক বচাবলৈ গৈ প্রফেছৰপ্ৰফেছৰ মেকগোনাগল আঘাতপ্রাপ্তআঘাতপ্ৰাপ্ত হয়। অৱশেষত যেতিয়া ডাম্বলডোৰ পুনৰ প্রধানপ্ৰধান শিক্ষক পদত অধিস্থিত হয়,হেগ্রিডহেগ্ৰিড স্কুললৈ ঘূৰি আহে।
 
===হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্স===
{{details|হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্স (উপন্যাস)}}
ষষ্ঠ উপন্যাসখনত হেৰী,ৰণ আৰু হাৰমাইনীয়ে যাদু প্রাণীৰপ্ৰাণীৰ তত্ত্বাৱধান বিষয়ৰ শ্রেণীশ্ৰেণী নলয় আৰু তাকে লৈ কিতাপখনৰ প্রথমাংশতপ্ৰথমাংশত হেগ্রিডহেগ্ৰিড হতাশ আৰু খঙাল হৈ থাকে, কিন্তু শীঘ্রেইশীঘ্ৰেই হেগ্ৰিডে বুজি পায় যে ইয়াৰ অর্থঅৰ্থ এইটো নহয় যে সিহঁতে হেগ্রিডকহেগ্ৰিডক বেয়া পায়। পিছলৈ যেতিয়া এৰাগগৰ মৃত্যু হয়,হেগ্রিডেহেগ্ৰিডে প্রাণৰপ্ৰাণৰ ভয়কো নেওচি মকৰাটোৰ অন্ত্যেষ্টিক্রিয়াঅন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ যায়। তাৰ পিছত তেওঁ আৰু হোৰাছ স্লাগহর্ণেস্লাগহৰ্ণে অত্যাধিক [[ফায়াৰহুইস্কী]] খাই দিয়ে আৰু এই সুযোগৰ সুবিধা লৈ হেৰীয়ে (যি সেইসময়ত ফেলিক্স ফেছিলিছ ঔষধ বা "পনীয়া সৌভাগ্য"ৰ প্রভাৱতপ্ৰভাৱত আছিল) স্লাগহর্ণৰস্লাগহৰ্ণৰ পৰা এক স্মৃতি আহৰণ কৰে। কিতাপখনৰ শেষৰফালে ডেথ্ ইটাৰ বোৰে হগৱার্ট্ছহগৱাৰ্ট্ছ আক্রমণআক্ৰমণ কৰে আৰু সিহঁতৰ লগত যুঁজ কৰোতে হেগৰিডৰ জুপুৰীটোত জুই লাগে। ডাম্বলডোৰৰ অন্ত্যেষ্টিক্রিয়াৰঅন্ত্যেষ্টিক্ৰিয়াৰ সময়ত হেগ্রিডেহেগ্ৰিডে ডাম্বলডোৰৰ শৰীৰটো কঢ়িয়াই নিয়ে।
 
===হেৰী পটাৰ এণ্ড দ্য ডেডলী হ’ল’জ===
{{details|হেৰী পটাৰ এণ্ড দ্য ডেডলী হ’ল’জ (উপন্যাস)}}
সপ্তম উপন্যাসখনত হেৰীক ডার্চলীসকলৰডাৰ্চলীসকলৰ ঘৰৰ পৰা যাদুৰে সুৰক্ষিত কৰি ৰখা [[দ্য বাৰ' (হেৰী পটাৰ)|বাৰ']]লৈ নিবলৈ অর্ডাৰঅৰ্ডাৰ অৱ ফিনিক্সে গঠন কৰা দলটিত হেগ্রিডোহেগ্ৰিডো থাকে। হেগ্রিডেহেগ্ৰিডে হেৰীক ছিৰিয়াছ ব্লেকৰ পৰা পোৱা উৰণীয়া মটৰচাইকেল খনত হেৰীক লৈ যায় কিন্তু ডেথ্ ইটাৰে তেওঁলোকক আক্রমণআক্ৰমণ কৰে। স্বয়ং ভ'লডেমর্টেলডেমৰ্টে আহি আক্রমণআক্ৰমণ কৰাৰ পিছত দুয়ো কোনোমতে আহি বাৰ' ত উপস্থিত হয়। বিল ৱিজলী আৰু ফ্লিউৰ ডেলেকৰৰ বিয়াৰ পিছত হেগ্রিডেহেগ্ৰিডে পুনৰ হগৱার্ট্ছলৈহগৱাৰ্ট্ছলৈ উভতি যায়। কিতাপখনৰ শেষৰফালে ডেথ্ ইটাৰবোৰে নিয়ন্ত্রণনিয়ন্ত্ৰণ কৰা হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ ভয়াবহ পৰিবেশত হেগ্ৰিডে নিজৰ জুপুৰীত
"হেৰী পটাৰক সমর্থনসমৰ্থন কৰা" শীর্ষকশীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰে ফলত ডেথ্ ইটাৰৰ ভয়ত ফেং আৰু গ্রপেৰেগ্ৰপেৰে সৈতে পর্বততপৰ্বতত গৈ লুকাই থাকে। হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ যুদ্ধৰ শেষত যেতিয়া হেৰীয়ে ভ'লডেমর্টৰলডেমৰ্টৰ ওচৰত আত্মসমর্পণআত্মসমৰ্পণ কৰে তেতিয়া হেগ্রিডকহেগ্ৰিডক ডেথ্ ইটাৰ শিবিৰত বন্দী হৈ থকা দেখা পোৱা যায়। হেগ্রিডকহেগ্ৰিডক হেৰীক স্কুললৈ কঢ়িয়াই লৈ যাবলৈ বাধ্য কৰা হয় আৰু হেৰীয়ে পুনর্জীৱনপুনৰ্জীৱন পোৱা বুলি গম নাপায় পথত থকা [[যাদু প্রাণীসমুহপ্ৰাণীসমুহ (হেৰী পটাৰ)#অশ্বনৰ|অশ্বনৰ]]বোৰক একো নকৰাকৈ চাই থকা বাবে দোষ দিয়ে। ইয়াৰ পিছত অশ্বনৰ সকলে যুদ্ধত অংশগ্রহণঅংশগ্ৰহণ কৰে আৰু ডেথ্ ইটাৰ,যাদু প্রাণীৰপ্ৰাণীৰ জল্লাদ ৱাল্ডেন মেকনেয়াৰক নিজৰ প্রতিদ্বন্দীপ্ৰতিদ্বন্দী বুলি ভাবি হেগ্রিডেওহেগ্ৰিডেও যুদ্ধৰ দ্বিতীয়ার্দ্ধতদ্বিতীয়াৰ্দ্ধত অংশগ্রহণঅংশগ্ৰহণ কৰে আৰু ভলডেমর্টকভলডেমৰ্টক পৰাস্ত কৰাৰ পিছত হেৰীক পোনপ্রথমেপোনপ্ৰথমে অভিনন্দন জনায়।
 
