চাণক্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
6 নং শাৰী:
| birth_place =
| death_date = খ্ৰীষ্টপূৰ্ব ২৮৩
| death_place = [[পাটলিপুত্রপাটলিপুত্ৰ]] (এতিয়া [[পাটনা]], [[বিহাৰ]], [[ভাৰত]])
| residence = [[পাটলিপুত্রপাটলিপুত্ৰ]] (এতিয়া [[পাটনা]], [[বিহাৰ]], [[ভাৰত]])
| other_names = কৌটিল্য, বিষ্ণুগুপ্ত
| alma_mater = [[তক্ষশীলা]]
| occupation = অধ্যাপক; [[চন্দ্রগুপ্তচন্দ্ৰগুপ্ত মৌর্যমৌৰ্য|চন্দ্রগুপ্তচন্দ্ৰগুপ্ত মৌর্যৰমৌৰ্যৰ]] উপদেষ্টা
| known_for = [[মৌর্যমৌৰ্য সাম্রাজ্যসাম্ৰাজ্য|মৌর্যমৌৰ্য সাম্রাজ্যৰসাম্ৰাজ্যৰ]] প্রতিষ্ঠাতা।প্ৰতিষ্ঠাতা।
| notable_works = ''[[অর্থশাস্ত্রঅৰ্থশাস্ত্ৰ]]'' (authorship disputed), ''চাণক্যনীতি''
| influences =
| influenced =
| footnotes =
}}
'''চাণক্য''' (খ্ৰীষ্টপূৰ্ব ৩৭০-২৮৩)<ref name="SKAgarwal2008">{{cite book | author=S. K. Agarwal | title=Towards Improving Governance | url=http://books.google.com/books?id=1nIkFqh_TmEC&pg=PA17 | accessdate=2012-06-06 | date=1 September 2008 | publisher=Academic Foundation | isbn=978-81-7188-666-1 | page=17 }}</ref> আছিল এজন [[প্রাচীনপ্ৰাচীন ভাৰত|প্রাচীনপ্ৰাচীন ভাৰতীয়]] গুৰু (শিক্ষক), দার্শনিকদাৰ্শনিক আৰু ৰাজ-উপদেষ্টা।
 
তেওঁ প্রাচীনপ্ৰাচীন [[তক্ষশীলা|তক্ষশীলা বিশ্ববিদ্যালয়ত]] অর্থনীতিঅৰ্থনীতি আৰু ৰাষ্ট্রনীতিৰৰাষ্ট্ৰনীতিৰ অধ্যাপক আছিল। তেওঁ [[মৌর্যমৌৰ্য সাম্রাজ্যসাম্ৰাজ্য|মৌর্যমৌৰ্য]] সম্রাটসম্ৰাট [[চন্দ্রগুপ্তচন্দ্ৰগুপ্ত মৌর্যমৌৰ্য|চন্দ্রগুপ্তচন্দ্ৰগুপ্ত মৌর্যৰমৌৰ্যৰ]] উত্থানত প্রধানপ্ৰধান ভূমিকা গ্রহণগ্ৰহণ কৰিছিল। তেৱেঁই তৰুণ চন্দ্রগুপ্তকচন্দ্ৰগুপ্তক শিক্ষা দিছিল। মৌর্যমৌৰ্য সাম্রাজ্যসাম্ৰাজ্য আছিল ভাৰতীয় উপমহাদেশৰ নথিভুক্ত ইতিহাসত প্রথমপ্ৰথম সর্বভাৰতীয়সৰ্বভাৰতীয় সাম্রাজ্য।সাম্ৰাজ্য। চাণক্যই চন্দ্রগুপ্তচন্দ্ৰগুপ্ত মৌর্যমৌৰ্য আৰু তেওঁৰ পুত্রপুত্ৰ [[বিন্দুসাৰ|বিন্দুসাৰৰ]] ৰাজ-উপদেষ্টাৰ কাম কৰিছিল।
 
