ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Indira Gandhi 1977.jpg|thumb|upright| প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]য়ে ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে দেশজুৰি জৰুৰীকালীন অৱস্থা বলবৎ কৰে]]
 
''ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫'' ৰ দ্বাৰা, [[ভাৰত]]ত ১৯৭৫-৭৭ ৰ একৈশ মাহ জুৰি সেইসময়ৰ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]য়ে দেশজুৰি বলবৎ কৰা জৰুৰীকালীন অৱস্থাক সূচোৱা হয়| চৰকাৰীভাৱে, তদনীন্তনতদানীন্তন ৰাষ্ট্ৰপতি [[ফখৰুদ্দিন আলি আহমেদ]]-এ [[ভাৰতীয় সংবিধান]]ৰ ৩৫২(১) নং অনুচ্ছেদৰ অধীনত ‘’আভ্যন্তৰীণ সমস্যা (internal disturbance)”-ৰ পৰিপ্ৰেক্ষিতত জৰুৰী অৱস্থা ঘোষণা কৰে | এই অৱস্থা ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে বলবৎ থাকে| জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ হাতলৈ নিৰ্বাচন স্থগিত কৰা, নাগৰিকৰ অধিকাৰ খৰ্ব্ব কৰাকে ধৰি অন্যান্য ক্ষেত্ৰতো প্ৰচুৰ ক্ষমতা আহি পৰে| এই সময়ছোৱাত ইন্দিৰা গান্ধীৰ প্ৰায়ভাগ ৰাজনৈতিক প্ৰতিদন্দ্বী কাৰাবাস খাটিবলগীয়াত পৰে আৰু জনসংযোগ মাধ্যমসমূহৰ বাক-স্বাধীনতাও সীমাবদ্ধ হৈ পৰে| ভাৰতৰ স্বাধীনতা লাভৰ পিছত জৰুৰীকালীন অৱস্থাৰ এই সময়ছোৱাই ৰাজনৈতিক ইতিহাসত আটাইতকৈ বিতৰ্কিত সময়| <ref name="MostControversial">"India in 1975: Democracy in Eclipse", ND Palmer – Asian Survey, vol 16 no 5. Opening lines.</ref>
==প্ৰেক্ষাপট==
===ইন্দিৰা গান্ধীৰ উত্থান ===