ৰাউলিঙৰ মতে অন্তিম কিতাপখনত থকা হেগ্রিডেহেগ্ৰিডে হেৰীৰ শৰীৰটো মৃত বুলি ধৰি লৈ কঢ়িয়াই অনা দৃশ্যটো যথেষ্ট তাত্‍পর্য্যপূর্ণতাত্‍পৰ্য্যপূৰ্ণ কাৰণ "হেগ্রিডেইহেগ্ৰিডেই হেৰীক ডার্ছলীহঁতৰডাৰ্ছলীহঁতৰ ঘৰৰ পৰা আনিছিল। হেগ্রিডেইহেগ্ৰিডেই হেৰীক যাদুবিশ্বলৈও আনিছিল… দৰাচলতে তেওঁ তাৰ অভিভাৱক বা দিকনির্ণয়কাৰীৰদিকনিৰ্ণয়কাৰীৰ দৰে আছিল ...আৰু এতিয়া মই বিচাৰো হেৰীক অৰণ্যৰ পৰা কঢ়িয়াই অনা মানুহজন হেগ্রিডেইহেগ্ৰিডেই হওঁক।"<ref>[http://www.msnbc.msn.com/id/20026225/ "Rowling: 'I wanted to kill parents' – Wild about Harry"], – MSNBC.com</ref> ৰাউলিঙে এয়াও কয় যে হেগ্ৰিডৰ কেতিয়াও মৃত্যুৰ ভয় নাছিল কাৰণ তেওঁৰ "মনত সদায় দৈত্যাকায় হেগ্ৰিডে হেৰীক কোলাত লৈ কান্দি কান্দি অৰণ্যৰ মাজেৰে আহি থকা দৃশ্যটো ভাঁহি আছিল।".<ref>"[http://www.the-leaky-cauldron.org/2007/11/19/new-interview-with-j-k-rowling-for-release-of-dutch-edition-of-deathly-hallows New Interview with J.K. Rowling for Release of Dutch Edition of 'Deathly Hallows']." (18 November 2007). ''[[The Leaky Cauldron (website)|The Leaky Cauldron]].'' Retrieved 19 November 2007.</ref>
 
====উপসংহাৰ====
হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ যুদ্ধৰ ঊনৈশ বছৰ পিছতো হেগ্ৰিড হগৱার্ট্ছতেইহগৱাৰ্ট্ছতেই থাকে যদিও তেওঁৰ সামর্থ্যসামৰ্থ্য কিমান তাক জনা নাযায় (কাৰণ এই সময়ত তেওঁ প্রায়প্ৰায় ৮৭ বছৰীয়া হ'ব)। ঠিক হেৰীক মতাৰ দৰেই তেওঁ হেৰীৰ পুত্রপুত্ৰ এলবাছক চাহ খাবলৈ নিজৰ জুপুৰীলৈ মাতে আৰু ইয়েই সূচায় যে হেৰী আৰু হেগ্রিডৰহেগ্ৰিডৰ মাজত তেতিয়াও ঘনিষ্ঠ সম্বন্ধ আছে। ২০০৭ চনত হেগ্রিডেহেগ্ৰিডে বিয়া কৰালেনে নাই বুলি সোধা এক প্রশ্নৰপ্ৰশ্নৰ উত্তৰত ৰাউলিঙে কয় যে হেগ্রিডেহেগ্ৰিডে এজনী দৈত্যৰ সৈতে এক সম্বন্ধ গঢ়ি তুলিছিল যদিও ই বেছিদিন নিটিকিল।<ref>{{Cite document |last=Weingarten |first=Tara |title=Rowling Says Dumbledore Is Gay |url=http://www.newsweek.com/id/50787 |accessdate=20 October 2007 |work=Newsweek |postscript=<!--None-->}}</ref>
 
==চলচ্চিত্ৰ ৰূপায়ণ==
স্কটিছ অভিনেতা ৰব্বি কোলট্রেনেকোলট্ৰেনে হেৰী পটাৰ উপন্যাসসমুহৰ আটাইকেইখন চলচ্চিত্রচলচ্চিত্ৰ অভিযোজনতেই হেগ্ৰিডৰ চৰিত্রতচৰিত্ৰত অভিনয় কৰিছে।<ref name=hbp-casting-complete>{{cite press release|url=http://www.prnewswire.co.uk/cgi/news/release?id=213122|title=Casting Is Complete on ‘Harry Potter and the Half-Blood Prince’|date=16 November 2007|accessdate=16 November 2007|publisher=[[Warner Bros.]]}}</ref> ৰাউলিঙৰ মনত আগৰেপৰা এই চৰিত্রটোৰচৰিত্ৰটোৰ বাবে কোলট্রেনৰকোলট্ৰেনৰ কথা খেলাই আছিল আৰু তেওঁৰ তালিকাখনত কোন শীর্ষস্থানতশীৰ্ষস্থানত আছে বুলি সোধাত একে উশাহেই "হেগ্ৰিডৰবাবেৰব্বিকোলট্রেনহেগ্ৰিডৰবাবেৰব্বিকোলট্ৰেন বুলি উত্তৰ দিছিল।<ref>{{cite web|url=http://www.neatorama.com/2009/07/17/movie-trivia-harry-potter-and-the-sorcerers-stone/ |title=Movie Trivia: Harry Potter and the Sorcerer’s Stone |publisher=Neatorama.com |date=17 July 2007 |accessdate=15 August 2011}}</ref><ref name="accioquote">{{cite web|url=http://www.accio-quote.org/articles/2001/1111-telegraph-alderson.html |title=‘They really do look as I’d imagined they would inside my head.’ |publisher=Accio Quote! |date=13 March 2007 |accessdate=15 August 2011}}</ref> কোলট্রেনেকোলট্ৰেনে মন্তব্য দিছিল যে ''হেৰী পটাৰ'' ছবি সমূহৰ অংশ হোৱাটো "এক চমত্‍কাৰী ক্ষেত্রতক্ষেত্ৰত জড়িত হোৱা।"<ref>[http://blogs.manchestereveningnews.co.uk/ianwylie/2006/09/harry_potter_and_the_personal.html Harry Potter And The Personal Demons]</ref> ৰাউলিঙে কোলট্রেনককোলট্ৰেনক হেগ্ৰিডৰ পটভূমিৰ বিষয়ে কিছু কৈছিল। <ref>[http://news.bbc.co.uk/cbbcnews/hi/tv_film/newsid_1634000/1634994.stm JK Rowling interview in full] [[CBBC]] Retrieved on 29 July 2007</ref> ৰাউলিঙে এয়াও কয় যে, "ৰব্বি হেগ্ৰিডৰ কাৰণে সম্পূর্ণসম্পূৰ্ণ নিখুঁট নির্বাচননিৰ্বাচন কাৰণ হেগ্ৰিড এক মৰমলগা,পছন্দ হোৱা আৰু কিছু জমনি চৰিত্রচৰিত্ৰ[...] কিন্তু তেওঁৰ – তুমি এয়া গম পাব লাগিব – এক সুনিশ্চিত ভিতৰুৱা কঠিনতা আছে[...] আৰু মই ভাবো এই ক্ষেত্রতক্ষেত্ৰত ৰব্বি একদম পাকৈত।"<ref name="accioquote" />
 