চাণক্যক '''কৌটিল্য''' অথবা '''বিষ্ণুগুপ্ত''' নামেৰেও অভিহিত কৰা হয়। তেওঁ প্রাচীনপ্ৰাচীন ভাৰতৰ ৰাষ্ট্রবিজ্ঞানৰাষ্ট্ৰবিজ্ঞান গ্রন্থগ্ৰন্থ ''[[অর্থশাস্ত্রঅৰ্থশাস্ত্ৰ]]''-ৰ ৰচয়িতা।<ref name="Mabbett">{{cite journal | last1 = Mabbett | first1 = I. W. | title = The Date of the Arthaśāstra | journal = Journal of the American Oriental Society | volume = 84 | issue = 2 | pages = 162–169 | id = ISSN 0003-0279 | doi = 10.2307/597102 | jstor = 597102 | year = 1964 | publisher = American Oriental Society }}</ref> তেওঁকেই ভাৰতৰ প্রথমপ্ৰথম অর্থনীতিবিদঅৰ্থনীতিবিদ আৰু ৰাষ্ট্রবিজ্ঞানীৰাষ্ট্ৰবিজ্ঞানী আখ্যা দিয়া হয়। প্রাচীনপ্ৰাচীন ভাৰতৰ ইতিহাসত তেওঁৰ অর্থনীতিঅৰ্থনীতি তত্ত্বই গুৰুত্বপূর্ণগুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।<ref>L. K. Jha, K. N. Jha (1998). "Chanakya: the pioneer economist of the world", ''International Journal of Social Economics'' '''25''' (2–4), p. 267–282.</ref><ref name="bss.sfsu.edu">Waldauer, C., Zahka, W.J. and Pal, S. 1996. [http://bss.sfsu.edu/mbar/ECON605/Arthashastra.pdf Kauṭilya's Arthashastra: A neglected precursor to classical economics]. ''Indian Economic Review, Vol. XXXI, No. 1, pp. 101–108.</ref><ref>Tisdell, C. 2003. [http://espace.library.uq.edu.au/view/UQ:84337 A Western perspective of Kauṭilya's Arthasastra: does it provide a basis for economic science?] ''Economic Theory, Applications and Issues Working Paper No. 18''. Brisbane: School of Economics, The University of Queensland.</ref><ref>Sihag, B.S. 2007. Kauṭilya on institutions, governance, knowledge, ethics and prosperity. ''Humanomics'' 23 (1): 5–28.</ref> চাণক্যক "ভাৰতৰ [[মেকিয়াভেলি]]" বোলা হয়।<ref>[http://www.jstor.org/stable/2142992 "The Indian Machiavelli" or Political Theory in India Two Thousand Years Ago] by Herbert H. Gowen. Political Science Quarterly Vol. 44, No. 2 (Jun. 1929), pp. 173–192. Published by: The Academy of Political Science.</ref> যদিও তেওঁ [[নিকোলো মেকিয়াভেলি|নিকোলো মেকিয়াভেলিৰ]] ১৮০০ বছৰ আগৰ মানুহ আছিল।<ref>Herbert H. Gowen (1929). [http://www.jstor.org/stable/2142992 and in a much more conventional world.or Political Theory in India Two Thousand Years Ago], ''Political Science Quarterly'' '''44''' (2), p. 173–192.</ref> [[গুপ্ত সাম্রাজ্যসাম্ৰাজ্য|গুপ্ত ৰাজবংশৰ]] শাসনৰ শেষ ফালে তেওঁৰ গ্ৰন্থখন হেৰাই যায়। এইখন আকৌ আবিষ্কৃত হয় ১৯১৫ খ্ৰীষ্টাব্দত।<ref name="bss.sfsu.edu"/>
 
== জন্ম ==
এই বিজ্ঞ আৰু প্রতিভাসম্পন্নপ্ৰতিভাসম্পন্ন ব্রাহ্মণৰব্ৰাহ্মণৰ জন্ম বর্তমানবৰ্তমান [[পাকিস্তান|পাকিস্তানৰ]] [[তক্ষশীলা|তক্ষশীলাত]]; যি ঠাইত উপমহাদেশখনৰ ভিতৰতে উচ্চতৰ জ্ঞান আহৰণৰ শীর্ষস্থানীয়শীৰ্ষস্থানীয় শিক্ষাপীঠ অৱস্থিত আছিল। ৰাজনৈতিক দর্শনৰদৰ্শনৰ বাস্তৱ চর্চাচৰ্চা আৰু ৰাষ্ট্রীয়ৰাষ্ট্ৰীয় কৌশলৰ প্রয়োগপ্ৰয়োগ পদ্ধতিৰ নির্দেশনানিৰ্দেশনা দানত তেওঁ আছিল সিদ্ধহস্ত। উপমহাদেশৰ প্রাচীনপ্ৰাচীন ইতিহাসত তেওঁৰ অৱস্থান অত্যন্ত শক্তিশালী।
 
