এইচ.আই.ভি/এইড্‌ছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 127 interwiki links, now provided by Wikidata on d:q12199 (translate me)
Removing "HIV_time.png", it has been deleted from Commons by Krd because: Broken redirect.
68 নং শাৰী:
==ৰোগবিতৰণ (Epidemiology)==
<!-- map from http://www.unaids.org/en/KnowledgeCentre/HIVData/GlobalReport/2008/2008_Global_report.asp -->
 
[[File:HIV time.png|thumb|300px| HIV-ৰ ৰোগী, HIV-ৰ সংক্ৰমণ আৰু HIV ৰোগীৰ মৃত্যুৰ বিতৰণ]]
 
[[বিশ্ব স্বাস্থ্য সন্থা]]ৰ (World Health Organization) মতে HIV বিশ্বব্যাপী হোৱা সংক্ৰমণত <ref name=WHOPan2000>{{cite journal|last=Tarantola|first=D.|title=Reducing HIV/AIDS risk, impact and vulnerability|journal=Bull World Health Organ|year=2000|volume=vol.78|issue=no.2|doi=10.1590/S0042-96862000000200013|url=http://www.scielosp.org/scielo.php?pid=S0042-96862000000200013&script=sci_arttext|issn=0042-9686}}</ref>২০১০ ত প্ৰায় ৩৪ নিযুত লোক আক্ৰান্ত হৈছে ৷ <ref name=UN2011Ten>UNAIDS 2011 pg. 1-10</ref> ইয়াৰ ভিতৰত ১৬.৮ নিযুত হৈছে মহিলা আৰু ইয়াৰ ৩.৫ নিযুত ১৫ বছৰৰ তলৰ ।<ref name=UN2011Ten/> এইড্‌ছত মৃত্যু হোৱা লোকৰ সংখ্যা ২০০১ চনৰ ৩.১ নিযুতৰ পৰা হ্ৰাস হৈ ২০১০ চনত ১.৮ নিযুত হয়গৈ ।<ref name=UN2011Ten/>