ইংৰাজ ৰাগবী য়ুনিয়নৰ ফুটবলাৰ মার্টিনমাৰ্টিন বেইফিল্ডে তেওঁৰ গুৰুকায় শৰীৰৰ বাবে বিপদজনক দীঘলীয়া দৃশ্যসমূহত হেগ্ৰিডৰ ভাওঁ লৈছে। বেইফিল্ডে ''[[হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্রেটছছিক্ৰেটছ (চলচ্চিত্রচলচ্চিত্ৰ)|হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্রেটছছিক্ৰেটছ]]''ত কিশোৰ হেগ্ৰিডৰ ভূমিকাতো অভিনয় কৰিছে।<ref>{{cite web| url=http://movies.yahoo.com/movie/contributor/1809048458 |title=Martin Bayfield Filmography |accessdate=15 August 2011}}</ref>
 
==চৰিত্ৰায়ণ==
===বাহ্যিক অৱয়ব===
ফিল'ছ'ফার্ছফাৰ্ছ ষ্ট'নত হেগ্রিডকহেগ্ৰিডক সাধাৰণ মানুহতকৈ দুগুণ ওখ আৰু পাঁচগুণ শকত বুলি কোৱা হৈছে কিন্তু [[হেৰী পটাৰ এণ্ড দ্য ফিল'ছ'ফার্ছফাৰ্ছ ষ্ট'ন (চলচ্চিত্রচলচ্চিত্ৰ)|ছবিখনত]] তেওঁক {{height|ft=৮|in=৬}} হিচাপে দেখুওৱা হৈছে আৰু পিছৰ কিতাপকেইখনত তেওঁক সাধাৰণ মানুহতকৈ তিনিগুণ শকত বুলি কোৱা হৈছে। হেগ্রিডহেগ্ৰিড তেওঁৰ পশ্চিমীয়া ধৰণৰ কথনশৈলীৰ বাবে জনাজাত। এজন অর্ধঅৰ্ধ-দৈত্য হোৱা হেতুকে তেওঁক যাদুবাণ আৰু মন্ত্রবোৰেমন্ত্ৰবোৰে মানুহতকৈ কম ক্ষতি সাধন কৰে। ''অর্ডাৰঅৰ্ডাৰ অৱ দ্য ফিনিক্স''ত যেতিয়া আমব্রিজআমব্ৰিজ আৰু অন্য যাদুকৰ সকলে তেওঁক হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ পৰা আঁতৰ কৰিবলৈ আহে তেতিয়া তেওঁ উভতি যুঁজ কৰে। তেওঁলোকে হেগ্ৰিডৰ ওপৰত যাদুবাণ আৰু মূর্চ্ছাবানমূৰ্চ্ছাবান প্রয়োগপ্ৰয়োগ কৰে যদিও তেওঁ দৈত্যবংশী হোৱা সূত্রেসূত্ৰে লাভ কৰা প্রতিৰক্ষাৰপ্ৰতিৰক্ষাৰ ফলত এইবোৰ তেওঁৰ গাত লাগি ওফৰি যায়। ''হাফ ব্লাড প্রিন্সপ্ৰিন্স''ৰ ''ফ্লাইট অৱ দ্য প্রিন্সপ্ৰিন্স'' অধ্যায়ত এই গুণতে হেগ্রিডেহেগ্ৰিডে এজন ডেথ্ ইটাৰৰ শক্তিশালী যাদু সমুহৰ প্রতিৰোধপ্ৰতিৰোধ কৰিব পাৰে। কিছুমান ৰসায়ন যেনে কেৱল মানুহৰ কাৰণে নির্মাণনিৰ্মাণ কৰা [[পলীজ্যুচ ৰসায়ন]] আদিও হেগ্রিডৰহেগ্ৰিডৰ ক্ষেত্রতক্ষেত্ৰত নিষ্ক্রিয়।নিষ্ক্ৰিয়।<ref>{{HP7ref}}, chapter 5</ref>
 
===ব্যক্তিত্ত্ব===
হেগ্রিডহেগ্ৰিড এক বন্ধুত্বপূর্ণবন্ধুত্বপূৰ্ণ তথা কোমল হৃদয়ৰ ব্যক্তি আৰু তেওঁৰ সহজে চকুপানী ওলাই যিটো কথা প্রথমপ্ৰথম দৃশ্যতে দেখা যায় ,যেতিয়া ''ফিল'ছ'ফাছ ষ্ট'ন''ত হেগ্রিডেহেগ্ৰিডে হেৰীক ডার্ছলীহঁতৰডাৰ্ছলীহঁতৰ ঘৰত থৈ আহে। বন্ধুৰ প্রতিপ্ৰতি তেওঁ খুবেই বিশ্বাসী,বিশেষকৈ ডাম্বলড'ৰৰ প্রতিপ্ৰতি যাক তেওঁ কেবাবাৰো পৃথিৱীৰ সর্বশ্রেষ্ঠসৰ্বশ্ৰেষ্ঠ যাদুকৰ বুলি অভিহিত কৰে। ফিল'ছ'ফার্ছফাৰ্ছ ষ্ট'নৰ প্রথমপ্ৰথম দৃশ্যতে দেখা যায় যে কোনোবাই তেওঁৰ ওচৰত ডাম্বলড'ৰক অপমান কৰিলে তেওঁ খঙত অগ্নিশর্মাঅগ্নিশৰ্মা হৈ পৰে(যেতিয়া [[ভার্ণনভাৰ্ণন ডার্ছলীডাৰ্ছলী]]য়ে ডাম্বলড'ৰক এটা "পগলা মূর্খমূৰ্খ বুঢ়া" বুলি কয়)। হেৰীৰ ক্ষেত্রতোক্ষেত্ৰতো তেওঁ খুবেই বিশ্বাসী আৰু এই বিশ্বাস ৰক্ষার্থেইৰক্ষাৰ্থেই শৃংখলাটিত কেবাবাৰো কষ্ট ভূগিব লগীয়া হৈছে আৰু কাৰাগাৰলৈ নাযাবলৈ দুবাৰ আত্মগোপন কৰিবলগীয়া হৈছে। ৰাউলিঙে হেগ্ৰিডৰ বিষয়ে কৈছে , "হেগ্রিডহেগ্ৰিড সদায় এক মৌলিক শক্তিৰ নিছিনা আছিল। তেওঁ যেন অৰণ্যৰ ৰজা নাইবা এক সেউজীয়া মানৱ। তেওঁ এক অর্ধবন্যঅৰ্ধবন্য মানুহ যিয়ে অৰণ্যৰ দাঁতিত বাস কৰে।".<ref name="Accio">{{cite web| url=http://www.accio-quote.org/articles/2006/0925-southbank.html |title=Robbie Coltrane on South Bank |publisher=Accio Quote! |date=25 September 2006 |accessdate=15 August 2011}}</ref>
 