বিষ্ণু গুপ্ত নামেও পৰিচিত আছিল তেওঁ। কাৰণ এই নামটোৱেই তেওঁৰ পিতৃ-মাতৃ্য়ে দিছিল। ইয়াৰ উপৰিও তেওঁৰ বিখ্যাত ছদ্মনাম '[[কৌটিল্য]]', যি তেওঁ তেওঁৰ বিখ্যাত সংস্কৃত গ্রন্থগ্ৰন্থ '[[অর্থশাস্ত্রঅৰ্থশাস্ত্ৰ]]' ত গ্রহণগ্ৰহণ কৰিহিল। ৰাষ্ট্রশাসনৰাষ্ট্ৰশাসন আৰু কূটনীতিৰ কৌশলৰ সাৰসংক্ষেপ বোলা হয় 'অর্থশাস্ত্রকঅৰ্থশাস্ত্ৰক'। যিহেতু তেওঁ 'কূটিলা গোত্রগোত্ৰ' উদ্ভূত আছিল, সেই বাবে সেই নাম বৰ্তাই ৰখাৰ বাবে তেওঁ 'কৌটিল্য' ছদ্মনাম গ্রহণগ্ৰহণ কৰিছিল। আনহাতে তেওঁৰ অধিকতৰ প্রিয়প্ৰিয় নাম 'চাণক্য' ৰ উদ্ভব 'চানকা' ৰ পৰা হৈছিল, যি গাৱঁত তেওঁৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব চতুর্থচতুৰ্থ শতাব্দীত।
 
== নন্দ বংশক উৎখাত ==
[[চিত্রচিত্ৰ:Nanda Empire.gif|thumb|right|ৰজা ধনানন্দৰ কৰ্তৃত্বত বিস্তৃত নন্দৰাজ্য, আনুমানিক খ্ৰীষ্টপূৰ্ব ৩৭০]]
[[চিত্রচিত্ৰ:Chandragupta_Empire_320_BC.png|thumb|right|চন্দ্রচন্দ্ৰ গুপ্তৰ সাম্রাজ্যৰসাম্ৰাজ্যৰ প্রাথমিকপ্ৰাথমিক অবস্থাত বিস্তৃতি]]
তেওঁৰ অসাধাৰণ কৃতিত্ব আছিল প্রচণ্ডপ্ৰচণ্ড শক্তিশালী নন্দ বংশৰ শাসন উৎখাত কৰি সম্রাটসম্ৰাট [[অশোক|অশোকৰ]] পিতামহ [[চন্দ্রচন্দ্ৰ গুপ্ত মৌর্যমৌৰ্য|চন্দ্রচন্দ্ৰ গুপ্ত মৌর্যকমৌৰ্যক]] ভাৰতৰ শাসন ক্ষমতাত অধিষ্ঠিত কৰাৰ ক্ষেত্ৰত। চন্দ্রচন্দ্ৰ গুপ্ত মৌর্যকেইমৌৰ্যকেই উপমহাদেশৰ প্রথমপ্ৰথম ঐতিহাসিক সম্রাটসম্ৰাট হিচাপে বিবেচনা কৰা হয়। চন্দ্রচন্দ্ৰ গুপ্তই [[মগধ|মগধৰ]] সিংহাসনত আৰোহণ কৰে আৰু [[পাটলিপুত্রপাটলিপুত্ৰ|পাটলিপুত্রকপাটলিপুত্ৰক]] তেওঁৰ ৰাজ্যৰ ৰাজধানীত পৰিণত কৰে। পাটলিপুত্রপাটলিপুত্ৰ [[বিহাৰ|বিহাৰৰ]] আধুনিক চহৰ [[পাটনা|পাটনাৰ]] কাষতেই অবস্থিত আছিল। খ্ৰীষ্টপূর্বখ্ৰীষ্টপূৰ্ব ৩২২ ৰ পৰা খ্ৰীষ্টপূর্বখ্ৰীষ্টপূৰ্ব ২৯৮ পর্যন্তপৰ্যন্ত চন্দ্রচন্দ্ৰ গুপ্তই ৰাজ্য শাসন কৰে। তেওঁৰ সময়কালত সমগ্রসমগ্ৰ ৰাজ্য জুৰি শান্তি বিৰাজমান আছিল, প্রজাসকলৰপ্ৰজাসকলৰ প্রতিপ্ৰতি তেওঁ আছিল ন্যায়পৰায়ণ আৰু ৰাজ্য বিকশিত হৈছিল সমৃদ্ধিত। এই সম্পর্কেসম্পৰ্কে বিস্তাৰিতভাৱে লিপিবদ্ধ কৰা হৈছিল চন্দ্রচন্দ্ৰ গুপ্তৰ দৰবাৰত [[গ্ৰীক]] দূত [[মেগাস্থিনিছ]]ৰ [['ইণ্ডিকা']] গ্রন্থত।গ্ৰন্থত।
 
