স্নায়ুকোষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা (edited with ProveIt)
 
ছবি
1 নং শাৰী:
[[চিত্ৰ:PurkinjeCell.jpg|thumb|right|200px|caption = ১৮৮৯ চনত স্পেনীয় স্নায়ুবিজ্ঞানী ছাণ্টিয়াগ' ৰেমন কাহালে অঁকা পাৰ চৰাইৰ চেৰিবেলামৰ স্নায়ুকোষৰ ৰেখাচিত্ৰ। (A)-এ পাৰ্কিঞ্জে কোষ আৰু (B)-এ গ্ৰে'নুল কোষ বুজাইছে।]]
{{Infobox neuron
|name ={{Neuron map|স্নায়ুকোষ (Neuron[[প্ৰান্তীয় স্নায়ুতন্ত্ৰ]])}}
 
|image = PurkinjeCell.jpg
|caption = ১৮৮৯ চনত স্পেনীয় স্নায়ুবিজ্ঞানী ছাণ্টিয়াগ' ৰেমন কাহালে অঁকা পাৰ চৰাইৰ চেৰিবেলামৰ স্নায়ুকোষৰ ৰেখাচিত্ৰ। (A)-এ পাৰ্কিঞ্জে কোষ আৰু (B)-এ গ্ৰে'নুল কোষ বুজাইছে।
|function =
|neurotransmitter =
|morphology =
|afferents =
|efferents =
|NeuroLexID = sao1417703748
}}
'''স্নায়ুকোষ''' বা '''নিউৰ'ন''' ({{IPAc-en|ˈ|nj|ʊər|ɒ|n}} {{Respell|NYEWR|on}} বা {{IPAc-en|ˈ|n|ʊər|ɒ|n}} {{Respell|NEWR|on}} স্নায়ুতন্ত্ৰৰ মুখ্য গঠনমূলক আৰু কাৰ্যকৰী একক। এই জৈৱিক কোষে বৈদ্যুতিক বা ৰাসায়নিক সংকেতৰ মাধ্যমেৰে তথ্য প্ৰেৰণ আৰু আহৰণ কৰে। স্নায়ুকোষবোৰ মাজত ছাইনাপ্স (Synapse) বিশেষ সংযোগৰ যোগেদি সংকেতৰ আদান-প্ৰদান হয়। স্নায়ুকোষবোৰ লগ লাগি জৈৱিক স্নায়ৱীয় জালিকা (biological neural network)ৰ সৃষ্টি কৰিব পাৰে। স্নায়ুকোষে গঠন কৰা স্নায়ুতন্ত্ৰৰ ভাগ দুটা- [[মস্তিষ্ক]] আৰু [[স্নায়ুৰজ্জু]] মিলাই [[কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ]] আৰু গেংলিয়া সন্নিবিষ্ট থকা [[প্ৰান্তীয় স্নায়ুতন্ত্ৰ]]। বিশেষ প্ৰকাৰৰ স্নায়ুকোষবোৰ হৈছে: [[সংবেদী স্নায়ুকোষ]] (sensory neuron) যিয়ে শৰীৰত জ্ঞানেন্দ্ৰিয় বা সংগ্ৰাহী ইন্দ্ৰিয়বোৰৰ পৰা স্পৰ্শ, শব্দ, পোহৰ আদিৰ স্নায়ুপ্ৰেৰণা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ আনে; [[চালক স্নায়ুকোষ]] (motor neuron) যিবোৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা সংকেত পেশী, গ্ৰন্থি আদিলৈ আনে আৰু [[আন্তঃস্নায়ুকোষ]] (interneuron) যিবোৰে মস্তিষ্ক বা স্নায়ুৰজ্জুৰ একেটা অংশত ভিন ভিন স্নায়ুকোষৰ মাজত সংযোগ স্থাপন কৰে।
 
Line 20 ⟶ 12:
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
{{wikiquote}}
{{Commons}}
* [http://www.ibro.info IBRO (International Brain Research Organization)]. Fostering neuroscience research especially in less well-funded countries.
* [http://NeuronBank.org NeuronBank] an online neuromics tool for cataloging neuronal types and synaptic connectivity.
* [http://brainmaps.org High Resolution Neuroanatomical Images of Primate and Non-Primate Brains].
* The [[v:Topic:Neuroscience|Department of Neuroscience]] at [[v:|Wikiversity]], which presently offers two courses: [[v:Fundamentals of Neuroscience|Fundamentals of Neuroscience]] and [[v:Comparative Neuroscience|Comparative Neuroscience]].
* [https://www.neuinfo.org/mynif/search.php?q=Neuron&t=data&s=cover&b=0&r=20 NIF Search – Neuron] via the [[Neuroscience Information Framework]]
* [http://ccdb.ucsd.edu/sand/main?event=showMPByType&typeid=0&start=1&pl=y Cell Centered Database – Neuron]
* [http://neurolex.org/wiki/Category:Neuron Complete list of neuron types] according to the Petilla convention, at [[NeuroLex]].
* [http://NeuroMorpho.org NeuroMorpho.Org] an online database of digital reconstructions of neuronal morphology.
* [http://www.immunoportal.com/modules.php?name=gallery2&g2_view=keyalbum.KeywordAlbum&g2_keyword=Neuron Immunohistochemistry Image Gallery: Neuron]
* [https://www.khanacademy.org/science/biology/human-biology/neuron-nervous-system/v/anatomy-of-a-neuron Khan Academy: Anatomy of a neuron]
 
[[শ্ৰেণী:স্নায়ুতন্ত্ৰ]]