===যাদুকৰী সামৰ্থ্য আৰু দক্ষতা===
হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ পৰা উলিয়াই দিয়াৰ পিছত যাদু মন্ত্রালয়েমন্ত্ৰালয়ে হেগ্ৰিডৰ ওক গছৰ যাদুদণ্ডডাল ভাঙি পেলাই আৰু তেওঁৰ যাদু প্রয়োগতপ্ৰয়োগত প্রতিবন্ধকতাপ্ৰতিবন্ধকতা আৰোপ কৰে।<ref>[http://www.jkrowling.com/textonly/en/extrastuff_view.cfm?id=18 Section: Extra Stuff]</ref> হেগ্রিডেহেগ্ৰিডে তেওঁৰ যাদুদণ্ডদাল এটা গুলপীয়া ছাতিৰ ভিতৰত সুমুৱাই থয় আৰু মাজে মাজে সৰু সুৰা যাদু প্রয়োগপ্ৰয়োগ কৰে; অৱশ্যে তৃতীয় কিতাপখনলৈ তেওঁৰ যাদু প্রয়োগতপ্ৰয়োগত বাধা থাকে, আৰু যিহেতু তেওঁ পূর্ণপূৰ্ণ পর্যায়ৰপৰ্যায়ৰ যাদুকৰ নহয়, তেওঁ অন্য বয়স্ক যাদুকৰ সকলতকৈ "সদায় কিছু অপৈণত হৈ থাকিব",<ref name="worldexclusive"/> কিন্তু তেওঁ "প্রায়েপ্ৰায়ে কিছুমান আকর্ষণীয়আকৰ্ষণীয় যাদু প্রয়োগপ্ৰয়োগ কৰি সকলোকে,আনকি নিজকো আচৰিত কৰি তোলে।"<ref>{{cite web| url=http://www.accio-quote.org/articles/2004/0304-wbd.htm |title=JK Rowling’s World Book Day Chat |date=4 March 2004 |accessdate=15 August 2011}}</ref> তদুপৰি দৈত্যৰ বংশধৰ হোৱাৰ সুবাদতে তেওঁ উত্তৰাধিকাৰী সূত্রেওসূত্ৰেও কিছুমান যাদুকৰী শক্তি লাভ কৰে। উদাহৰণস্বৰূপে ''হেৰী পটাৰ এণ্ড দ্য অর্ডাৰঅৰ্ডাৰ অৱ দ্য ফিনিক্স''ত মন্ত্রালয়ৰমন্ত্ৰালয়ৰ যাদুকৰবোৰে নিক্ষেপ কৰা মূর্চ্ছাবাণবোৰমূৰ্চ্ছাবাণবোৰ হেগ্রিডৰহেগ্ৰিডৰ গাত লাগি ওফৰি যায়।
 
==পৰিয়াল==
===গ্ৰপ===
'''গ্রপগ্ৰপ''' হল এক [[যাদুপ্রাণীযাদুপ্ৰাণী সমূহ (হেৰী পটাৰ)#দৈত্য|দৈত্য]] আৰু হেগ্ৰিডৰ সতীয়া ভাতৃ। দুয়োৰে মাক একেজনীয়েই,ফ্রিডৱুল্ফা।ফ্ৰিডৱুল্ফা।<ref>{{Cite journal|title=Professor Dumbledore's Advice for Law Deans|author=Darby Dickerson|journal=University of Toledo Law Review|year=2008|url=http://papers.ssrn.com/sol3/papers.cfm?abstract_id=1088056|postscript=<!--None-->}}</ref> গ্রপগ্ৰপ প্রায়প্ৰায় {{convert|১৬|ft}} ওখ যিটো হেগ্ৰিডৰ মতে দৈত্যৰ হিচাপত সৰু। তাৰ আঙুলিৰ পাববোৰ একোটা ক্রিকেটক্ৰিকেট বলৰ সমান ডাঙৰ (~২২৫&nbsp;মিমি পৰিধিৰ)। অন্য দৈত্য সকলে মাৰ ধৰ কৰি থাকে বাবে হেগ্রিডেহেগ্ৰিডে গ্রপকগ্ৰপক [[হগৱার্ট্ছহগৱাৰ্ট্ছ#নিষিদ্ধ অৰণ্য|নিষিদ্ধ অৰণ্য]]লৈ লৈ আহে। সি মাত্রমাত্ৰ কেইটামানহে ইংৰাজী শব্দ জানে আৰু তাৰ ব্যৱহাৰবোৰ বন্য আৰু অনুমান কৰিব নোৱাৰা বিধৰ।
 