নন্দ বংশৰ সর্বশেষসৰ্বশেষ ৰজা প্রজাপ্ৰজা সাধাৰণৰ প্রিয়প্ৰিয় নাছিল। এবাৰ তেওঁ চাণক্যক অপমান কৰিছিল। চাণক্যই এই অপমানৰ প্রতিশোধপ্ৰতিশোধ গ্রহণৰগ্ৰহণৰ প্রতিজ্ঞাপ্ৰতিজ্ঞা কৰে। এইফালে তৰুণ আৰু উচ্চাভিলাষী চন্দ্রচন্দ্ৰ গুপ্ত, যি নন্দ ৰজাৰ পদস্থ সামৰিক কর্মকর্তাকৰ্মকৰ্তা আছিল, তেওঁ সিংহাসন দখলৰ ষড়যন্ত্রষড়যন্ত্ৰ কৰিছিল । কিন্তু তেওঁৰ ষড়যন্ত্রষড়যন্ত্ৰ ব্যর্থব্যৰ্থ হয় আৰু জীৱন বচাবলৈ তেওঁ পলাবলৈ বাধ্য হয়। চন্দ্রচন্দ্ৰ গুপ্তই যেতিয়া বিন্ধানৰ অৰণ্যত পলাতক আৰু নির্বাসিতনিৰ্বাসিত জীৱন যাপন কৰিছিল তেতিয়া ঘটনাক্ৰমে চাণক্যৰ সতে তেওঁৰ সাক্ষাৎ হয়। চন্দ্রচন্দ্ৰ গুপ্তই তেওঁৰ জীবনৰ লক্ষ্যত উপনীত হোৱাৰ গুৰুত্বপূর্ণগুৰুত্বপূৰ্ণ মাধ্যম হিচাপে গ্রহণগ্ৰহণ কৰে চাণক্যক আৰু তেতিয়াই তেওঁক নিজৰ গুৰু, উপদেষ্টা আৰু মন্ত্রণাদাতামন্ত্ৰণাদাতা হিচাপে মানি লয়। পৰৱর্তীপৰৱৰ্তী কালত তেওঁ চন্দ্রচন্দ্ৰ গুপ্ত মৌর্যৰমৌৰ্যৰ প্রধানমন্ত্রীওপ্ৰধানমন্ত্ৰীও হৈছিল।
 
চাণক্যৰ সক্রিয়সক্ৰিয় সাহায্যত চন্দ্রগুপ্তইচন্দ্ৰগুপ্তই এটি শক্তিশালী সেনাবাহিনী গঢ়ি তোলে আৰু গুৰুৰ দ্বাৰা তৈয়াৰ কৰা সুনিপুণ পৰিকল্পনা অনুসাৰে পদক্ষেপ গ্রহণগ্ৰহণ কৰি শেষ পর্যন্তপৰ্যন্ত নন্দ ৰজাক সিংহাসনচ্যুত কৰাত সক্ষম হয়। ইয়াৰ পিছত মগধৰ সিংহাসনত আৰোহণ কৰে চন্দ্রচন্দ্ৰ গুপ্ত মৌর্যই।মৌৰ্যই।
 
