হিন্দু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বৰ্ণাশুদ্ধি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{হিন্দু ধৰ্ম }}
'''হিন্দু''' ({{Audio|hi-Hindu.ogg|উচ্ছাৰণ}}) [[ভাৰতীয় দৰ্শন|ভাৰতীয় দৰ্শনিকদাৰ্শনিক]], [[হিন্দু ধৰ্ম|হিন্দু ধৰ্মাম্বলম্বীসকলৰধৰ্মাৱলম্বীসকলৰ]] আৰু [[ভাৰতীয় সংস্কৃতি|ভাৰতৰ সাস্কৃতিক]] এক পৰিচয় অথৱা পদ্ধতি যিবোৰ ভাৰতীয় উপমহাদেশৰ বৃহত্তম আৰু দেশীয় ধৰ্মবিশ্বাস। [[ভাৰতীয় সংবিধান]] অনুসৰি "হিন্দু" শব্দটোৱে যিকোনা ভাৰতীয় ধৰ্ম যেনে, [[হিন্দু ধৰ্ম]], [[বৌদ্ধ ধৰ্ম]], [[জৈন ধৰ্ম]] বা [[শিখ ধৰ্ম|শিখ ধৰ্মাম্বলৱী]] লোকসকলকে সূচায়।<ref>[http://www.unesco.org/most/rr3indi.htm India-Constitution:Religious rights] Article 25:''"Explanation II: In sub-Clause (b) of clause (2), the reference to Hindus shall be construed as including a reference to persons professing the Sikh, Jaina or Buddhist religion"''</ref> বৰ্তমান সাধাৰণ দৃষ্টিভঙ্গীৰে ক’লে হিন্দু শব্দটোৱে হিন্দুধৰ্মৰ অনুগামীসকলক সূচায়।
 
বৰ্তমান এক বিলিয়ন অনুগামীতকৈয়ো বেছি সংখ্যক লোকেৰে, হিন্দু ধৰ্মাম্বলম্বী লোকসকল [[পৃথিৱী|পৃথিৱীৰ]] তৃতীয় বৃহত্তম গোট। ইয়াৰে সৰহ সংখ্যক অনুগামীয়েই ভাৰতত বসবাস কৰে, সংখ্যাত প্ৰায় ৯৪ কোটি।<ref>[https://www.cia.gov/library/publications/the-world-factbook/geos/in.html CIA World Factbook - India Demographics] 80.5% of 1.166 billion Indians are Hindus</ref> অন্য দেশ কিছুমান যেনে, [[নেপাল]], [[বাংলাদেশ]], [[শ্ৰীলঙ্কা]], [[মৰিছাছ]], [[গুৱানা]], [[ফিজি]], বালি দ্বীপপুঞ্জতো যথেষ্ঠ সংখ্যক হিন্দু ধৰ্মাম্বলম্বীধৰ্মাৱলম্বী লোক আছে।
 
==লগতে চাওক==
"https://as.wikipedia.org/wiki/হিন্দু"ৰ পৰা অনা হৈছে