প্রথমতেপ্ৰথমতে গ্রপেগ্ৰপে হেগ্ৰিডে তাক সভ্য কৰিবলৈ চলাই থকা প্রচেষ্টাবোৰৰপ্ৰচেষ্টাবোৰৰ প্রতিপ্ৰতি সঁহাৰি নিদিয়ে আৰু গছবোৰ উভালি সময় কটায় থাকিবলৈ পছন্দ কৰে। হেগ্ৰিডে হগৱার্ট্ছহগৱাৰ্ট্ছ এৰি পলাই থকা সময়ত গ্রপকগ্ৰপক হেৰী,ৰণ আৰু হাৰমাইনীৰ তত্ত্বাৱধানত থৈ যায়। এবাৰ যেতিয়া হেৰী আৰু হাৰমাইনীয়ে অৰণ্যৰ মাজত [[যাদু প্রাণীসমূহপ্ৰাণীসমূহ (হেৰী পটাৰ)#অশ্বনৰ|অশ্বনৰ]]সকলৰ সৈতে মুখামুখি হৈ এক বিপদজনক পৰিস্থিতিত পৰে তেতিয়া গ্রপেগ্ৰপে হেগ্রিডকহেগ্ৰিডক 'হেগাৰ' বুলি মাতি তেওঁক বিচাৰি বিচাৰি অশ্বনৰ সকলৰ মনোযোগ আকর্ষণআকৰ্ষণ কৰে।
 
''দ্য হাফ ব্লাড প্রিন্সপ্ৰিন্স''ত গ্রপকগ্ৰপক পর্বতলৈপৰ্বতলৈ লৈ যোৱা হয় য'ত থাকি সি বেছি আনন্দ পায়। আগতকৈ বহুত সভ্য আৰু শান্ত হৈ আৰু ভাল কাপোৰ-কানি পিন্ধি হসি হেগ্রিডৰহেগ্ৰিডৰ লগত ডাম্বলড'ৰৰ অন্ত্যেষ্টিক্রিয়াতোঅন্ত্যেষ্টিক্ৰিয়াতো উপস্থিত থাকে। সি অনুভূতিবোৰো কিছু পৰিমাণে বুজি পায় আৰু হেগ্রিডকহেগ্ৰিডক সান্ত্বনা দিবলৈ তেওঁৰ মূৰত লাহে লাহে থপৰিয়াই। ''[[হেৰী পটাৰ এণ্ড দ্য ডেডলী হ'ল'জ]]''ত হেগ্রিডেহেগ্ৰিডে তেওঁৰ জুপুৰীত "হেৰী পটাৰক সমর্থনসমৰ্থন কৰা" শীর্ষকশীৰ্ষক এক অনুষ্ঠান আয়োজন কৰে ফলত গ্রপগ্ৰপ,হেগ্রিডহেগ্ৰিড আৰু ফেং লুকাই ফুৰিবলগীয়া হয় আৰু এই ক্ষেত্রতক্ষেত্ৰত গ্রপেগ্ৰপে তেওঁলোকক সহায় কৰে। গ্রপেইগ্ৰপেই একমাত্রএকমাত্ৰ দৈত্য যিয়ে হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ যুদ্ধত ভ'লডেমর্টৰলডেমৰ্টৰ বিৰূদ্ধে যুঁজে। গ্রপগ্ৰপ ভ'লডেমর্টলডেমৰ্ট পৰাস্ত হোৱাৰ পিছত হোৱা বিজয় উত্‍সৱটো ভাগ লয় (এখন খিৰিকিৰে হে কাৰণ হলঘৰটোত তাক নধৰে) আৰু হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ ছাত্রছাত্ৰ-ছাত্রীছাত্ৰী সকলে তাৰ হাঁহি থকা মুখখনলৈ খাদ্য দলিয়াই তাৰ প্রতিপ্ৰতি থকা মৰম দেখুৱাই।
 
পঞ্চম কিতাপখনৰ [[হেৰী পটাৰ এণ্ড দ্য অর্ডাৰঅৰ্ডাৰ অৱ দ্য ফিনিক্স (চলচ্চিত্রচলচ্চিত্ৰ)|চলচ্চিত্রচলচ্চিত্ৰ অভিযোজনত]] দেখুওৱা গ্রপটোগ্ৰপটো কম্পিউটাৰেৰে তৈয়াৰী।<ref>{{Cite document|title=Cyberface: New Technology That Captures the Soul|author=Sharon Waxman|date=15 October 2006|work=New York Times|url=http://www.nytimes.com/2006/10/15/movies/15waxm.html?th&emc=th|work=The New York Times|postscript=<!--None-->}}</ref> চলচ্চিত্রখনৰচলচ্চিত্ৰখনৰ কাৰণে এই দৈত্যটো সৃষ্টি কৰিবলৈ এন্দ্রিউএন্দ্ৰিউ হোৱাইটহেডে প্রায়প্ৰায় ১৮ মাহ কাম কৰে।<ref>{{Cite journal|author=H Tucker|publisher=British Computer Society|journal=ITNOW|year=2007|url=http://itnow.oxfordjournals.org/cgi/content/abstract/49/5/8|title=At the movies|doi=10.1093/itnow/bwm023|volume=49|pages=8–9|postscript=<!--None-->|issue=5}}</ref> গ্রপৰগ্ৰপৰ চৰিত্রতচৰিত্ৰত কণ্ঠদান কৰিছে টনী ম'ডস্লীয়ে।<ref>{{Cite document|url=http://www.hpana.com/news.19394.html|title=Tony Maudsley as Grawp in 'Order of the Phoenix'|date=26 April 2006|publisher=HPANA|postscript=<!--None-->}}</ref>
{{-}}
 
===মাক-দেউতাক===
''দ্য গব্লেট অৱ ফায়াৰ''ত হেগ্রিডৰহেগ্ৰিডৰ মাক দেউতাকৰ ৰহস্যটো ফাদিল হয়: শৃংখলাটিত এবাৰো নাম উল্লেখ নকৰা তেওঁৰ দেউতকে ফ্রিডৱুল্ফাফ্ৰিডৱুল্ফা নামৰ এজনী দৈত্য বিয়া কৰাইছিল। হেগ্রিডহেগ্ৰিড সৰু হৈ থাকোতেই তেওঁক দেউতাকৰ তত্ত্বাৱধানত থৈ ফ্রিডৱুল্ফাফ্ৰিডৱুল্ফা গুচি যায়। হেগ্রিডৰহেগ্ৰিডৰ মতে তাই বৰ মাতৃসুলভ নাছিল। পিছলৈ তাই গ্রপকগ্ৰপক জন্ম দিয়ে। ''অর্ডাৰঅৰ্ডাৰ অৱ দ্য ফিনিক্স''ত হেগ্রিডেহেগ্ৰিডে দৈত্যসকলক বিচাৰি যোৱাৰ বহু আগতেই তাইৰ মৃত্যু ঘটে। হেগ্রিডৰহেগ্ৰিডৰ মতে তেওঁৰ দেউতাক "এটা কণমানি মানুহ" আছিল যাক তেওঁ ছয় বছৰ বয়সতে এখন হাতেৰে উঠাই আলমাৰিৰ ওপৰত থৈ দিব পাৰিছিল। হেগ্রিডেহেগ্ৰিডে তেওঁক খুব ভাল পাইছিল। ''[[হেৰী পটাৰ এণ্ড দ্য প্রিজনাৰপ্ৰিজনাৰ অৱ আজকাবান]]''ত হেগ্রিডেহেগ্ৰিডে কয় যে হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ তৃতীয় বার্ষিকতবাৰ্ষিকত থাকোঁতে দেউতাকৰ মৃত্যু হোৱাটো তেওঁৰ জীৱনৰ আটাইতকৈ দুখলগা স্মৃতি।
 