== প্রধানমন্ত্রীপ্ৰধানমন্ত্ৰী চাণক্য ==
[[চিত্রচিত্ৰ:MauryanCoin.JPG|thumb|300px|মৌর্যমৌৰ্য আমোলৰ চকা আৰু হাতী প্রতীকযুক্তপ্ৰতীকযুক্ত ৰূপৰ মুদ্ৰা, খ্ৰীষ্টপূৰ্ব ৩য় শতক]]
ইয়াৰ আগত [[আলেকজেণ্ডাৰ|আলেকজেণ্ডাৰৰ]] আকস্মিক মৃত্যুত গ্ৰীক শাসনৰ বিৰুদ্ধে [[পাঞ্জাব|পাঞ্জাবত]] বিদ্রোহৰবিদ্ৰোহৰ সূচনা হয় আৰু এই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি চন্দ্রগুপ্তইচন্দ্ৰগুপ্তই গ্ৰীক বাহিনীৰ ওপৰত আক্ৰমণ চলাই সিহতক পৰাজিত কৰে আৰু পাঞ্জাবক নিজ শাসনলৈ আনে। পাছত চন্দ্রগুপ্তইচন্দ্ৰগুপ্তই এখন এখনকৈ পশ্চিম ভাৰতৰ সকলো ৰাজ্য বিজয় কৰি এক শক্তিশালী সাম্রাজ্যসাম্ৰাজ্য প্রতিষ্ঠাপ্ৰতিষ্ঠা কৰে। সাম্রাজ্যসাম্ৰাজ্য দক্ষতাৰ লগতে পৰিচালনাৰ বাবে তেওঁ এখন মন্ত্রীমন্ত্ৰী পৰিষদ গঠন কৰি চাণক্যক প্রধানমন্ত্রীপ্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰে।
 
যি পৰিস্থিতিত চন্দ্রগুপ্তইচন্দ্ৰগুপ্তই নন্দ বংশক ক্ষমতাচ্যুত কৰি নিজৰ বিশাল সাম্রাজ্যসাম্ৰাজ্য প্রতিষ্ঠাপ্ৰতিষ্ঠা কৰিছিল সেয়া অত্যন্ত চমৎকাৰভাৱে বর্ণনাবৰ্ণনা কৰা হৈছে পঞ্চম শতাব্দীত লিখিত এখন ৰাজনৈতিক নাটক [['মুদ্রামুদ্ৰা ৰাক্ষস']]ত। এই নাটকৰ ৰচয়িতা [[বিশাখাদত্ত]] নামে এক প্রাচীনপ্ৰাচীন নাট্যকাৰ। শতাব্দীৰ পিছত শতাব্দী ধৰি এই নাটকখন পঠিত, মঞ্চস্থ আৰু প্রশংসিতপ্ৰশংসিত হৈ আছে।
 
চন্দ্রগুপ্তৰচন্দ্ৰগুপ্তৰ শ্রদ্ধেয়শ্ৰদ্ধেয় গুৰু আৰু প্রধানমন্ত্রীপ্ৰধানমন্ত্ৰী হিচাপে চাণক্যই বিলাসবহুল জীবন কটাব পাৰিলেহেতেন জাকজমকতাপূর্ণজাকজমকতাপূৰ্ণ প্রাসাদত।প্ৰাসাদত। কিন্তু তেওঁ ইয়াৰ পৰিৱর্তেপৰিৱৰ্তে খুব সাধাৰণভাৱে এটি সাধাৰণ ঘৰত বসবাস কৰিছিল। এই ঘৰটি অবস্থিত আছিল এখন শ্মশানত। সেই ঠাইত ক্ষমতাৰ দৃশ্যপটৰ পৰা দূৰত অৱস্থান কৰি তেওঁ বহু শিষ্যক ৰাজ্যশাসন কৌশল শিক্ষা দিছিল আৰু নৈতিক আৰু আর্থআৰ্থ-সামাজিক বিষয়ত জ্ঞান দান কৰিছিল। এইবোৰৰ উপৰিও তেওঁ তেওঁৰ ৰাজপ্ৰদত্ত দায়িত্ব পালন কৰিছিল বিশ্বস্বতাৰ সৈতে। চন্দ্রগুপ্তৰচন্দ্ৰগুপ্তৰ জীৱনত তেওঁ আছিল অভিভাৱক, স্বর্গীয়স্বৰ্গীয় দূত সদৃশ সঁচা বন্ধু, দার্শনিকদাৰ্শনিক আৰু গুৰু।
 
