ৰাহুল বসু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র-ৰ পেট কাটি ৰ কৰা হ'ল
11 নং শাৰী:
| residence = [[মুম্বাই]], [[মহাৰাষ্ট্ৰ]], [[ভাৰত]]
| height =
| yearsactive = ১৯৯৩ – বর্তমানবৰ্তমান
| spouse =
| occupation = অভিনেতা
| filmfareawards=
}}
'''ৰাহুল বসু''' ({{lang-bn|রাহুলৰাহুল বোস}}, {{lang-hi|राहुल बोस}}, {{lang-ur|رہُل بوس}}; জন্ম ২৭ জুলাই ১৯৬৭) এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, পৰিচালক, চিত্ৰনাট্যলেখক, সমাজকৰ্মী আৰু [[ৰাগবী]] খেলুৱৈ। বসুৱে [[:en:Mr. and Mrs. Iyer|মিষ্টাৰ এণ্ড মিছেছ আয়াৰ]], [[:en:Kalpurush|কালপুৰুষ]], [[:en:Anuranan|অণুৰণন]], [[:en:Antaheen|অন্তহীন]], [[:en:Laptop (2012 film)|লেপটপ]], [[:en:The Japanese Wife|দ্য জাপানীজ ৱাইফ]] ইত্যাদি বহুকেইখন [[বাংলা চলচ্চিত্ৰ]]ত অভিনয় কৰাৰ উপৰিও বহুকেইখন [[হিন্দী চলচ্চিত্ৰ]] যেনে [[:en:Pyaar Ke Side Effects|প্যাৰ কে ছাইড এফেক্টছ]], [[:en:Maan Gaye Mughal-e-Azam|মান গয়ে মোগল-এ-আজম]], [[:en:Jhankaar Beats|ঝংকাৰ বীট্‌ছ]], [[:en:Kucch Luv Jaisaa|কুছ লাভ জেইছা]], [[:en:Chameli (film)|চমেলি]] আদিতো অভিনয় কৰিছে। ২০১৩ চনৰ [[তামিল চলচ্চিত্ৰ|তামিল]]-হিন্দী চলচ্চিত্ৰ [[:en:Vishwaroopam|বিশ্বৰূপম]]ত তেওঁ মূল খলনায়কৰ ভূমিকাত অৱতীৰ্ণ হয়।<ref name="Vats">{{cite news|last=Vats|first=Rohit|title=Why Rahul Bose is perfect for 'Vishwaroopam'|url=http://ibnlive.in.com/news/why-rahul-bose-is-perfect-for-vishwaroopam/179613-8-66.html|newspaper=IBN Live|date=29 August 2011}}</ref> [[:en:English, August (film)|ইংলিছ, আগষ্ট]] আৰু [[:en:Mr. and Mrs. Iyer|মিষ্টাৰ এণ্ড মিছেছ আয়াৰ]] আদি [[সমান্তৰাল চলচ্চিত্ৰ]]ত কৰা অভিনয়ৰ বাবে [[টাইম (আলোচনী)|টাইম]] আলোচনীয়ে তেওঁক "ভাৰতীয় কলাত্মক চিনেমাৰ তাৰকা (superstar)" আখ্যা দিয়ে আৰু [[মেক্সিম (আলোচনী)|মেক্সিম]] আলোচনীয়ে তেওঁক "প্ৰাচ্যৰ ছবিজগতৰ Sean Penn" আখ্যা দিয়ে।<ref name="wyps">{{cite web|last = World Youth Peace Summit| title = Rahul Bose: Actor/Producer/Humanitarian| year = 2003| url = http://www.wyps.org/profile3.php| accessdate =5 August 2008}}</ref> সমাজহিতৈষী কামৰ বাবেও তেওঁৰ সুনাম আছে। ২০০৪ চনৰ [[বক্সিং ডে']] [[ছুনামি]]ত ক্ষতিগ্ৰস্ত লোকৰ সাহায্যৰ বাবে তেওঁ আগবাঢ়ি আহিছিল। তেওঁ "দ্য ফাউণ্ডেশ্যন" নামেৰে এটা anti-discrimination এন জি অ'ৰ প্ৰতিষ্ঠাপক।<ref>{{cite web| last = Ayaz| first = Shaikh| title = Rapid fire with Rahul Bose|date = 23 November 2006| url = http://www.dnaindia.com/report.asp?NewsID=1065705|work=DNA| accessdate =5 August 2005}}</ref>
 
==সন্মান==
"https://as.wikipedia.org/wiki/ৰাহুল_বসু"ৰ পৰা অনা হৈছে