==পোহনীয়া জীৱ-জন্তু==
91 নং শাৰী:
 
===এৰাগগ===
'''এৰাগগ''' আছিল এক বৃহত্‍ আৰু বিপদজনক কথা ক'ব পৰা এটা মকৰা—যিয়ে চিকাৰৰ সন্ধানত ভ্রমণভ্ৰমণ কৰিলে এক ক্লিক ক্লিক মাত ওলায়। হগৱার্ট্ছতহগৱাৰ্ট্ছত ছাত্রছাত্ৰ হৈ থাকোতে এটা কণীৰ পৰা হেগ্রিডেহেগ্ৰিডে তাক আলমাৰিত লুকাই লুকাই ডাঙৰ কৰিছিল। হেগ্রিডহেগ্ৰিড তৃতীয় বার্ষিকতবাৰ্ষিকত থাকোতে টম ৰিডলে হেগ্রিডকহেগ্ৰিডক এৰাগগৰ লগত কথা পাতি থকা আৱিষ্কাৰ কৰে আৰু প্রচাৰপ্ৰচাৰ কৰে যে এৰাগগেই "শ্লিদেৰিণৰ ৰাক্ষস"টো আৰু হেগ্রিডেইহেগ্ৰিডেই গোপন কোঠাটো খুলিছে। কিন্তু বাস্তৱত ৰিডলেহে কোঠাটো খুলিছিল আৰু ৰাক্ষসটো আছিল এটা বাছিলিস্ক।
 
হেগ্রিডকহেগ্ৰিডক অপসাৰণ কৰাৰ পিছত এৰাগগে নিষিদ্ধ অৰণ্যত বাস কৰে। হেগ্রিডেহেগ্ৰিডে তাক মোছাগ নামৰ এজনী সংগী বিচাৰি দিয়ে যাৰ লগত এৰাগগে দৈত্যকাৰ মকৰাৰ এক চুবুৰী গঢ়ি তোলে। গোটেই জীৱনটো সি হেগ্রিডৰহেগ্ৰিডৰ ওচৰত কৃতজ্ঞ হৈ থাকে আৰু হেগ্রিডেহেগ্ৰিডে তাক লগ কৰিবলৈ আহিলে আঘাত নিদিবলৈ তাৰ মাংসভোজী সন্তানবোৰক আদেশ দি থয়। অৱশ্যে ''হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্রেটছছিক্ৰেটছ''ত সি সন্তানবোৰক হেৰী,ৰণ আৰু ফেঙক আক্রমণআক্ৰমণ কৰিবলৈ বাধা নিদিয়ে। হেগ্রিডেহেগ্ৰিডে সিহঁতক "মকৰা বোৰক অনুসৰণ কৰা" বুলি পৰামর্শপৰামৰ্শ দিয়ে। এৰাগগেই হেৰী আৰু ৰণক কয় যে স্লিদেৰিণৰ ৰাক্ষসটো সি নহয় বৰং হগৱার্ট্ছতেহগৱাৰ্ট্ছতে জন্ম লাভ কৰা এক প্রাণীপ্ৰাণী যাক মকৰাবোৰে ইমানেই ভয় কৰে যে কেতিয়াও তাৰ নাম নলয়। এৰাগগৰ সন্তানবোৰে হেৰীহঁতক আক্রমণআক্ৰমণ কৰিলেও মি০ ৱিজলীৰ উৰণীয়া গাড়ীখনে সিহঁতক ৰক্ষা কৰে।
জীৱনৰ বাকীছোৱা এৰাগগে নিষিদ্ধ অৰণ্যতেই থাকে আৰু বুঢ়া হৈ ''হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্রিন্সপ্ৰিন্স''ত তাৰ মৃত্যু ঘটে। সন্তানবোৰে তাৰ দেহটো নষ্ট কৰি পেলাব বুলি হেগ্রিডেহেগ্ৰিডে এৰাগগৰ দেহটো লৈ আহি তাক সসন্মানে সমাধিস্থ কৰে।
 
এৰাগগৰ সন্তানবোৰ ''হেৰী পটাৰ এণ্ড দ্য ডেডলী হ'ল'জ''ৰ হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ যুদ্ধত অৰণ্যৰ পৰা ওলাই আহে আৰু যাকে পায় তাকে আক্রমণআক্ৰমণ কৰে। হেগ্রিডেহেগ্ৰিডে সিহঁতক ৰক্ষা কৰিবলৈ যায় আৰু তাৰেই প্রতিদানপ্ৰতিদান হিচাপে সিহঁতে হেগ্রিডকহেগ্ৰিডক ধৰি ভ'লডেমর্টৰলডেমৰ্টৰ হাতত গতাই দিয়ে।
 
''দ্য চেম্বাৰ অৱ ছিক্রেটছছিক্ৰেটছ''ৰ চলচ্চিত্রচলচ্চিত্ৰ অভিযোজনত জুলিয়ান গ্লোভাৰে এৰাগগৰ ভূমিকাত কণ্ঠদান কৰে।
 
===বাকবীক===
হেগ্ৰিডৰ এটা যাদু প্রাণীৰপ্ৰাণীৰ তত্ত্বাৱধান বিষয়ৰ শ্রেণীতশ্ৰেণীত '''বাকবীক'''ৰ লগতে আৰু এঘাৰটা [[হিপ'গ্রিফগ্ৰিফ|হিপ'গ্রিফেগ্ৰিফে ]]আত্মপ্রকাশআত্মপ্ৰকাশ কৰে। হেগ্রিডেহেগ্ৰিডে বুজাই যে হিপগ্রিফবোৰহিপগ্ৰিফবোৰ যথেষ্ট শান্ত,শক্তিশালী আৰু গৌৰৱী প্রাণীপ্ৰাণী,কিন্তু সিহঁত বৰ অনুভূতিপ্রৱণঅনুভূতিপ্ৰৱণ আৰু সিহঁতে সন্মান দাবী কৰে। হেৰীয়ে বাকবীকৰ কাষ চাপিবলৈ সক্ষম হয় আৰু বাকবীকে হেৰীক পিঠিত উঠাই স্কুলৰ চাৰিওফালে এপাক ঘূৰাই আনে।
 