== চাণক্যৰ অর্থশাস্ত্রঅৰ্থশাস্ত্ৰ ==
চাণক্যৰ বিৰাট সাহিত্য কর্মকৰ্ম 'অর্থশাস্ত্রঅৰ্থশাস্ত্ৰ', যাৰ শব্দগত অর্থঅৰ্থ 'পৃথিবীত সাধাৰণ কল্যাণ বিষয়ক বিবৰণী।' এই গ্রন্থতগ্ৰন্থত লিপিবদ্ধ হৈছে শাসকৰ উদ্দেশ্যে পৰামর্শপৰামৰ্শ যে, কেনেদৰে এজন শাসকে তেওঁৰ প্রজাৰপ্ৰজাৰ নিৰাপত্তা, কল্যাণ আৰু জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে কাম কৰাটো দৰকাৰ আৰু কেনেদৰে নতুন ভূখণ্ড তথা মূল্যবান সম্পদ নিজ সাম্রাজ্যভুক্তসাম্ৰাজ্যভুক্ত কৰিব লাগে। চাণক্যই যিবোৰ পৰামর্শপৰামৰ্শ বা নির্দেশনানিৰ্দেশনা সেই গ্রন্থতগ্ৰন্থত লিপিবদ্ধ কৰিছে সেইবোৰৰ অধিকাংশই কেৱল ৰাজ্যশাসনেই নহয় ডাঙৰ ডাঙৰ বাণিজ্যিক প্রতিষ্ঠানপ্ৰতিষ্ঠান পৰিচালনা আৰু সম্প্রসাৰণৰসম্প্ৰসাৰণৰ ক্ষেত্রতোক্ষেত্ৰতো প্রযোজ্য।প্ৰযোজ্য। চাণক্য উপমহাদেশত ৰাষ্ট্রবিজ্ঞানৰৰাষ্ট্ৰবিজ্ঞানৰ প্রথমপ্ৰথম প্রবক্তাপ্ৰবক্তা আৰু তেওঁৰ কিছুমান নীতি বিশ্বজনীনভাবে প্রযোজ্য।প্ৰযোজ্য।
 
এই বিজ্ঞ আৰু বাস্তবজ্ঞান সম্পন্ন দার্শনিকেদাৰ্শনিকে ধর্মধৰ্ম, নীতিশাস্ত্রনীতিশাস্ত্ৰ, সামাজিক আচৰণ আৰু ৰাজনীতিৰ ক্ষেত্রতক্ষেত্ৰত বিশেষ কিছু পর্যবেক্ষণপৰ্যবেক্ষণ বর্ণনাবৰ্ণনা কৰিছিল। এইবোৰৰ কিছু কিছু অন্যান্য বিবৰণীত সংগৃহীত আছে। এই ধৰণৰ এটি সংকলনৰ নাম 'চাণক্য নীতি দর্পণদৰ্পণ'। তাৰ কথাবোৰ হয়তো আধুনিক যুগৰ পৰিশীলিত কথাবার্তাতকৈকথাবাৰ্তাতকৈ ভিন্ন, কিন্তু দুই হাজাৰ বছৰৰ অধিক সময়ৰ ব্যবধানতো সেইবোৰে গুৰুত্ব হেৰাই পেলোৱা নাই।
 
চাণক্য তেওঁৰ কালোত্তীর্ণকালোত্তীৰ্ণ গ্রন্থগ্ৰন্থ 'অর্থশাস্ত্রতঅৰ্থশাস্ত্ৰত' ৰজাকে পৰামর্শপৰামৰ্শ দিছে, "যি ৰজাই শত্রুৰশত্ৰুৰ গতিবিধি সম্পর্কেসম্পৰ্কে ধাৰণা কৰিব নোৱাৰে আৰু কেৱল অভিযোগ কৰে যে তেওঁৰ পিঠিত তেওঁৰ অজ্ঞাতে ছুৰিকাঘাত কৰা হৈছে, তেওঁক সিংহাসনচ্যুত কৰা উচিত।"
 