ড্রেকোড্ৰেকো মেলফয়েও এক অহং ভাৱত হেগ্রিডৰহেগ্ৰিডৰ হাকবচন নামানি বাকবীকৰ পিঠিত উঠি দেখুওৱাবলৈ যায় আৰু বাকবীকৰ বিষয়ে তুচ্ছ মন্তব্য কৰে। ইয়াত খং খাই বাকবীকে ড্রেকোৰড্ৰেকোৰ হাতত তাৰ হাতোঁৰাৰে এখুন্দা দিয়ে। অলপ আঘাতকে বেছি বুলি কৈ ড্রেকোৱেড্ৰেকোৱে দেউতাক [[লুছিয়াছ মেলফয়]]ক ৰাজনৈতিক শক্তি প্রয়োগপ্ৰয়োগ কৰি বাকবীকক মৃত্যুদণ্ড দিবলৈ দাবী কৰে। হেগ্রিডৰহেগ্ৰিডৰ আৱেদন অগ্রাহ্যঅগ্ৰাহ্য কৰি বাকবীকক মৃত্যুদণ্ড দিবলৈ বিপদজনক প্রাণীপ্ৰাণী সংহাৰ সমিতিৰ সদস্য সকল হগৱার্ট্ছতহগৱাৰ্ট্ছত উপস্থিত হয়। হাৰমাইনী আৰু হেৰীয়ে এটা [[সময় পৰিৱৰ্তক]]ৰ সহায়ত অতীতলৈ গৈ বাকবীকক ৰক্ষা কৰে আৰু ডিমেনটৰ বোৰক গতোৱাৰ আগতে বন্দী কৰি ৰখা দূর্গৰদূৰ্গৰ পৰা [[ছিৰিয়াছ ব্লেক]]ক উদ্ধাৰ কৰে। ছিৰিয়াছে বাকবীকৰ পিঠিত উঠি পলাই যায়। হেৰীৰ চতুর্থচতুৰ্থ বছৰটোৰ বেছিভাগ সময় ছিৰিয়াছ আৰী বাকবীকে হগছমীডৰ ওচৰৰ পর্বতপৰ্বত এখনৰ গুহাত লুকাই থাকি কটায়।তাৰ পিছত তেওঁলোকে [[নাম্বাৰ ১২ গ্রিমগ্ৰিম'ল্ড প্লেচ]]ত থাকে য'ত বাকবীকে ছিৰিয়াছৰ মৃতা মাকৰ কোঠাত থাকে।
 
''হাফ ব্লাড প্রিন্সপ্ৰিন্স''ত হেৰীয়ে বাকবীকক লাভ কৰে আৰু সি হেগ্রিডকহেগ্ৰিডক ইয়াৰ চোৱা চিতা কৰিবলৈ দি দিয়ে। মন্ত্রালয়ৰমন্ত্ৰালয়ৰ বিষয়াসকলে সন্দেহ নকৰিবলৈ ইয়াক "'''ৱিদাৰৱিংছ'''" নাম দিয়া হয়। এক বিশ্বাসী প্রাণীপ্ৰাণী হিচাপে বাকবীকে কিতাপখনৰ শেষত [[চেভেৰাছ স্নেইপ]]ক হেৰীৰ ওচৰৰ পৰা খেদি পঠিয়াই। হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ যুদ্ধত বাকবীকে [[থেষ্ট্রেলথেষ্ট্ৰেল]]বোৰক লৈ ভলডেমর্টৰভলডেমৰ্টৰ বিৰূদ্ধে যুঁজে।
 
===ফেং===
'''ফেং''' হ'ল এটা ডাঙৰ বোৱাৰহাউণ্ড(ছবিখনত এটা নীপোলিটান মেস্তিফ) যি অতি বৃহত্‍ হ'লেও এটা অতি সাধাৰণ কুকুৰ। হেগ্রিডৰহেগ্ৰিডৰ মতে, "সি এটা মস্ত ভয়াতুৰ।" সি চিনাকি মানুহবোৰৰ সৈতে থকিবলৈ পছন্দ কৰে আৰু হেৰী,ৰণ বা হাৰমাইনীৰ মুখ বা কাণখন চেলেকি থাকি ভাল পায়।
 
''দ্য ফিল'ছ'ফাছ ষ্ট'ন''ত এটা আঘাতপ্রাপ্তআঘাতপ্ৰাপ্ত ইউনিকর্ণকইউনিকৰ্ণক বিচাৰি হেৰী,হেগ্ৰিড,ড্রেকোড্ৰেকো আৰু হাৰমাইনীৰ লগত নিষিদ্ধ অৰণ্যলৈ যায়। ''দ্য চেম্বাছ অৱ ছিক্রেটছছিক্ৰেটছ''ত হেৰী আৰু ৰণে অৰণ্যলৈ ফেঙকো লৈ যায় য'ত সি দৈত্যাকাৰ মকৰাবোৰ আৰু উৰণীয়া গাড়ীখন দেখি ভয়ত বিতত হয়। ''হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্রিন্সপ্ৰিন্স''ত এটা পলৰীয়া ডেথ্ ইটাৰে ফেং ভিতৰত থাকোঁতেই হেগ্রিডৰহেগ্ৰিডৰ ঘৰটোত জুই লগাই দিয়ে; তেতিয়া হেগ্রিডেহেগ্ৰিডে জুই লগা ঘৰটোত সোমাই ফেঙক সুৰক্ষিতভাৱে উলিয়াই আনে। ''হেৰী পটাৰ এণ্ড দ্য ডেডলী হ'ল'জ''ত ফেং আৰু হেগ্রিডেহেগ্ৰিডে হগৱার্ট্ছৰহগৱাৰ্ট্ছৰ যুদ্ধত অংশগ্রহণঅংশগ্ৰহণ কৰে যদিও ফেঙে কি কৰে সেয়া জনা নাযায়। ফেং নিশ্চিত ভাৱে বাচি থাকে কাৰণ পিছলৈ হেগ্রিডকহেগ্ৰিডক ফেঙৰ কাৰণে দুখী হোৱা দেখা নাযায়। হেৰীৰ সন্তান হগৱার্ট্ছলৈহগৱাৰ্ট্ছলৈ অহালৈকে ফেং বাচি থাকে নে নাই সেয়াও জনা নাযায়।
 