চাণক্যই তেওঁৰ নীতিকথাত কৈছিল, "মনৰ বাসনাক দূৰীভূত কৰা উচিত নহয়। এই বাসনাবোৰক গানৰ গুঞ্জনৰ নিচিনাকৈ কামত লগোৱা উচিত।"
 
"পৰিশ্রমীৰপৰিশ্ৰমীৰ বাবে কোনো কামেই অসাধ্য নহয়। শিক্ষিত কোনো ব্যক্তিৰ বাবে কোন দেশেই বিদেশ নহয়। মিষ্টভাষীৰ কোন শত্রুশত্ৰু নাই।"
 
"বিৰাট পশুৰ জাকৰ মাজতো পোৱালীয়ে তাৰ মাকক বিচাৰি পায়। অনুৰূপ ভাৱে যিয়ে কাম কৰে অর্থইঅৰ্থই সকলো সময়তে তাকেই অনুসৰণ কৰে।"
 
"মন খাঁটি হলে পবিত্রপবিত্ৰ স্থানত গমন অর্থহীন।অৰ্থহীন।"
 
== অনাড়ম্বৰ জীবন-যাপন ==
চাণক্যই তেওঁৰ জীবদ্দশাত, আনকি মৃত্যুৰ পাছতো ভাৰতত অত্যন্ত জনপ্রিয়জনপ্ৰিয় আৰু ব্যতিক্রমীব্যতিক্ৰমী প্রতিভাৰপ্ৰতিভাৰ অধিকাৰী পণ্ডিত, সাধু, দেশপ্রেমিকদেশপ্ৰেমিক, গুৰু আৰু কর্মবীৰকৰ্মবীৰ হিচাপে শ্রদ্ধেয়।শ্ৰদ্ধেয়। প্রথমেইপ্ৰথমেই তেওঁ পাঞ্জাবক বিদেশী শাসন (গ্ৰীক) মুক্ত কৰাত ৰজাক সহায় কৰিছিল। ইয়াৰ পিছত অযোগ্য শাসক নন্দ ৰজাক উৎখাত কৰি চন্দ্রগুপ্তৰচন্দ্ৰগুপ্তৰ সাম্রাজ্যৰসাম্ৰাজ্যৰ লগত আৰু ৰাজ্য যুক্ত কৰে আৰু সাম্রাজ্যতসাম্ৰাজ্যত শান্তি, সমৃদ্ধি আৰু ন্যায়বিচাৰ নিশ্চিত কৰাত তেওঁৰ ভূমিকা পালন কৰে। সন্ন্যাসীৰ দৰে জীৱন যাপন কৰে প্রধানমন্ত্রীৰপ্ৰধানমন্ত্ৰীৰ দায়িত্বও পালন কৰে। অসংখ্য শিষ্যক তেওঁ জ্ঞান দান কৰে। তেওঁ শিষ্যসকলক দেশপ্রেমদেশপ্ৰেম, ৰজাৰ প্রতিপ্ৰতি আনুগত্যৰ শিক্ষা দিয়াৰ লগতে প্রজাৰপ্ৰজাৰ কল্যাণ নিশ্চিত কৰাত সকলো সময়তে ৰজাক উদ্বুদ্ধ কৰিছিল। গ্ৰীক দার্শনিকদাৰ্শনিক ছক্রেটিছৰছক্ৰেটিছৰ দৰে চাণক্যৰ চেহেৰাও সুন্দৰ বা আকর্ষণীয়আকৰ্ষণীয় নাছিল আৰু দৈহিক গঠনো আছিল আকর্ষণহীন।আকৰ্ষণহীন। দুর্বলদুৰ্বল স্বাস্থ্যৰ অধিকাৰী আছিল তেওঁ, যদিও ছক্রেটিছৰছক্ৰেটিছৰ নিচিনাই পণ্ডিত আৰু দার্শনিকদাৰ্শনিক আছিল।
== চাণক্য শ্লোক ==
প্রচলিতপ্ৰচলিত কিছুমান চাণক্য শ্লোক(অনূদিত) তলত উল্লেখ কৰা হʼল-<ref>{{cite book | author=মো. আবুল হোসেন | title=চাণক্য-শ্লোক : কে ছিলেন চাণক্য? | url=http://prothom-aloblog.com/posts/16/46260 | publisher=প্রথমপ্ৰথম আলো ব্লগ}}</ref>
* অধমসকলে ধন বিচাৰে, মধ্যমসকলে ধন আৰু মান বিচাৰে। উত্তমসকলে কেৱল মান বিচাৰে। মানেই মহৎলোকসকলৰ ধন।
* অনেক মানুহে চাৰি বেদ আৰু ধর্মশাস্ত্রধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিও আত্মাক নাজানে, হেতাই যেনেকৈ ৰন্ধন-ৰস নাজানে।
* অবহেলাযত কর্মনাশকৰ্মনাশ হয়, যথেষ্ট ভোজনত কুলনাশ হয়, ভিক্ষাত সম্মান-নাশ হয়, দাৰিদ্র্যতদাৰিদ্ৰ্যত বুদ্ধিনাশ হয়।
* অভ্যাসহীন বিদ্যা, অজীর্ণতঅজীৰ্ণত ভোজন, দৰিদ্রৰদৰিদ্ৰৰ সভাত কালক্ষেপ আৰু বৃদ্ধৰ তৰুণী ভার্যাভাৰ্যা বিষতুল্য।
* অহংকাৰৰ নিচিনা শত্রুশত্ৰু নাই।
* আদৰ কৰাৰ অনেক দোষ, শাসন কৰাৰ অনেক গুণ, সেয়েহে পুত্রপুত্ৰ আৰু শিষ্যক শাসন কৰাই দৰকাৰ, আদৰ কৰাটো নহয়।
* আপদৰ নিশ্চিত পথ হʼল ইন্দ্রিয়বোৰৰইন্দ্ৰিয়বোৰৰ অসংযম, এইবোৰ জয় কৰাটো হʼল সম্পদৰ পথ, যাৰ যিটো ঈপ্সিত সি সেই পথেৰেই যায়।
* ইন্দ্রিয়ৰইন্দ্ৰিয়ৰ যি অধীন তাৰ চতুৰঙ্গ সেনা থাকিলেও সি বিনষ্ট হয়।
* উৎসৱত, বিপদত, দুর্ভিক্ষতদুৰ্ভিক্ষত, শত্রুৰশত্ৰুৰ লগত সংগ্রামকালতসংগ্ৰামকালত, ৰাজদ্বাৰত আৰু শ্মশানত যি লগত থাকে, সিয়েই প্রকৃতপ্ৰকৃত বন্ধু।
* ঋণ, অগ্নি আৰু ব্যাধিৰ শেষ ৰখাতো উচিত নহয়, কাৰণ এইবোৰ আকৌ বাঢ়ি যাব পাৰে।
* এটি দোষে বহু গুণকো গ্রাসগ্ৰাস কৰে।
* শত মূর্খমূৰ্খ পুত্রতকৈপুত্ৰতকৈ এটি গুণী পুত্রপুত্ৰ শ্ৰেয়। এটি চন্দ্রইচন্দ্ৰই অন্ধকাৰ দূৰ কৰে, সকলো তৰাই মিলিও নোৱাৰে।
* কর্কশকৰ্কশ কথা অগ্নিদাহতকৈও ভয়ঙ্কৰ।
* খাই যাৰ হজম হয়, ব্যাধি তাৰ দূৰত ৰয়।
* গুণবানক আশ্রয়আশ্ৰয় দিলে নির্গুণোনিৰ্গুণো গুণী হয়।
* ধর্মতকৈধৰ্মতকৈ ব্যবহাৰ ডাঙৰ।
* পাপীয়ে বিক্ষোভৰ ভয় নকৰে।
* পুত্রপুত্ৰ যদি হয় গুণবান, পিতামাতাৰ বাবে সেয়া স্বর্গস্বৰ্গ সমান।
* বিনয় সকলোৰে ভূষণ।
* ভোগবাসনাত বুদ্ধি আচ্ছন্ন হয়।
87 নং শাৰী:
* যশবানৰ বিনাশ নাই।
 
== তথ্যসূত্ৰ ==
== তথ্যসূত্র ==
{{reflist|2}}
 
"https://as.wikipedia.org/wiki/চাণক্য"ৰ পৰা অনা হৈছে