===ফ্লাফী===
'''ফ্লাফী''' হৈছে এটা দৈত্যাকায় তিনিমূৰীয়া কুকুৰ যাক হেগ্রিডেহেগ্ৰিডে ফিল'ছ'ফার্ছফাৰ্ছ ষ্ট'ন থকা গোপন কোঠাটোৰ গুপ্তদুৱাৰ খন পহৰা দিবলৈ ৰাখি থৈছিল। কেৱল গীত বজাই শুৱাই থৈ হে ফ্লাফীক পাৰ হৈ যাব পাৰি। গ্রীকগ্ৰীক সাধুকথাৰ নৰকৰ দুৱাৰত পহৰা দিয়া তিনিমূৰীয়া কুকুৰ ছেৰবেৰাছৰ ওপৰত ফ্লাফী আধাৰিত। ফ্লাফীৰ দৰে ছেৰবেৰাছকো অৰফিয়াছে সংগীতেৰে শুৱাই থৈছিল।
 
''ফিল'ছ'ফার্ছফাৰ্ছ ষ্ট'ন''ত পীভ্ছ আৰু ফিলছৰ পৰা পলাই ফুৰোতে এদিন হেৰী,ৰণ,হাৰমাইনী আৰু নেভাইলে দুর্ঘটনাবশতঃদুৰ্ঘটনাবশতঃ ফ্লাফীৰ ওচৰ পাইগৈ। ফ্লাফীয়ে ফিল'ছ'ফার্ছফাৰ্ছ ষ্ট'নটি পহৰা দি থাকোঁতে ভ'লডেমর্টৰলডেমৰ্টৰ সেৱক প্রফেছৰপ্ৰফেছৰ কুইৰেলে ষ্ট'নটি পাবলৈ হার্পহাৰ্প বজাই ফ্লাফীক শুৱাই থয় আৰু হেৰীয়ে ষ্ট'নটি উদ্ধাৰ কৰিবলৈ যাঁওতে হেগ্রিডেহেগ্ৰিডে দিয়া এটা বাঁহী ব্যৱহাৰ কৰে। এক সাক্ষাত্‍কাৰত ৰাউলিঙক ষ্ট'নটিৰ পহৰাদাৰৰ প্রয়োজনপ্ৰয়োজন নোহোৱাত ফ্লাফীৰ কি হ'ল বুলি সোধাত তেওঁ ফ্লাফীক নিষিদ্ধ অৰণ্যত এৰি দিয়া হয় বুলি কয়।
 
===নৰবাৰ্টা===
'''নৰবার্টানৰবাৰ্টা''' বা '''নৰবার্টনৰবাৰ্ট''' হ'ল এটা নৰৱেইয়ান ৰিজবেক ড্রেগনড্ৰেগন যাক হেগ্ৰিডে হগছ হেডত এজন ৰহস্যময়,মুখঢকা অচিনাকি মানুহৰ পৰা কণী অৱস্থাতে পাইছিল যি দৰাচলতে [[প্রফেচৰপ্ৰফেচৰ কুইৰেল]] আছিল। হেগ্রিডেহেগ্ৰিডে ড্রেগনটোকড্ৰেগনটোক কণীৰ পৰা ওলাবলৈ সহায় কৰে। পিছৰ কেইসপ্তাহমানতে নৰবার্টানৰবাৰ্টা বহু ডাঙৰ আৰু বিপদজনক হৈ পৰে। সি ৰণক কামোৰে আৰু তাৰ দাঁতত থকা বিষৰ কাৰণে ৰণে চিকিত্‍সা গ্রহণগ্ৰহণ কৰিবলগীয়া হয়। হেৰী,ৰণ আৰু হাৰমাইনীয়ে ড্রেগনটিকড্ৰেগনটিক ৰোমানিয়াত ড্রেগনৰড্ৰেগনৰ বিষয়ে পঢ়ি থকা ৰণৰ ককায়েক চার্লিচাৰ্লি ৱিজলীৰ ওচৰলৈ পঠিয়াই দিবলৈ হেগ্রিডকহেগ্ৰিডক জোৰ কৰে। ''দ্য ডেডলী হ'ল'জ''ত চার্লিয়েচাৰ্লিয়ে হেগ্রিডকহেগ্ৰিডক কয় যে "নৰবার্টনৰবাৰ্ট" প্রকৃততেপ্ৰকৃততে মাইকীহে গতিকে তাৰ নাম ''নৰবার্টানৰবাৰ্টা''লৈ সলনি কৰা হয়।
 
==সঁহাৰি==
আইজিএনে হেগ্রিডকহেগ্ৰিডক তেওঁলোকৰ ত্রয়োদশত্ৰয়োদশ শীর্ষশীৰ্ষ "হেৰী পটাৰ" চৰিত্রচৰিত্ৰ হিচাপে আখ্যা দি কৈছে যে দর্শকৰদৰ্শকৰ বাবে হেগ্রিডহেগ্ৰিড এক অতি চিনাকি চৰিত্রচৰিত্ৰ আৰু ''[[হেৰী পটাৰ এণ্ড দ্য গব্লেট অৱ ফায়াৰ (চলচ্চিত্রচলচ্চিত্ৰ)|হেৰী পটাৰ এণ্ড দ্য গব্লেট অৱ ফায়াৰ]]'' ছবিৰ সেই দৃশ্যটো যত তেওঁ হেৰী,ৰণ আৰু হাৰমাইনীৰ লগত তেওঁৰ মধুৰ স্মৃতিবোৰ ৰোমন্থন কৰে সেয়া তেওঁলোকৰ বাবেও এক "সুখদায়ক স্মৃতি" হৈ পৰে।<ref name="IGN Top">{{cite web |url=http://uk.movies.ign.com/articles/100/1002569p3.html |title=Top 25 Harry Potter Characters |author=Brian Linder, Phil Pirrello, Eric Goldman, Matt Fowler |date=14 July 2009 |work=[[IGN]] |accessdate=3 April 2011}}</ref> আইজিএনৰ জো য়ুটিছিয়ে হেগ্ৰিডক তেওঁৰ সপ্তম প্ৰিয় "হেৰী পটাৰ" চৰিত্ৰ বুলি কয়।<ref name="Joe Top">{{cite web |url=http://uk.movies.ign.com/articles/113/1132181p1.html |title=The Top 10 Harry Potter Characters |author=Joe Utichi |date=3 November 2010 |work=[[IGN]] |accessdate=3 April 2011}}</ref>
 
==তথ্য সংগ্ৰহ==